আঞ্চলিক সংবাদ

May 1, 2025 7:47 PM May 1, 2025 7:47 PM

views 5

পঞ্চায়ত নির্বাচন শান্তিপূর্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনৰ ব্যাপক ব্যৱস্থা

চৰাইদেউ জিলাত নিৰ্বাচনী প্রক্রিয়া শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ সোণাৰী বিধানসভা সমষ্টিৰ অসম-অৰুণাচল আৰু অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। বিশ্বনাথ জিলাৰ ৭৪৭টা ভোটকেন্দ্ৰত ৪ লাখ ৭৪ হাজাৰ ৯২৭ গৰাকী ভোটদাতাই ১৩১২ গৰাকী প্...

May 1, 2025 7:44 PM May 1, 2025 7:44 PM

views 21

গোলাঘাট জিলাত পঞ্চায়ত নিৰ্বাচনত ২২৮টা ভোটগ্রহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে কাইলৈ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত সামৰি ল'বলগীয়া জিলাসমূহৰ ভিতৰত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলা আছে। ভোটগ্ৰহণৰ বাবে বিভিন্ন ভোট কেন...

May 1, 2025 7:39 PM May 1, 2025 7:39 PM

views 9

কাছাৰ জিলাত ২মেত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

কাছাৰ জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি প’লিং বিষয়াসকল শিলচৰ, বৰখলা, সোনাই আৰু উধাৰবন্দ বিধানসভা সমষ্টিলৈ ৰাওনা হৈছে। জিলাখনৰ ৭টা বিধানসভা সমষ্টিৰ বাবে বৰ্তমান ৬৪ গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে দুগৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। পঞ্চায়ত নিৰ্বাচনত নিজৰ কৰ্...

May 1, 2025 7:35 PM May 1, 2025 7:35 PM

views 17

ডিব্ৰুগড় জিলাত পঞ্চায়ত নিৰ্বাচনত ৮ লাখ ৭১ হাজাৰ ৯৭৫ ভোটদাতাই ভোটদান কৰিব

ডিব্ৰুগড় জিলাত আজি পুৱাৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে প’লিং আৰু প্রিজাইডিং বিষয়াসকলে যাৱতীয় নথি-পত্ৰ সংগ্ৰহ কৰি ডিব্ৰুগড়, চাবুৱা আৰু লাহোৱাল সমষ্টিৰ ভোটগ্রহণ কেন্দ্ৰলৈ ৰাওনা হয়। জিলাখনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে ৮ লাখ ৭১ হাজাৰ ৯৭৫। ধেমাজি জিলাতো কাইলৈ ৫ লাখ ১০ হাজাৰ ৫৩৭ গৰাকী ভোটদ...

May 1, 2025 7:30 PM May 1, 2025 7:30 PM

views 16

শিৱসাগৰ জিলাত পঞ্চায়ত নিৰ্বাচনত ২২৯১গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে শিৱসাগৰ জিলাত ২মেত ভোটগ্ৰহণৰ বাবে দায়িত্ববাহী বিষয়া তথা সুৰক্ষা কৰ্মীসকল সংশ্লিষ্ট ভোটগ্রহণ কেন্দ্ৰত উপস্থিত হৈছেগৈ। জিলাখনৰ বেতবাৰী আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী অচ্যুতানন্দ গগৈৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত বেতবাৰী আঞ্চলিক পঞ্চায়ত নিৰ্বাচন স্থগি...

May 1, 2025 7:02 PM May 1, 2025 7:02 PM

views 14

অনলাইন ট্রেডিঙ বিত্তীয় অনিয়মৰ গোচৰত অভিযুক্ত বিশাল ফুকন আৰু তপন বৰাৰ জামিন মঞ্জুৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন ট্রেডিঙক লৈ বিত্তীয় অনিয়মত লিপ্ত হোৱাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুগৰাকী অভিযুক্ত বিশাল ফুকন আৰু তপন বৰা ওৰফে তার্কিক বৰাৰ জামিন মঞ্জুৰ কৰিছে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পার্থিব জ্যোতি শ‍ইকীয়াৰ বিচাৰপীঠে অভিযুক...

May 1, 2025 6:59 PM May 1, 2025 6:59 PM

views 34

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাষাৰ ওজা, হেমকোষ প্রণেতা হেমচন্দ্ৰ বৰুৱাক সোঁৱৰণ

ভাষাৰ ওজা, হেমকোষ অভিধানৰ প্রণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। হেমচন্দ্র বৰুৱাৰ ১২৯ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ত শ্রদ্ধাঞ্জলি কার্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ চৌহদ...

May 1, 2025 7:58 PM May 1, 2025 7:58 PM

views 14

কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ কৈলাশ কলনীত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামেৰে পথৰ নামকৰণৰ লগতে প্ৰতিমূৰ্তি উন্মোচন কৰে

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে অসম চৰকাৰৰ উদ্যোগত আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বডোফাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে আৰু এম চি ডি পাৰ্কত এখন ৰাজহুৱা সভাত ভাগ লয়। ৯ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটো বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ নেতাগৰাকীৰ...

May 1, 2025 12:14 PM May 1, 2025 12:14 PM

views 4

চৰাইদেউ জিলাৰ ক্রীড়া সংগঠক অঞ্জলী মোহন চেতিয়াক ২০২৫ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান

চৰাইদেউ জিলাৰ বিশিষ্ট ক্রীড়া সংগঠক তথা সমাজ সেৱিকা অঞ্জলী মোহন চেতিয়াক টাই-আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে কালি ২০২৫ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰে। এই বঁটাত আছে এখন চেলেং, গামোচা, জাপি, এখন হেংডাং, সম্বর্ধনা পত্ৰ আৰু এটা স্মাৰক পত্ৰ। অনুষ্ঠানৰ লগত সংগতি ৰাখি ব্লক চেন মৌং শীর্ষক স...

May 1, 2025 12:09 PM May 1, 2025 12:09 PM

views 17

ভাষাৰ ওজা, হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ ১২৯ সংখ্যক মৃত্যু দিৱসত ৰাজ্যবাসীৰ শ্রদ্ধাঞ্জলি

ভাষাৰ ওজা, হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। হেমচন্দ্ৰ বৰুৱাৰ ১২৯ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ত থকা প্ৰতিমূৰ্তিস্থলীত ভাষাৰ ওজাগৰাকীক শ্রদ্ধাঞ্জলি জনোৱা হ'ব। বিশ্ববিদ্যালয়...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।