April 27, 2025 12:00 PM April 27, 2025 12:00 PM
15
পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলৰ ব্যাপক প্ৰচাৰ অভিযান
পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ তিনিচুকীয়াৰ বাৰেকুৰি আৰু লাংকাচেত নির্বাচনী প্ৰচাৰ চলায়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকী...