July 31, 2025 8:22 PM
27
ৰাজ্যৰ বিভিন্ন স্থানত বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে সজাগতামূলক কার্যসূচী অনুষ্ঠিত
ৰাজ্যৰ বিভিন্ন স্থানত আজি বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে সজাগতামূলক কার্যসূচী অনুষ্ঠিত হৈছে। বজালী জিলা সমাজকল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত বিচানকুচিত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত ডাইনী সন্দর্ভত থকা অন্ধবিশ্বাস দূৰ কৰি বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। সভাত জিলা সমাজ কল্যাণ ...