May 20, 2025 12:37 PM May 20, 2025 12:37 PM
4
আকাশবাণীত অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ সৈনিকসকলৰ বীৰগাঁথা শৃংখলতা আজি উদ্ধৱ দাসৰ বীৰগাঁথা
অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সেনা বাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি জানিব পাৰিম ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত অসমৰ প্ৰথমগৰাকী ছহিদ উদ্ধৱ দাসৰ বীৰগাঁথা। বাক্...