আঞ্চলিক সংবাদ

July 20, 2025 12:34 PM

views 19

ধেমাজিৰ গাই নদীৰ বাঢ়নী পানীয়ে বুৰাইছে বৃহত্তৰ অঞ্চল; ধেমাজি-বগীবিল সংযোগী আমগুৰি পথেৰে যাতায়াত ব্যাহত

অৰুণাচল প্ৰদেশত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ধেমাজি জিলাৰ গাই নদী ফেনে ফোটোকাৰে বাঢ়িছে আৰু নৈখনৰ বাঢ়নি পানীয়ে জিলাখনৰ বৃহত্তৰ অঞ্চল জলমগ্ন কৰি তুলিছে। এই বানত ধেমাজিৰ পৰা বগীবিল সংযোগী আমগুৰি পথত থকা এখন পকী দলঙৰ এটা মূৰ খহাই নিয়াত পথছোৱাৰে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে। বানৰ ফলত জিলাখনৰ শ্ৰীপানী...

July 19, 2025 10:20 PM

views 14

শিলচৰৰ অসম বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে টেডেক্স অসম বিশ্ববিদ্যালয়-২০২৫

শিলচৰৰ অসম বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে আজি টেডেক্স অসম বিশ্ববিদ্যালয়, ২০২৫ অনুষ্ঠিত হয়। ৰেছিলিয়েণ্ট ইক’জ ফ্রম দা ইষ্ট অর্থাৎ ‘পূবৰ দৃঢ় প্রতিধ্বনি' শীর্ষক অনুষ্ঠানটোৱে পূৰ্বাঞ্চলৰ সংস্কৃতি, সংগ্রাম, বীৰত্ব, সৃষ্টিশীলতা আৰু জ্ঞান উদযাপনৰ অনন্য মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰে। আজি টেডেক্স প্ৰেৰণাদায়...

July 19, 2025 10:19 PM

views 21

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মেয়ৰ মৃগেন শৰণীয়া, পৌৰ আয়ুক্ত ড০ এম এছ লক্ষ্মীপ্রিয়াৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, গুৱাহাটী পৌৰসভাৰ মেয়ৰ মৃগেন শৰণীয়া আৰু পৌৰ আয়ুক্ত ড০ এম এছ লক্ষ্মীপ্রিয়াই আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে আৰু স্বচ্ছ সর্বেক্ষণ ২০২৪ জৰীপৰ অধীনত গুৱাহাটী চহৰে লাভ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতাৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীক অৱ...

July 19, 2025 10:17 PM

views 18

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীৰ

ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে আজি মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে। শ্ৰীতিৱাৰীয়ে ভাৰত-বাংলাদেশ সীমান্তত প্রায় ২ কোটি টকা ব্যয় সাপেক্ষ নির্মীয়মান ছেকেণ্ড লাইন ডিফেন্সৰ সীমান্ত আৰক্ষী চকীৰ কাম-কাজৰ বুজ লয়। আৰক্ষী চকীৰ কাম–কাজ প্রায় সম্পূৰ্ণ হৈ...

July 19, 2025 10:15 PM

views 20

গোৱালপাৰাৰ উচ্ছেদ অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীক আক্ৰমণ, বিদ্যালয়ত অগ্নিসংযোগ কৰা ঘটনাৰে জড়িত ১০জন লোকক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত উচ্ছেদ অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰা আৰু বিদ্যালয়ত অগ্নি সংযোগ কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এতিয়ালৈকে ১০ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ উপৰি আৰক্ষীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাকৈ ভাবুকি দিয়া চামনুৰ আলী নামৰ লোকজনকো গ্ৰেপ্তাৰ কৰিছে। উল...

July 19, 2025 10:14 PM

views 20

লখিমপুৰত সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ ড্রাগছ সম্বন্ধীয় আলোচনাচক্ৰ

সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়, অসম আৰু এটা বেচৰকাৰী সংস্থাৰ সহযোগত আজি লখিমপুৰ, মাজুলী আৰু ধেমাজিৰ সংবাদকর্মীসকলৰ মাজত লখিমপুৰ জিলাত ড্রাগছ সম্বন্ধীয় এখন আলোচনাচক্ৰৰ আয়োজন কৰা হয়। ড্ৰাগছৰ চাহিদা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় ক্রিয়াশীল পৰিকল্পনাৰ অধীনত ছপা আৰু সংবাদ মাধ্যমৰ ব্যক্তিসকলৰ মাজত সাম...

July 19, 2025 10:13 PM

views 20

চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱত মাতৃৰ টিফিন প্ৰস্তুতকৰণ প্ৰতিযোগিতা

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱৰ লগত সংগতি ৰাখি আজি মাতৃৰ টিফিন প্ৰস্তুতকৰণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতাত উদ্বোধক তথা বিচাৰকৰূপে মাষ্টাৰ্ছ চেফ নয়নজ্যোতি শ‍ইকীয়া উপস্থিত থাকে। প্রায় এশ গৰাকী মহিলাই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত...

July 19, 2025 10:11 PM

views 21

ধেমাজি জিলাৰ গাই নদীৰ বাঢ়নী পানীয়ে বুৰাইছে বৃহত্তৰ অঞ্চল

অৰুণাচল প্ৰদেশত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ধেমাজি জিলাৰ গাই নদী ফেনে ফোটোকাৰে বাঢ়িছে আৰু নৈখনৰ বাঢ়নী পানীয়ে জিলাখনৰ বৃহত্তৰ অঞ্চল জলমগ্ন কৰি তুলিছে। এই বানত ধেমাজিৰ পৰা বগীবিল সংযোগী আমগুৰি পথত থকা এখন পকী দলঙৰ এটা মূৰ খহাই নিয়াত পথছোৱাৰে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে। বানৰ ফলত জিলাখনৰ শ্ৰীপানী...

July 19, 2025 10:10 PM

views 17

সোণাপুৰত দুদিনীয়া কাৰ্যসূচীৰে বিজেপিৰ চিন্তন বৈঠক

আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে সোণাপুৰত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে বিজেপিৰ চিন্তন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত ২০২৬ চনৰ নিৰ্বাচনত দলে কিদৰে আগবাঢ়িব সেই বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ দায়িত...

July 19, 2025 8:18 PM

views 12

শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল তথা পথ দলং নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে'ল তথা পথ দলং নিৰ্মাণত অনুমোদন জনাইছে। ১,৪৭৩ কোটি ৭৭ লাখ টকা ব্যয় সাপেক্ষে এই দলংখন আগিয়াঠুৰি-কামাখ্যা ৰেলপথৰ দ্বৈতকৰণৰ অংশ হিচাপে নিৰ্মাণ কৰা হ'ব। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ এখন বিজ্ঞপ্তি অনুসৰি এক দশমিক ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ষ্টীল কম্পোজ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।