August 2, 2025 1:50 PM
16
ডিব্ৰুগড়ত অত্যাধুনিক আঞ্চলিক উৎকর্ষতা কেন্দ্ৰ স্থাপন কৰা হ’ব : সৰ্বানন্দ সোণোৱাল
উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ জৰিয়তে সৱলীকৰণৰ বৃহৎ পদক্ষেপ হিচাপে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ডিব্ৰুগড়ত এটা অত্যাধুনিক আঞ্চলিক উৎকর্ষতা কেন্দ্ৰ স্থাপন কৰিব। আত্মনিৰ্ভৰ ভাৰত অভিযান আৰু কেন্দ্ৰীয় চৰকাৰৰ সামুদ্রিক অমৃতকাল দৃষ্টিভংগী- ২০৪৭ৰ সৈতে সংগতি ৰাখি এই ...