আঞ্চলিক সংবাদ

June 21, 2025 12:27 PM

views 12

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়মৰ গোচৰত বৰ্খাস্ত ৫২গৰাকী চৰকাৰী বিষয়াৰ চাকৰি বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়মৰ গোচৰত বৰ্খাস্ত ৫২ গৰাকী চৰকাৰী বিষয়াৰ চাকৰি বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ দিছে। উচ্চ ন্যায়ালয়ে কালি বহুসংখ্যক আপীল আবেদনৰ শুনানি লৈ পূৰ্বৰ এজনীয়া বিচাৰপীঠৰ ৰায় আংশিকভাৱে খাৰিজ কৰি বৰ্খাস্ত হোৱা বিষয়াসকলক পুনৰ চাকৰিত মকৰল কৰাৰ নিৰ্দেশ জ...

June 21, 2025 12:24 PM

views 16

২০৩৫ চনৰ ভিতৰত বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত অসমক এখন আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে বিকশাই তোলাৰ বাবে চৰকাৰৰ দীৰ্ঘম্যাদী প্ৰচেষ্টা আৰম্ভ

২০৩৫ চনৰ ভিতৰত বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত অসমক এখন আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে বিকশাই তোলাৰ বাবে ৰাজ্য চৰকাৰে দীৰ্ঘ ম্যাদী প্ৰচেষ্টা আৰম্ভ কৰিছে। অসম বিদ্যুৎ নিয়ামক আয়োগৰ প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যুৎখণ্ডৰ আৰম্ভণি, বিকাশ আৰু ৰূপান্তৰৰ বিভিন্ন তথ্য সম্বলিত থা...

June 21, 2025 12:22 PM

views 27

শক্তিপীঠ কামাখ্যা ধামত কাইলৈৰ পৰা অম্বুবাচী মহাযোগ

শক্তিপীঠ কামাখ্যা ধামত কাইলৈ অম্বুবাচী মহাযোগ আৰম্ভ হ'ব। কাইলৈ বিয়লি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। পৰ্যটন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসন...

June 21, 2025 12:20 PM

views 12

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ আজি নিশা ৮.০২ বজাত বিশেষ দৃষ্টিপাত অনুষ্ঠান

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সদৌ অসম যোগ ক্রীড়া সংস্থাৰ উপ-সভাপতি, যোগবিদ হৰিপ্ৰসাদ তালুকদাৰ আৰু যোগ প্ৰশিক্ষক হিমাদ্রী নাথ কটকীয়ে সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰ...

June 20, 2025 9:09 PM

views 7

শিৱসাগৰৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদটো স্থায়ীভাৱে বন্ধ কৰাৰ সিদ্ধান্ত অ’ এন জি চিৰ

শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদটো তেল আৰু প্ৰাকৃতিক গেছ নিগম অর্থাৎ অ' এন জি চিয়ে স্থায়ীভাৱে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে গেছৰ চাপ হ্ৰাস কৰি ৰিগটোৰ গেছ অন্য কুপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেলত কয়, যে ...

June 20, 2025 9:07 PM

views 42

নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান, মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৭সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনৱদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সংগ্ৰামী জীৱনাদ...

June 20, 2025 9:04 PM

views 23

বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত কেইবাগৰাকীও খ্যাতনামা ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৭সংখ্যক স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতনামা ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰা হয়। তিনিটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, শিক্ষাবিদ ড০ থানেশ্বৰ শৰ্মালৈ শ্ৰীশ্ৰীমাধৱদেৱ বঁটা, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ...

June 20, 2025 9:02 PM

views 52

ৰাজ্যৰ ভিন্ন প্ৰান্তত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৭সংখ্যক স্মৃতি দিৱস পালন

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৭সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়।  অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, শোণিতপুৰ জিলা আৰু তেজপুৰ নগৰ শাখাৰ উদ্যোগত জিলাখনৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। তেজপুৰৰ দৰং মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত এহেজাৰতক...

June 20, 2025 8:57 PM

views 16

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়মৰ গোচৰত বৰ্খাস্ত চৰকাৰী বিষয়াৰ চাকৰি বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়মৰ গোচৰত বৰ্খাস্ত চৰকাৰী বিষয়াৰ চাকৰি বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। ৰাকেশ কুমাৰ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকা অৱস্থাত ধনৰ বিনিময়ত চাকৰি লোৱাৰ অভিযোগত অসম প্ৰশাসনীয় সেৱাৰ বিষয়াকে ধৰি ভালেসংখ্যক বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছি...

June 20, 2025 8:55 PM

views 14

ৰাজ্যৰ ভিন্ন প্ৰান্তত কাইলৈ একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন

বিশ্বৰ বিভিন্ন প্ৰান্তত কাইলৈ একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ'ব। অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত কাইলৈ পুৱা ৬ বজাত হ'বলগীয়া ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।