আঞ্চলিক সংবাদ

June 15, 2025 7:50 PM June 15, 2025 7:50 PM

views 4

জনজাতীয়সকলৰ কল্যাণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত ধৰতী আবা জনজাতীয় গাঁও উৎকর্ষ অভিযান আৰম্ভ

জনজাতীয় লোকসকলৰ উৎকৰ্ষ তথা কল্যাণ সাধনৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ পৰা ধৰতী আবা জনজাতীয় গাঁও উৎকর্ষ অভিযান আৰম্ভ কৰে। অহা ৩০ জুনলৈ চলিবলগীয়া এই অভিযানৰ অধীনত জনজাতীয় লোক আৰু পৰিয়ালৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে জনজাতি বসতিপ্রধান গাঁওসমূহলৈ গৈ প্ৰধানমন্ত্রী জন আৰোগ্য...

June 15, 2025 7:42 PM June 15, 2025 7:42 PM

views 1

বিটিআৰ প্ৰশাসনৰ দ্বিতীয় পৰ্যায়ৰ মিছন বৈসুমুঠি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ দ্বাৰা শুভাৰম্ভ

বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ভূমি সম্পৰ্কীয় সেৱা প্ৰদানৰ কাম সুচল কৰি তোলাৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দ্বিতীয় পৰ্যায়ৰ মিছন বৈসুমুঠি শুভাৰম্ভ কৰে। প্ৰথম পৰ্যায়ৰ এই অভিযানৰ সফলতাৰ পাছত বিটিআৰ প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ অভিযানৰ জৰিয়তে কেইবাটাও ভূমি সংক্রান্তিয় সেৱা আগবঢ়াবলৈ সাজু হৈ...

June 15, 2025 1:45 PM June 15, 2025 1:45 PM

views 13

উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ প্ৰাঙ্গনত একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কাউন্ট ডাউন কার্যসূচী অনুষ্ঠিত

ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম, কামৰূপ জিলা প্রশাসন আৰু কামৰূপ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ প্ৰাঙ্গনত একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কাউন্ট ডাউন কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত আৰ্ট অৱ লিভিঙে সহযোগ কৰে। অনুষ্ঠানত কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্...

June 15, 2025 1:42 PM June 15, 2025 1:42 PM

views 11

তেজপুৰ পৌৰ সভাৰ অধীনত  বোকা পৰিশোধন প্রকল্প মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ দ্বাৰা উদ্বোধন

স্বচ্ছ ভাৰত অভিযান নগৰৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আজি তেজপুৰ পৌৰ সভাৰ অধীনত 10 KLD মল, বোকা পৰিশোধন প্রকল্প উদ্বোধন কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী জয়ন্ত মল্লবৰুৱাই এই প্ৰকল্পটো উদ্বোধন কৰে। এই প্ৰকল্পটোৰ জৰিয়তে পেলনীয়া গেদ, বোকা আদি সামগ্রী নিৰাপদে পৰিশোধন কৰি পানীৰ উৎস আৰু জনস্...

June 15, 2025 1:37 PM June 15, 2025 1:37 PM

views 9

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত দিহিং খামটি খেলপথাৰত কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জনপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত দিহিং খামটি খেলপথাৰত কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন কৰে। ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া প্ৰকল্পটো ২০২৬ চনৰ ছেপ্তেম্বৰ মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্য লো...

June 15, 2025 1:17 PM June 15, 2025 1:17 PM

views 3

কৈলাশ মানসৰোবৰ যাত্ৰাৰ প্রথমটো তীর্থযাত্রী দল ছিকিমৰ গেংটকত উপস্থিত

কৈলাশ মানসৰোবৰ যাত্ৰালৈ যাবলগীয়া তীর্থযাত্রীৰ প্রথমটো দল আজি ছিকিমৰ গেংটকত উপস্থিত হ'ব। ছিকিম চৰকাৰে তীৰ্থ যাত্ৰীসকলক আদৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে এইবাৰ পাঁচ বছৰৰ বিৰতিত অহা ২০ জুনত কৈলাশ মানসৰোবৰ যাত্ৰা আৰম্ভ হ'ব। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত পর্যটন আৰু অসামৰিক বিমান পৰিবহন ...

June 15, 2025 1:07 PM June 15, 2025 1:07 PM

views 19

শিৱসাগৰৰ ৰুদ্রসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নম্বৰ ৰীগত হোৱা গেছৰ নির্গমন ৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত আছে

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্রসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নম্বৰ ৰীগত হোৱা গেছৰ নির্গমন ৰোধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। ৰীগটোৰ পৰা অবিৰতভাৱে হৈ থকা নিৰ্গমন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই যদিও বিশেষজ্ঞৰ দ্বাৰা প্ৰচেষ্টা চলাই থকা হৈছে বুলি নিগমে প্ৰেছ বিবৃতিযোগে প্রকা...

June 15, 2025 1:01 PM June 15, 2025 1:01 PM

views 5

হাজোৰ পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লীলাৱতী দাস সোঁৱৰণী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত

হাজোৰ পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি ইলী ফাউণ্ডেচনৰ উদ্যোগত বিদ্যালয়খনৰ মহাৰজত জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি লীলাৱতী দাস সোঁৱৰণী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্রতিযোগিতাত এছ বি দেওৰী কলেজৰ শক্তিমান পেগু আৰু পার্থপ্রতীম ভৰলুৱাই শ্ৰেষ্ঠ দল আৰু উত্তৰ লখিমপুৰ স্বতন্ত্র মহাবিদ্যালয়ৰ...

June 15, 2025 12:58 PM June 15, 2025 12:58 PM

views 12

সংবাদ চলন্তিকাত আজি তৈল প্ৰতিষ্ঠানৰ পৰা গেছ নির্গমনজনিত দুর্ঘটনা সম্পৰ্কীয় বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটীয়ে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত তৈল প্ৰতিষ্ঠানৰ পৰা গেছ নির্গমনজনিত দুর্ঘটনা সন্দৰ্ভত তথ্য চিত্র নির্মাতা জয়চেং জয় দহোতিয়া আৰু শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলীৰ প্ৰতিবেদনৰ আধাৰত যুগুতোৱা অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটিৰ প্ৰযোজনা, পৰিচালনা আকাশবাণী গুৱাহাটীৰ বাতৰি...

June 15, 2025 1:48 PM June 15, 2025 1:48 PM

views 4

স্বাধীনতা সেনানী ছহিদ কুশল কোঁৱৰৰ স্মৃতি দিৱসত ৰাজ্যবাসীৰ শ্রদ্ধা নিবেদন

স্বাধীনতা সংগ্রামী ছহিদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত গোলাঘাট জিলাৰ সৰু পথাৰত ৰে'ল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সংগ্ৰামীগৰাকীক গ্ৰেপ্তাৰ কৰি মৃত্যু দণ্ডৰ হুকুম দিয়া হৈছিল। ১৯৪৩ চনৰ আজিৰ তাৰিখতে কুশল ক...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।