আঞ্চলিক সংবাদ

May 4, 2025 12:19 PM May 4, 2025 12:19 PM

views 13

আবৃত্তিৰ বিশ্বজনীন ধাৰাৰ লগতে অসমীয়া আবৃত্তিৰ স্বকীয় ধাৰা এটা অব্যাহত ৰখাত শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰীৰ গুৰুত্ব আৰোপ

আকাশবাণীযোগে প্ৰচাৰিত অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত অনুষ্ঠানত কালি কেবাগৰাকীও আবৃত্তিকাৰে আবৃত্তিক বিদ্যায়তনিক দিশত তথা পৰিবেশ্য কলা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে আলোকপাত কৰে। অনুষ্ঠানত বিশিষ্ট আবৃত্তিকাৰ, শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ব...

May 4, 2025 12:07 PM May 4, 2025 12:07 PM

views 50

জাপানৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলৰ তিনিদিনীয়া অসম ভ্রমণসূচী আৰম্ভ

জাপানৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰ'ৰ নেতৃত্বত দেশখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল কালি তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হয়। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী নন্দিতা গালোচা আৰু মুখ্য সচিব ড০ ৰবি কোটাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্...

May 3, 2025 7:40 PM May 3, 2025 7:40 PM

views 16

সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস পালন

সংবাদ মাধ্যমৰ কৰ্মীসকলৰ মত প্ৰকাশৰ স্বাধীনতাৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ বিশ্বতে আজি সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস পালন কৰা হৈছে। ৰিপোৰ্টাৰ্ছ উইডাউত বাউণ্ডেৰীছ আৰু আন ভালেকেইটা সংস্থাই এই দিৱসৰ সময়তে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত বিশ্বৰ বিভিন্ন দেশৰ ৰেংকিং প্ৰকাশ কৰে। ইউনেস্কোৰ উ...

May 3, 2025 7:30 PM May 3, 2025 7:30 PM

views 16

কাইলৈ চিকিৎসা আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তিৰ বাবে NEET পৰীক্ষা

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কাইলৈ চিকিৎসা আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা চমুকৈ NEET অনুষ্ঠিত হ'ব। পৰীক্ষা ত্রুটিহীন পৰিচালনাৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে নিৰীক্ষক হিচাপে একোজনকৈ উচ্চ পৰ্যায়ৰ প্ৰশাসনিক বিষয়া এটা বিশেষ নির্দেশনা জৰিয়ত...

May 3, 2025 7:25 PM May 3, 2025 7:25 PM

views 2

জাপানৰ নিম্ন সদনৰ অধ্যক্ষ নুকাগা ফুকুছিৰোৰ অসম ভ্ৰমণ

জাপানৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছ তথা নিম্ন সদনৰ অধ্যক্ষ নুকাগা ফুকুছিৰো অসমলৈ আহিব। ফুকুছিৰোৰ সৈতে জাপানৰ সাংসদ, জাপান চৰকাৰৰ উচ্চ পৰ্যায়ৰ আমোলা বিষয়া, ব্যৱসায়ী আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিকে ধৰি এটা ৫৫ জনীয়া দলে অসম ভ্ৰমণ কৰিব। আজি সন্ধিয়া দলটোৱে গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰিব। বিমান বন্দৰৰ পৰ...

May 3, 2025 7:17 PM May 3, 2025 7:17 PM

views 6

৭ মে’ত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ

৭ মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ চলি আছে। শাসকীয় বিজেপিৰ লগতে মিত্ৰদল অসম গণ পৰিষদ আৰু বিৰোধী দল কংগ্ৰেছৰ উপৰি অন্যান্য ৰাজনৈতিক দল তথা নির্দলীয় প্রার্থীসকলেও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ আজাৰা-ধাৰাপুৰ,...

May 3, 2025 6:46 PM May 3, 2025 6:46 PM

views 4

পৱিত্ৰ হজৰ বাবে ৰাজ্যৰ ৩১৯ জনীয়া প্ৰথমটো দল মদিনালৈ ৰাওনা

পৱিত্ৰ হজৰ বাবে ৰাজ্যৰ ৩১৯ জনীয়া প্ৰথমটো দল আজি মদিনালৈ ৰাওনা হৈছে। আজি পুৱা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত আয়োজিত এটা অনুষ্ঠানত অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে পতাকা জোকাৰি হজ যাত্ৰাৰ শুভাৰম্...

May 3, 2025 12:18 PM May 3, 2025 12:18 PM

views 13

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

● অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট গীতিকাৰ, শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° বিনীতা বৰা দেৱচৌধুৰী আৰু বিশিষ্টা আবৃত্তিকাৰ জুলিয়ানা বেগমে। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থ...

May 3, 2025 12:06 PM May 3, 2025 12:06 PM

views 13

কাজিৰঙাৰ কহঁৰাস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত ৩ দিনীয়া কাৰ্যসূচীৰে প্রকৃতি সম্পর্কে কৰ্মশালা অনুষ্ঠিত

■ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত আৰু আজিম প্রেমজী বিশ্ববিদ্যালয়, বেচৰকাৰী স্বেচ্ছাসেবী সংগঠন আৰণ্যক, কৰবেট ফাউণ্ডেশ্যন, নেচনেল বুক ট্রাষ্ট অফ ইন্ডিয়া, বিশ্ব প্রকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফৰ সহযোগত কাজিৰঙাৰ কহঁৰাত অৱস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত তিন...

May 3, 2025 12:02 PM May 3, 2025 12:02 PM

views 11

জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষসহ ৫ গৰাকী সাংসদৰ ৩ দিনীয়া অসম ভ্রমণসূচী

■ জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষ তথা লিবাৰেল ডেমক্রেটিক পাৰ্টীৰ সাংসদ ফুকুছিৰো নুৰাগা আৰু ৫ গৰাকী সাংসদৰ সৈতে ৩ দিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব। আজি সন্ধিয়া জাপানৰ দলটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব। কাইলৈ পুৱাই প্ৰতিনিধি দলটো উত্তৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।