আঞ্চলিক সংবাদ

May 12, 2025 6:27 PM May 12, 2025 6:27 PM

views 6

শিৱসাগৰ জিলাৰ ১২ খন জিলা পৰিষদৰ ৬ খন আসনত বিজেপিৰ জয়লাভ

শিৱসাগৰ জিলাৰ ৩টা বিধানসভা সমষ্টিৰ ১২ খন জিলা পৰিষদৰ ৬ খন আসনত বিজেপিয়ে জয়লাভ কৰিছে। বাকী ৬ খন আসনৰ ৫ খনত দলটোৱে অগ্ৰগতি লাভ কৰিছে। খেলুৱা জিলা পৰিষদত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে। শিৱসাগৰ বিধানসভা সমষ্টিৰ ২৭ খন আঞ্চলিক পঞ্চায়তৰ ঘোষিত ফলাফলতো বিজেপি আগুৱাই আছে। দলটোৱে ২৩ খন আসনত জয়লাভ ক...

May 12, 2025 11:51 AM May 12, 2025 11:51 AM

views 6

ৰাজ্যত আজি বুদ্ধ পূর্ণিমা উদযাপন

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ দক্ষিণ-পূব এছিয়া আৰু অসমতো আজি বুদ্ধ পূর্ণিমা উদযাপন কৰা হৈছে। গৌতম বুদ্ধৰ জন্মৰ দিনটোৰ লগতে বুদ্ধগয়াত মহাবোধি বৃক্ষৰ তলত তেওঁ পৰিনিৰ্বাণ লাভ কৰা দিন উপলক্ষে আজি বুদ্ধ পূর্ণিমা পালন কৰা হয়। সমগ্ৰ বিশ্বৰ বৌদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলে এই দিনটো উদযাপন কৰাৰ...

May 12, 2025 11:48 AM May 12, 2025 11:48 AM

views 10

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অব্যাহত

পঞ্চায়ত নিৰ্বাচনৰ যোৱা নিশালৈকে লাভ কৰা ভোটগণনাৰ তথ্য অনুসৰি বিজেপিয়ে বিভিন্ন জিলাত অগ্রগতি লাভ কৰিছে। যোৱা নিশা চাৰে ৯ বজালৈকে লাভ কৰা তথ্য অনুসৰি জিলা পৰিষদৰ মুঠ ৩৯৭ খন আসনৰ ভিতৰত বিজেপি মিত্রজোঁটে ২৮৩ খন আসনত জয় বা অগ্রগতি লাভ কৰিছে। ৫১ খনত কংগ্ৰেছ আৰু ৮ খন আসনত এ আই ইউ ডি এফ দলে অগ্রগতি লাভ ক...

May 11, 2025 8:56 PM May 11, 2025 8:56 PM

views 6

গোৱালপাৰাৰ ১৪খন জিলা পৰিষদৰ বাবে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটৰ অগ্রগতি লাভ

ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ২৭খন জিলাত একেলগে চলি আছে। গোৱালপাৰাত ১৪খন জিলা পৰিষদৰ বাবে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটে অগ্রগতি লাভ কৰি আছে৷ আজি অনুষ্ঠিত ভোটগণনা প্ৰক্ৰিয়াত বিজেপি মিত্রজোঁটে ৯খন জিলা পৰিষদে অগ্রগতি লাভ কৰিছে। এ আই ইউ ডি এফে তিনিখন আৰু কংগ্...

May 11, 2025 8:48 PM May 11, 2025 8:48 PM

views 4

ৰাজ্যৰ বিভিন্ন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে

ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ২৭খন জিলাত একেলগে চলি আছে। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ একাংশ পদত ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। এইবাৰ গাঁও পঞ্চায়ত সদস্যৰ বাবে কোনো দলীয় প্ৰাৰ্থী নাছিল, ৰাজনৈতিক দলৰ সলনি নিৰ্দলীয়ভাৱে প্রার...

May 11, 2025 8:35 PM May 11, 2025 8:35 PM

views 5

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ তামুলপুৰ জিলাৰ পাগলাদিয়া নৈত নির্মীয়মান মথাউৰি পৰিদৰ্শন

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি তামুলপুৰ জিলাৰ পাগলাদিয়া নৈত নির্মীয়মান মথাউৰি পৰিদৰ্শন কৰে। মন্ত্ৰী শ্ৰীহাজৰিকাই তামুলপুৰৰ জাৰতালুকত প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মীয়মান মথাউৰিৰ লগতে গোৰেশ্বৰৰ শুক্লাই নৈত নৱনিৰ্মিত মথাউৰিও পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে নিধুৱাত নিৰ্মাণ কৰা মথাউৰি...

May 11, 2025 7:57 PM May 11, 2025 7:57 PM

views 4

গোলাঘাট জিলাৰ খুমটাইৰ মৌখোৱাত বিদ্যুৎস্পৃষ্ট হৈ এজন ছাত্ৰৰ মৃত্যু

গোলাঘাট জিলাৰ খুমটাইৰ মৌখোৱাত আজি পুৱা বিদ্যুৎস্পৃষ্ট হৈ এজন ছাত্ৰৰ মৃত্যু হয়। এই ঘটনাত দুগৰাকী গুৰুতৰভাৱে আহত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি পুৱা টিউচন কৰিবলৈ অহা তিনিগৰাকী ছাত্ৰ-ছাত্ৰীৰ গাত বিদ্যুৎ প্ৰৱাহিত তাঁৰ ছিগি পৰে আৰু লগে লগে মৌখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাজিদুৰ ৰহম...

May 11, 2025 7:53 PM May 11, 2025 7:53 PM

views 14

সমৰ্থ প’ৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে সোমবাৰৰ পৰা ২০২৫-২৬ বৰ্ষত স্নাতক পাঠ্যক্ৰমত নাম পঞ্জীয়ন কৰিব পাৰিব

সমৰ্থ প'ৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে কাইলৈৰ পৰা চলিত ২০২৫-২৬ বৰ্ষত স্নাতক পাঠ্যক্ৰমত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ৰাজ্যৰ শিক্ষা বিভাগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি অনা উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অর্থাৎ ন’ন চি ইউ ই টিৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কাইলৈৰ পৰা ২২ মে’লৈকে আবেদনক...

May 11, 2025 7:48 PM May 11, 2025 7:48 PM

views 21

পৰিয়াল আৰু সমাজলৈ মাতৃসকলৰ অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন

পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰৰ মে'ৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয় ৷ এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়৷ অসম...

May 11, 2025 12:34 PM May 11, 2025 12:34 PM

views 16

ৰাজ্যৰ শিক্ষা বিভাগৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পঞ্জীয়ন জাননী জাৰি

ৰাজ্যৰ শিক্ষা বিভাগে স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পঞ্জীয়নৰ বাবে জাননী জাৰি কৰিছে। সমৰ্থ প'ৰ্টেলৰ জৰিয়তে কাইলৈৰ পৰা চলিত ২০২৫-২৬ বৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। নির্দেশনা অনুসৰি অনা উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অর্থাৎ ন’ন চি ইউ ই টিৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কাই...