আঞ্চলিক সংবাদ

June 29, 2025 12:13 PM June 29, 2025 12:13 PM

views 6

আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। পৰিসংখ্যা আৰু অৰ্থনৈতিক পৰিকল্পনাৰ বাটকটীয়া অধ্যাপক প্রশান্ত চন্দ্ৰ মহালান’বিছৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে এই দিৱস উদযাপন কৰি অহা হৈছে। এই বৰ্ষত ৭৫ বছৰীয়া ৰাষ্ট্ৰীয় নমুনা জৰীপ বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হৈছে। এই দিৱস উপলক্ষে নতুন দিল্লীত কেন্দ্রীয় মন্ত্রী ৰাও ই...

June 29, 2025 12:08 PM June 29, 2025 12:08 PM

views 17

সাপে দংশন কৰা লোকৰ জীৱন ৰক্ষাৰ বাবে ৰাজ্যত এণ্টি ভেনম প্ৰস্তুতৰ পৰিকল্পনা কৰা হৈছে বুলি সর্পদংশন বিশেষজ্ঞ ডাঃ সুৰজিত গিৰিৰ প্ৰকাশ

সাপে দংশন কৰা লোকৰ জীৱন ৰক্ষাৰ বাবে ৰাজ্যত এণ্টি ভেনম প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি বিশিষ্ট সর্পদংশন বিশেষজ্ঞ ডাঃ সুৰজিত গিৰিয়ে প্ৰকাশ কৰিছে। এই পৰিকল্পনা অহা ৫ৰ পৰা ৭ বছৰৰ ভিতৰত বাস্তৱায়িত হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত যোৱা নিশা প্ৰচাৰিত...

June 29, 2025 12:03 PM June 29, 2025 12:03 PM

views 15

বিদ্যালয় শিক্ষা বিভাগে শাৰদীয় দুর্গাপূজাৰ সময়ত ১২ হাজাৰৰো অধিক শিক্ষক পদত নিযুক্তি দিব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

বিদ্যালয় শিক্ষা বিভাগে শাৰদীয় দুর্গাপূজাৰ সময়ত ১২ হাজাৰৰো অধিক শিক্ষক পদত নিযুক্তি দিব। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰিছে। শিক্ষক পদ পুৰণৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ বাচনি প্রক্রিয়া চলি আছে। এই অনুসৰি পহিলা জুলাইৰ পৰা মাধ্যমিক পৰ্যায়ত খালী হৈ থকা সাত হাজাৰ ৫৮৮ টা শিক্ষক পদ প...

June 28, 2025 11:07 PM June 28, 2025 11:07 PM

views 4

জাগীৰোডৰ উন্নয়ন সন্দৰ্ভত পৰিদৰ্শন ভৱনত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বৈঠক

জলসম্পদ তথা জনসংযোগ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই জাগীৰোডৰ পৰিদৰ্শন ভৱনত মৰিগাঁও জিলাৰ আয়ুক্ত, জাগীৰোড সমজিলা আয়ুক্ত তথা অন্যান্য বিষয়াসকলৰ সৈতে আজি এখন বৈঠকত অংশগ্রহণ কৰে। জাগীৰোডৰ উন্নয়ন সন্দৰ্ভত বিভিন্ন দিশৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। মৰিগাঁও জিলাখনৰ লগতে জাগীৰোড সমষ্টিৰ বিভিন্ন উন্নয়নমূলক...

June 28, 2025 10:56 PM June 28, 2025 10:56 PM

views 2

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সোঁৱৰণত আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত ‘সুৰৰে দেউলৰে’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সোঁৱৰণত আজি আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত আৰু ইনলি ফাউণ্ডেচনৰ সহযোগত সুৰৰে দেউলৰে শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে আজি পুৱা চানমাৰিৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত থকা ৰিক্ৰিয়েচন ক্লাবত অমৰেন্দ্ৰ শৰ্মা, দিপক কুমাৰ দাস আৰু ছা...

June 28, 2025 10:41 PM June 28, 2025 10:41 PM

views 6

গুৱাহাটীত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ‘ইমাৰজেন্সি ডায়েৰীছ’ নামৰ গ্ৰন্থ উন্মোচন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিজ্ঞতাৰ ভিত্তিত সংকলিত হোৱা ইমাৰজেন্সি ডায়েৰীছ নামৰ এখন গ্ৰন্থ গুৱাহাটীৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ব্লু ক্রাফ্‌ট ফাউণ্ডেচনে সংকলন কৰা কিতাপখনৰ আগকথা প্রধা...

June 28, 2025 10:23 PM June 28, 2025 10:23 PM

views 43

২০২৫-২৬ নতুন শিক্ষাবৰ্ষৰ বাবে সকলো বিদ্যালয়লৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ নীতি-নিৰ্দেশনা

ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ২০২৫-২৬ নতুন শিক্ষাবৰ্ষত সকলো বিদ্যালয়ৰ বাবে প্রযোজ্য হোৱাকৈ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰতিগৰাকী শিক্ষকে পুৱা ৯ বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব। শিক্ষকসকলে শৈক্ষিক দিনপঞ্জীত নিৰ্ধাৰণ কৰা সময় অনুসৰিহে বিদ্যালয় এৰিব পাৰ...

June 28, 2025 9:37 PM June 28, 2025 9:37 PM

views 7

কামাখ্যা মন্দিৰত সপৰিয়ালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা; সোণাৰাম খেলপথাৰৰ পৰা কামাখ্যা মন্দিৰলৈ হ’ব ৰ’পৱে

অম্বুবাচী মহাযোগৰ নিবৃত্তিৰ পাছত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সপৰিয়ালে কামাখ্যা মন্দিৰ দৰ্শন কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এইবছৰ অম্বুবাচী মহাযোগ নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে পৰ্যটন বিভাগ, মন্দিৰ পৰিচালনা সমিতিৰ লগতে পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকো ধন্যবাদ জনায়। মন্দিৰ পৰিদৰ্শনৰ অন্তত মু...

June 27, 2025 12:51 PM June 27, 2025 12:51 PM

views 5

মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাৰ মানহানি গোচৰ ৰুজু

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক ৰিণিকী ভূঞা শৰ্মাই এটা মানহানি গোচৰ ৰুজু কৰিছে। ডিব্ৰুগড়ত কংগ্ৰেছৰ এখন সভাত মীৰা বৰঠাকুৰ গোস্বামীয়ে ৰিণিকী ভূঞা শৰ্মাই কামাখ্যা দেৱালয় আৰু মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ধন সংগ্ৰহ ...

June 27, 2025 12:50 PM June 27, 2025 12:50 PM

views 23

সমাগত বি টি চি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী ৰণকৌশল প্রস্তুত

সমাগত বি টি চি নিৰ্বাচনৰ বাবে বি চি আৰ এলেকাত বিভিন্ন ৰাজনৈতিক দলসমূহে নিজৰ নিৰ্বাচনী ৰণকৌশল প্রস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি বাক্সা জিলাৰ জালাহত দলীয় কৰ্মীক সাক্ষাৎ কৰি অঞ্চলটোত দলৰ স্থিতি সম্পৰ্কে আলোচনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে প্ৰতি...