আঞ্চলিক সংবাদ

June 21, 2025 7:10 PM June 21, 2025 7:10 PM

views 81

অ’ এন জি চিৰ ৰীগৰ পৰা গেছ নিগমন ৰোধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত

শিৱসাগৰ জিলাৰ ভটিয়াপাৰত অ' এন জি চিৰ ৰীগৰ পৰা গেছ নিগমন ৰোধ কৰিবলৈ আজি দশম দিনাও চেষ্টা অব্যাহত আছে। আমেৰিকাৰ পৰা অহা তিনিজন বিশেষজ্ঞই কেপিং পদ্ধতি প্রয়োগেৰে গেছ নিগমন ৰোধ কৰিবলৈ নিৰন্তৰ চেষ্টা চলাই আছে। ইপিনে ফুকন নগৰত থকা এছ কে পেট্ৰ'ৰ মুখ্য কাৰ্যালয়ত বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতি...

June 21, 2025 8:08 PM June 21, 2025 8:08 PM

views 5

ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত এটি কলি দুটি পাত আঁচনি সন্দৰ্ভত পর্যালোচনা পীযূষ হাজৰিকাৰ

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে জিলাখনত ৰূপায়িত হৈ থকা মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আৰু মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনি সন্দৰ্ভত পর্যালোচনা কৰে। ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত মন্ত্ৰী শ্ৰীহাজৰিকাই আঁচনিখনৰ সফল ৰূপায়ণ সুনি...

June 21, 2025 6:56 PM June 21, 2025 6:56 PM

views 11

ৰাজ্যৰ বিভিন্ন স্থানত আজি বিভিন্ন কাৰ্যসূচীৰে যোগ দিৱস উদযাপন

এক বিশ্ব এক স্বাস্থ্য মূল মন্ত্ৰৰে আজি ভাৰতৰ লগতে বিশ্বৰ বহুকেইখন দেশত একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদ্যাপন কৰা হয়। ৰাজ্যৰ বিভিন্ন স্থানতো আজি বিভিন্ন কাৰ্যসূচীৰে যোগ দিৱস উদযাপন কৰাৰ বাতৰি আমালৈ আহি আছে। অসম আৰক্ষীৰ উদ্যোগত আজি পুৱা গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ চৌহদত কেন্দ্...

June 21, 2025 8:10 PM June 21, 2025 8:10 PM

views 22

সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মথুৰামোহন গোস্বামীৰ দেহাৱসান

বজালী জিলাৰ সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মথুৰামোহন গোস্বামীৰ আজি দুপৰীয়া দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা গোস্বামীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৫ বছৰ। গোবিন্দপুৰ সত্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা গোস্বামী কবি, নিবন্ধকাৰ ৰূপেও পৰিচিত আছিল। তেওঁ ৰচনা কৰা কেইখনমান ...

June 21, 2025 6:33 PM June 21, 2025 6:33 PM

views 11

শক্তিপীঠ কামাখ্যা মন্দিৰত কাইলৈৰ পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত কাইলৈৰ পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। কাইলৈ বিয়লি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। পুনৰ ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি ক...

June 21, 2025 6:30 PM June 21, 2025 6:30 PM

views 10

ৰাজ্যৰ সকলো সত্ৰৰ ভূমি দখলমুক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সদৌ অসম সত্ৰ মহাসভাৰ

সদৌ অসম সত্ৰ মহাসভাই ৰাজ্যৰ সকলো সত্ৰৰ ভূমি দখলমুক্ত কৰিবলৈ দৃঢ় আৰু সময়োচিত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি অনুষ্ঠিত এখন সংবাদ মেলত সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক তথা নগাঁৱৰ শ্ৰীশ্ৰীজগৰাল সত্ৰৰ সত্ৰাধিক...

June 21, 2025 6:27 PM June 21, 2025 6:27 PM

views 19

বাক্সাৰ নিকাচিত আৰু চিৰাঙৰ কাজলগাঁৱত জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত নিকাচিত জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। নৱনিৰ্মিত জিলা কাৰাগাৰ মুকলি কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয়, যে বাক্সা জিলাৰ উন্নয়নৰ বাবে অসম মালা দ্বিতীয় পৰ্যায়ৰ আঁচনিৰ অধীনত বৰ্মাৰ পৰা তামুলপুৰ আৰু নিকাচিলৈ পথ নিৰ্মাণ কৰি...

June 21, 2025 1:13 PM June 21, 2025 1:13 PM

views 3

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ

দেশ বিদেশত আজি একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। শ্ৰী মোদীয়ে তেওঁৰ ভাষণত কয়, যে যোগে সমগ্র বিশ্বকে একত্রিত কৰিছে। তেওঁ কয়, যে সমগ্র বিশ্ব বর্তমান বিভিন...

June 21, 2025 1:11 PM June 21, 2025 1:11 PM

views 8

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অহা ১ জুলাইত ৭৮সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা ১ জুলাইত ৭৮সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবীত স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰয়াত সহকর্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আ...

June 21, 2025 1:08 PM June 21, 2025 1:08 PM

views 6

ভাৰত-ইংলেণ্ডৰ এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টৰ প্ৰথম দিনা ভাৰতৰ ৩ উইকেটত ৩৫৯ ৰান সংগ্ৰহ

ভাৰত আৰু ইংলেণ্ডৰ মাজত হেডিংলিত অনুষ্ঠিত এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফীৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন টেষ্ট মেচৰ আৰম্ভণিৰ দিনা কালি ভাৰতে তিনিটা উইকেটৰ বিনিময়ত ৩৫৯ ৰান সংগ্ৰহ কৰে। অধিনায়ক শুভমন গীল আৰু সহ-অধিনায়ক ঋষভ পণ্টে আজি আবেলি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰিব ৷ ভাৰতে কালি প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।