আঞ্চলিক সংবাদ

April 27, 2025 7:27 PM April 27, 2025 7:27 PM

views 13

প্ৰতিবন্ধকতা আৰু দুৰাৰোগ্য ৰোগেও দমাব নোৱৰা কেইগৰাকীমান অদম্য, অজেয় ব্যক্তিৰ কাহিনীৰে আজিৰ সংবাদ চলন্তিকা

 সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিচনাৰ দৰে নহয়। জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্ৰত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি, তাৰ কাহিনী লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭:৪৫ মিনিটত এটি বি...

April 27, 2025 7:18 PM April 27, 2025 7:18 PM

views 3

তিনিচুকীয়া জিলা আয়ুক্তৰ কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ খহনীয়া প্রবণ অঞ্চলসমূহ পৰিদৰ্শন

তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আজি কৰ্দৈগুৰি গাঁও পঞ্চায়ত এলেকাৰ খহনীয়া প্রবণ অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে খহনীয়াত ক্ষতিগ্ৰস্ত ৮টা পৰিয়ালৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকক পুনৰ সংস্থাপন দিয়া হ'ব বুলি প্রতিশ্রুতি দিয়ে। তেওঁ লগতে ক্ষতিগ্রস্ত পৰিয়ালকেইট...

April 27, 2025 7:15 PM April 27, 2025 7:15 PM

views 28

ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বিস্তৰ ক্ষতি

ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত মদাৰখাট মৌজাত অহা প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বহু ঘৰ, বিদ্যালয়, নামঘৰকে ধৰি বহু সা-সম্পত্তিৰ বিস্তৰ হৈছে। মদাৰখাটৰ হাতখোলা, হাবিচুক, বাঙলিটিং, টিমনা, তামুলবাৰী চাহ বাগিচাত ধুমুহাই ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে প্রকাণ্ড গছ উভালি পৰে। প্ৰচণ্ড ...

April 27, 2025 7:12 PM April 27, 2025 7:12 PM

views 14

তিৱা জনজাতীয়সকলৰ ব’হাগ বিহুৰ  অন্তিম দিনা প্রতীকি যুদ্ধ প্ৰদৰ্শন

তিৱা জনজাতীয় ব'হাগ বিহুৰ আজি অন্তিম দিনা গোভা ৰজা আৰু পশ্চিম নগাঁও ৰজাই সৈন্য-সামন্তৰ সৈতে ঢাল-তৰোৱালেৰে প্রতীকি যুদ্ধত অৱতীৰ্ণ হয়। ৰজাৰ এই প্রতীকি যুদ্ধ উপভোগ কৰিবলৈ অগণন লোকৰ সমাগম হয়। গোভা ৰজাৰ ব'হাগ বিহুৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে জাগীৰোডৰ বৰপামত অনুষ্ঠিত গোসাঁই মেলাত এই প্রতীকি যুদ্ধ অনুষ্ঠ...

April 27, 2025 8:51 PM April 27, 2025 8:51 PM

views 2

নৰৱেৰ ৰাষ্ট্রদূতৰ নেতৃত্বত অহা এটা প্রতিনিধি দলে নগাঁৱত ৰূপায়িত এনেক্ট-আছাম প্রকল্পৰ ক্ষেত্ৰসমূহ পৰিদর্শন

নৰৱেৰ ৰাষ্ট্রদূত এইচ ই মিছ মে-এলিন ষ্টেনাৰৰ নেতৃত্বত অহা এটা প্রতিনিধি দলে আজি নগাঁৱত ৰূপায়িত হৈ থকা এনাক্ট-আছাম প্ৰকল্পৰ ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে। জিলাখনৰ তিনিটা উন্নয়ন খণ্ড ক্রমে কঠিয়াতলি, পাখিমৰীয়া আৰু ৰহাত ৰূপায়ণ হৈ থকা প্ৰকল্পস্থলী পৰিদৰ্শন কৰাৰ লগতে কৃষকসকলৰ সৈতে মত বিনিময় কৰে। প্ৰতিনিধি...

