June 25, 2025 8:54 PM June 25, 2025 8:54 PM
3
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী সেঁতুৰ নিৰ্মাণকাৰ্যৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেঁতুৰ কাম ডিচেম্বৰ-জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। গৌৰীপুৰত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কাৰ্য চলাই থকা ট্রাম্পেটৰ কামৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্র...