April 28, 2025 12:56 PM April 28, 2025 12:56 PM
10
গুৱাহাটীৰ নলাসমূহ নিষ্কাশনৰ দুঘণ্টাৰ ভিতৰত বোকা আঁতৰোৱাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ
গুৱাহাটী মহানগৰীত বানৰ সমস্যা সমাধানৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে মহানগৰীখনৰ নলাসমূহ নিষ্কাশনৰ দুঘণ্টাৰ ভিতৰতে বোকা আঁতৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। মহানগৰ জিলা প্ৰশাসন আৰু জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে নলা নিষ্কাশনৰ পাছত ২৪ ঘণ্টাতকৈ অধিক সময় ধৰি ন...