April 27, 2025 7:01 PM April 27, 2025 7:01 PM

views 10

ৰাজ্যত ২০২৫ বৰ্ষৰ প্ৰথম চাৰি মাহত ১১ হাজাৰৰো অধিক ৰেচন কাৰ্ড বাতিল

ৰাজ্যত ২০২৫ বৰ্ষৰ প্ৰথম চাৰি মাহত ১১ হাজাৰৰো অধিক ৰেচন কাৰ্ড বাতিল কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা বিতৰণ বিভাগৰ তথ্যত এই কথা প্রকাশ পাইছে। বিভাগে প্রকাশ কৰা মতে জানুৱাৰীত অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ ৩১ খন আৰু অগ্রাধিকাৰ প্রাপ্ত পৰিয়াল আঁচনি অধীনৰ ৮৮৯ খন কার্ড বাতিল কৰা হৈছে। একেদৰে ফেব্ৰুৱাৰী...

April 27, 2025 12:19 PM April 27, 2025 12:19 PM

views 11

শোণিতপুৰত বহনক্ষম উন্নয়নৰ দিশত যুৱক প্ৰজন্মৰ ভূমিকা শীর্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ

শোণিতপুৰ জিলাৰ দৰং মহাবিদ্যালয়ত বহনক্ষম উন্নয়নৰ দিশত যুৱক প্ৰজন্মৰ ভূমিকা শীর্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ কালি অনুষ্ঠিত হয়। বায়ু প্রদূষণ, প্লাষ্টিক আৱৰ্জনাৰ কু-প্ৰভাৱ, আৱৰ্জনা সমস্যাৰ ব্যৱস্থাপনা আদি সম্পর্কে সজাগতা সৃষ্টিৰে এই আলোচনা চক্র অনুষ্ঠিত হয়। দেশৰ বিভিন্ন মহাবিদ্যালয় আৰু বি...

April 27, 2025 12:14 PM April 27, 2025 12:14 PM

views 26

তিনিচুকীয়াৰ কাকপথাৰত মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন

তিনিচুকীয়াৰ কাকপথাৰত উলহ-মালহেৰে কালি মৰাণ জনগোষ্ঠীৰ লোকসকলে ৰাতি বিহু উদযাপন কৰে। মন্ত্রী পীযূষ হাজৰিকাই এই কাৰ্যসূচীত অংশ লৈ সকলোৰে জীৱন সমৃদ্ধিশালী হোৱাৰ কামনা কৰে। বিধায়ক বলীন চেতিয়া, প্রাক্তন বিধায়ক দিলীপ মৰাণকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশ লয়।

April 27, 2025 12:07 PM April 27, 2025 12:07 PM

views 19

বানৰ বিৰূপ প্ৰভাৱ কম কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ৩,৬৩৪ কোটি টকাৰ বহুমুখী ৰণনীতি গ্ৰহণ

ৰাজ্য চৰকাৰে বানৰ বিৰূপ প্ৰভাৱ কম কৰাৰ বাবে ৩,৬৩৪ কোটি টকাৰ বহুমুখী ৰণনীতি গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় বান আয়োগে প্ৰকাশ কৰা মতে অসমৰ প্ৰায় ৩১,৫০০ বর্গ কিলোমিটাৰ এলেকা বান প্রবন। আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনৰ বান প্রবন এলেকাৰ পৰিমাণ মুঠ ভূ-ভাগৰ প্ৰায় ৩৯.৫৮ শতাংশ আৰু দেশৰ মুঠ বানপ্রবন এলেকাৰ ৯.৪ শতাংশ। আ...

April 27, 2025 12:04 PM April 27, 2025 12:04 PM

views 9

দৃষ্টিপাতঃ ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে উৎপাদিত সামগ্ৰীৰ গুণগতমানত গুৰুত্ব আৰোপ কৰিব লাগিব

ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে উৎপাদিত সামগ্ৰীৰ গুণগতমান বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিব লাগিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে দৃষ্টিপাত অনুষ্ঠান অংশগ্ৰহণ কৰি কালি ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট উদ্যমীয়ে এইদৰে মন্তব্য কৰে। অনুষ্ঠানত জে-ফ্ৰটিন ৰেষ্টুৰেণ্ট ব্ৰেণ্ডৰ স্বত্তাধিকাৰী দেৱ কুমাৰ বৰ্মনে কয়, যে...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।