আঞ্চলিক সংবাদ

June 14, 2025 12:01 PM June 14, 2025 12:01 PM

views 9

গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ

গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত শেহতীয়াকৈ এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি কালত ৰাজ্য চৰকাৰে এই পদক্ষেপসমূহ শপতনামা ৰূপত ন্যায়ালয়ত দাখিল কৰে। ৰাজ্য চৰকাৰৰ হৈ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব আল...

June 14, 2025 11:58 AM June 14, 2025 11:58 AM

views 10

বিহু আৰু ঝুমইৰ দৰে বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ

বিহু আৰু ঝুমইৰ দৰে বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ বাবে অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত সাংস্কৃতিক পৰিক্ৰমা বিভাগ, বড়ো সাহিত্য সভা, সদৌ বড়ো ছাত্ৰ সন্থা, দুলাৰায় বড়ো হৰিমুৰা আফাত আৰু দুলাৰায় বাথৌ গৌ...

June 14, 2025 11:56 AM June 14, 2025 11:56 AM

views 10

গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত কাইলৈৰ পৰা কেইবাদিনো ধৰি বৰষুণৰ সম্ভাৱনা

গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত চলি থকা অতিপাত গৰম আৰু আৰ্দ্ৰ পৰিৱেশৰ পৰা ৰাইজে পৰৱৰ্তী ২৪ ঘণ্টাত কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে। কাইলৈৰ পৰা ৰাজ্যখনৰ বিভিন্ন অঞ্চলত কেইবাদিনো ধৰি বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। কালি ৰাজ্যখনৰ ভিতৰত ডিব্ৰুগড়ত সৰ্বোচ্চ...

June 14, 2025 11:54 AM June 14, 2025 11:54 AM

views 5

হাজোৰ পি এম শ্রী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কুইজ প্ৰতিযোগিতা

হাজোৰ পি এম শ্রী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ইনলি ফাউণ্ডেচনৰ উদ্যোগত বিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ সৈতে সংগতি ৰাখি লীলাৱতী দাস সোঁৱৰণী কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত হাজো অঞ্চল আৰু পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় বিষয়ক এটা বিশেষ ৰাউণ্ড থাকিব। বি বৰুৱা কৰ্কট প্ৰতি...

June 14, 2025 11:42 AM June 14, 2025 11:42 AM

views 28

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এ এম চি এইছ চিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব

স্বাস্থ্য সেৱাৰ উন্নয়নৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ জেইল ৰোডত এ এম চি এইছ চিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব। বিশ্ব বেংকৰ সাহায্য প্রাপ্ত এছিষ্ট প্ৰকল্পৰ অধীনত ২০৬ কোটি টকা ব্যয় সাপেক্ষে ২৮ হাজাৰ ৮৪৪ বৰ্গ মিটাৰ এলেকাজুৰি এই হাস্পতালখন নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে ডি...

June 14, 2025 10:19 AM June 14, 2025 10:19 AM

views 5

মাজুলীত জিলা আইনসেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি লোক আদালত

ৰাষ্ট্ৰীয় আইনসেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে অনান্য জিলাসমূহৰ লগতে মাজুলী জিলা আইনসেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি জিলাখনত লোক আদালতৰ আয়োজন কৰা হৈছে। লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাদজনিত গোচৰ, চেক বাউন্সৰ গোচৰ, যানবাহন আইন, ১৯৮৮ৰ অধীনৰ গোচৰৰ লগতে আন আন বিষয়ৰ গোচৰসমূহ নিষ্পত্তিৰ দিহা কৰা ...

June 13, 2025 8:25 PM June 13, 2025 8:25 PM

views 5

তিনিচুকীয়াৰ বান আৰু খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি তিনিচুকীয়াৰ বান আৰু খহনীয়া পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বালিজান, লোহিত আৰু নোৱাদিহিং নদীৰ বান আৰু খহনীয়া সমস্যাৰ বুজ লৈ বালিজান নৈৰ মথাউৰি নিৰ্মাণৰ বাবে বিভিন্ন দিশসমূহ পর্যবেক্ষণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নির্দেশ দিয়ে। উল্লেখযোগ্য যে জলসম্পদ বিভাগৰ ডিব...

June 13, 2025 8:19 PM June 13, 2025 8:19 PM

views 5

যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ১০ লাখ টকা মূল্যৰ ক্ৰীড়া সামগ্ৰী বিতৰণ

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ উদ্যোগত যোৰহাটৰ এটা সংঘত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ১০ লাখ টকা মূল্যৰ ক্ৰীড়া সামগ্ৰী বিতৰণ কৰে। সমষ্টি পৰ্যায়ৰ বিত্তীয় অনুদান আঁচনিৰ অধীনত অসমৰ সকলো বিধানসভা সমষ্টি সামৰি ১২৬ টা অগ্ৰণী যুৱক সংঘ বা ক্রীড়া সন্থালৈ বিভিন্ন ক্রীড়া সামগ্ৰী যোগান ধৰ...

June 13, 2025 8:15 PM June 13, 2025 8:15 PM

views 23

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত চলি থকা অতিপাত গৰম আৰু আৰ্দ্ৰ পৰিবেশৰ পৰা ৰাইজে পৰৱৰ্তী ৪৮ ঘণ্টাত কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আজি নিশাৰ ভাগলৈ গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত গাজনি ধেৰেকনিৰে মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দেওবাৰৰ পৰা ৰাজ্যখনৰ...

June 13, 2025 8:10 PM June 13, 2025 8:10 PM

views 6

দেশৰ ৪৫,০০০ পুথিভঁড়াললৈ মহাবীৰ লাচিত বৰফুকন শীৰ্ষক গ্রন্থ প্ৰেৰণ

অসম চৰকাৰে লাচিত বৰফুকনৰ বীৰত্বপূৰ্ণ জীৱনগাথা সমগ্ৰ দেশতে প্ৰচাৰৰ বাবে দেশৰ ৪৫ হাজাৰ পুথিভঁড়াললৈ মহাবীৰ লাচিত বৰফুকন শীৰ্ষক এখনি গ্রন্থ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই জনোৱা অনুসৰি লাচিত বৰফুকনৰ জীৱন সন্দৰ্ভত এখন গ্ৰন্থ ৰচনা কৰি ভাৰতৰ সংবিধান স্বীকৃত আটাইকেইটা ভাষালৈ...