May 22, 2025 7:00 PM May 22, 2025 7:00 PM
4
ধেমাজিত সমগ্র শিক্ষা অভিযান আৰু নিপুণ অসমৰ সৌজন্যত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন
সমগ্র শিক্ষা অভিযান ধেমাজিৰ উদ্যোগত আৰু নিপুণ অসমৰ সৌজন্যত ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত ছাত্র-ছাত্রীসকলক আনুষ্ঠানিক শিক্ষাৰ প্ৰস্তুতি স্বৰূপে কিদৰে এটা সহজ পৰিবেশ দিব পাৰি সেই সন্দৰ্ভত এলানি সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হৈছে। ছাত্র-ছাত্রীসকলক বিদ্যালয়ত নামভৰ্তিৰ পাছত প্ৰথম তিনি মাহ নৃত্য-গীতৰ ...