আঞ্চলিক সংবাদ

June 14, 2025 6:35 PM June 14, 2025 6:35 PM

views 3

দক্ষিণ এছিয় শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ ৭৫ কিলোগ্রাম ওজন শাখাত ৰিংকু দাসৰ ৰূপৰ পদক অৰ্জন

দক্ষিণ এছিয় শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ ৭৫ কিলোগ্রাম ওজন শাখাত ভাৰতৰ ৰিংকু দাসে ৰূপৰ পদক অৰ্জন কৰিছে। ভূটানৰ থিম্পুত অনুষ্ঠিত এই প্রতিযোগিতাত অসমৰ খেলুৱৈগৰাকীয়ে দেশক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনে।

June 14, 2025 6:33 PM June 14, 2025 6:33 PM

views 11

গো-মাংসকেন্দ্ৰিক ঘটনাৰ বাবে ধুবুৰীৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ৩৮জন লোকক আটক

ধুবুৰীত গো-মাংসকেন্দ্ৰিক ঘটনাৰ বাবে আৰক্ষীয়ে যোৱা নিশা সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ৩৮জন লোকক আটক কৰিছে। মুখ্যমন্ত্ৰীয়ে ধুবুৰীৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে কালি আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাই জিলাখনৰ সকলো দাগী অপৰাধীকো গ্ৰেপ্তাৰ কৰাৰ বাবে নির্দেশ দিছিল। জিলাখনত যোৱা কেইবামাহ মান ধৰি পশ্চিম...

June 14, 2025 6:29 PM June 14, 2025 6:29 PM

views 6

বজালী জিলা প্ৰশাসনৰ উদ্যোগত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত

একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বজালী জিলা প্ৰশাসনৰ উদ্যোগত আজি পাঠশালাৰ আজাদ ভৱনত এখন জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতা উদ্বোধন কৰি জিলাখনৰ সহকাৰী আয়ুক্ত আছফাক লস্কৰে কয় যে সুস্থ আৰু সুষম জীৱনশৈলী বৰ্তাই ৰখাৰ ক্ষেত্ৰত যোগাভ্যাসৰ গুৰুত্ব অপৰিসীম। আয়ুষৰ জিলা সমন্বয়ক...

June 14, 2025 6:21 PM June 14, 2025 6:21 PM

views 7

আজিৰে পৰা মৰিগাঁওত সদৌ অসম আৰক্ষী সন্থাৰ দ্বিবার্ষিক অধিবেশন অনুষ্ঠিত

সদৌ অসম আৰক্ষী সন্থাৰ দ্বিবার্ষিক অধিবেশন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁওত অনুষ্ঠিত হৈছে। এই উপলক্ষে জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত নৱ প্ৰজন্মৰ উশৃংখলতা, অভিভাৱকৰ দায়িত্ব আৰু আৰক্ষীৰ ভূমিকা শীর্ষক বিষয়ত আলোচনা কৰা হয়। অনুষ্ঠানত জিলাখনৰ আয়ুক্ত দেৱাশীষ শর্মা...

June 14, 2025 6:20 PM June 14, 2025 6:20 PM

views 5

ৰাজ্যৰ বিভিন্ন জিলাত আজি লোক আদালতৰ জৰিয়তে বিচৰাধীন ভালেসংখ্যক গোচৰ নিষ্পত্তি

ৰাজ্যৰ বিভিন্ন জিলাত আজি লোক আদালতৰ জৰিয়তে বিচৰাধীন ভালেসংখ্যক গোচৰ নিষ্পত্তি কৰা হয়। দক্ষিণ শালমাৰা মানকাচৰ জিলাত অনুষ্ঠিত দ্বিতীয় ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে জিলাখনত অমীমাংসিত ৬৬৫ টা গোচৰৰ ভিতৰত ২০১ টা গোচৰ নিষ্পত্তি কৰা হৈছে। ইয়াৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু বেংক ঋণৰ ১৩৪ টা গোচৰ ম...

June 14, 2025 6:18 PM June 14, 2025 6:18 PM

views 8

ধেমাজি চিটী কলেজৰ প্ৰেক্ষাগৃহত সংশোধিত আইন ব্যৱস্থা সম্পৰ্কীয় কর্মশালা উদ্বোধন ডাঃ ৰণোজ পেগুৰ

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি চিটী কলেজৰ প্ৰেক্ষাগৃহত আয়োজিত সংশোধিত আইন ব্যৱস্থা সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ কর্মশালা উদ্বোধন কৰে। ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত ধেমাজি চিটী কলেজৰ আতিথ্যত আয়োজিত কর্মশালাখনত সংশোধিত আইন ...

June 14, 2025 6:31 PM June 14, 2025 6:31 PM

views 9

অহা ২০ জুনত কেইবাগৰাকীও খ্যাতিমান ব্যক্তিলৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা ঘোষণা ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে এইবছৰৰ বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। অহা ২০ জুনত নলবাৰীত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্রদান কৰা হ'ব। এই অনুসৰি বিষ্ণুৰাভা দিৱসৰ দিনা প্ৰদান কৰিবলগীয়া ৩টা ৰা...

June 14, 2025 12:06 PM June 14, 2025 12:06 PM

views 7

অসম আৰক্ষীৰ ধুবুৰী, হাইলাকান্দি আৰু অপৰাধ অনুসন্ধান শাখাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদত সালসলনি

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰী ভ্ৰমণৰ পাছতে ৰাজ্য চৰকাৰে ফিল্ড অপাৰেচন আৰু পৰিচালনাৰ সুবিধা তথা জনহিতার্থে অসম আৰক্ষীৰ ধুবুৰী, হাইলাকান্দি আৰু অপৰাধ অনুসন্ধান শাখাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদত কিছু সালসলনি কৰিছে। সেই অনুসৰি হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে অতি সোনকালে ধুবুৰীৰ ...

June 14, 2025 12:05 PM June 14, 2025 12:05 PM

views 3

কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই আজি চাবুৱাৰ বালিজানৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব

কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই আজি চাবুৱাৰ বালিজানৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ প্ৰথমটো বানত ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত ব্যাপক ৰূপ ধাৰণ কৰাৰ লগতে বহু সা-সম্পত্তি ধ্বংস হৈছে। পৰৱৰ্তী সময়ত বালিজান, বিন্...

June 14, 2025 12:03 PM June 14, 2025 12:03 PM

views 14

দেশৰ ৪৫ হাজাৰ পুথিভঁড়াললৈ ‘মহাবীৰ লাচিত বৰফুকন’ শীৰ্ষক গ্রন্থ প্ৰেৰণ ৰাজ্য চৰকাৰৰ

অসম চৰকাৰে লাচিত বৰফুকনৰ বীৰত্বপূৰ্ণ জীৱনগাথা সমগ্ৰ দেশতে প্ৰচাৰৰ বাবে দেশৰ ৪৫ হাজাৰ পুথিভঁড়াললৈ মহাবীৰ লাচিত বৰফুকন শীৰ্ষক এখনি গ্রন্থ প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰকাশন পৰিষদক লাচিত বৰফুকনৰ জীৱন সন্দৰ্ভত এখন গ্ৰন্থ ৰচনা কৰি ভাৰতৰ সংবিধান স্বীকৃত আটাইকেইটা ভাষালৈ অনুবাদ ...