আঞ্চলিক সংবাদ

July 19, 2025 7:51 PM

views 15

অসম চৰকাৰৰ উচ্ছেদ অভিযানক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসম চৰকাৰে জনসাধাৰণৰ বিৰুদ্ধে যুঁজ দিয়া নাই, বৰঞ্চ সীমান্তৰ সিপাৰৰ পৰা অহা অনিয়ন্ত্ৰিত অনুপ্ৰৱেশকাৰীক প্রতিহত কৰাৰ চেষ্টা চলাইছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ সামাজিক মাধ্যমৰ এটা পোষ্ট সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰা...

July 19, 2025 7:45 PM

views 15

চৰকাৰৰ জলসিঞ্চন ব্যৱস্থাৰ ব্যৰ্থতাৰ প্ৰতিবাদত আছুৰ আহ্বানত বিভিন্ন জিলাত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে হোজাই জিলাতো অনাবৃষ্টিৰ ফলত কৃষকে কৃষিকাৰ্যত অসুবিধাৰ সন্মুখীন হৈছে। জিলাখনত চৰকাৰৰ পৰিকল্পিত বিজ্ঞানসন্মত জলসিঞ্চন আঁচনিৰ অভাৱত কৃষকসকলে ধানখেতিৰ বতৰত কৃষিকাৰ্যৰ পৰা বিৰত থাকিবলগীয়া হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত হোজাই জিলা ছাত্ৰ সন্থাই জিলা আয়ুক্তৰ জৰিয়তে জলসিঞ্চন...

July 19, 2025 7:42 PM

views 20

এডভাণ্টেজ আছামৰ অধীনত উমৰাংছ’, হোজাই, ৰঙিয়াত ১০ হাজাৰ কোটি টকা বিনিয়োগৰ বাবে অম্বুজা চিমেণ্টছ লিমিটেডৰে চৰকাৰৰ বুজাবুজিৰ চুক্তি

ৰাজ্য চৰকাৰে বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অধীনত উমৰাংছ', হোজাই আৰু ৰঙিয়াৰ ৩ টা গুৰুত্বপূৰ্ণ চিমেণ্ট গোটত ১০ হাজাৰ কোটি টকা বিনিয়োগৰ বাবে অম্বুজা চিমেণ্টছ লিমিটেডৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰ...

July 19, 2025 12:24 PM

views 17

ডুমডুমা ৰে’লৱে ষ্টেচন মুকলি সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে’ল প্ৰশাসনলৈ পত্ৰ ৰে’লৱে পৰিষদৰ

■ ৰে'লৱে পৰিষদে ডিব্ৰু-শদিয়া ৰে'লপথৰ ডুমডুমা ৰে'লৱে ষ্টেচন মুকলি সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে'ল প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য বাণিজ্যিক পৰিচালকলৈ প্ৰেৰণ কৰা এই পত্ৰখনত যাত্ৰীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আৰু টীকট কাউণ্টাৰ স্থাপন সন্দৰ্ভতো উত্তৰ বিচৰা হৈছে। ৰে'লৱে পৰিষ...

July 19, 2025 12:14 PM

views 13

ৰাজ্যত সংহাৰী ৰূপ ধাৰণ জাপানীজ এনকেফেলাইটিছৰ

● ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপত এতিয়ালৈ ৩০ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে শিশু-মহিলাসহ ২১ গৰাকীৰ গুৱাহাটী চিকিৎসামহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছে। ইয়াৰ মাজত দৰং আৰু বজালীৰ দুজনকৈ, শোণিতপুৰ, ওদালগুৰি, বঙাইগাঁও, বৰপেটা, ধুবুৰী আৰু নগাঁৱৰ এজনকৈ ৰোগী আছে। হাস্পতাল কর্তৃপক...

July 19, 2025 12:09 PM

views 19

কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা এন ডি এফ বিৰ ২২ গৰাকী প্ৰাক্তন সদস্যক জামিনত মুকলি

কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা এন ডি এফ বিৰ ২২ গৰাকী প্ৰাক্তন সদস্যক কালি জামিনত মুকলি কৰি দিয়া হয়। মুকলি কৰি দিয়া সদস্যকেইজন ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত কৰি থকা বিভিন্ন গোচৰত জড়িত থকাৰ অভিযোগত ১০ বছৰ ধৰি কাৰাৰুদ্ধ হৈ আছিল। এই গোচৰসমূহ পাছত ৰাজ্য চৰকাৰক অর্পণ কৰা হয় আৰু জিলা আদালতে তেওঁলোকক ...

July 19, 2025 12:06 PM

views 18

ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে সুসংগঠিত পৰিকল্পনা গ্রহণ কৰিছে

● ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে সুসংগঠিত পৰিকল্পনা গ্রহণ কৰিছে। ইয়াৰ বাবে কাৰিকৰী বিশেষজ্ঞৰ উপৰি সাংস্কৃতিক ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক মন্ত্রী বিমল বৰাই কালি সাংবাদিকৰ আগত এইকথা উল্লেখ কৰি কয়, যে প্ৰথম অৱস্থাত ৰবীন্দ ভৱনটো মেৰামতিৰ বাবে সিদ্ধান্ত লোৱা হৈছি...

July 19, 2025 12:00 PM

views 23

খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিব

■ ৰাজ্য চৰকাৰে খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰ্ণ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্রহণ কৰা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে ৰাজ্যত খৰাংসদৃশ পৰিস্থি...

July 18, 2025 8:28 PM

views 12

ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ শুভাৰম্ভ

ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোৱা নিশা এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী ৰংহাঙে কয়, যে ডিফু ষ্টেচনত ৰাজধানী এক্সপ্ৰেছখ...

July 18, 2025 8:24 PM

views 48

সমাগত বি টি আৰ নিৰ্বাচন সন্দৰ্ভত বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত বৈঠক

সমাগত বি টি আৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সাংগঠনিক কামকাজ আৰু নিৰ্বাচনী প্রস্তুতি তীব্ৰতৰ কৰাৰ লক্ষ্যৰে আজি গুৱাহাটীস্থিত ভাৰতীয় জনতাপাৰ্টী, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা আৰু পৰিকল্পনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।