আঞ্চলিক সংবাদ

August 2, 2025 10:51 PM

views 15

নতুন দিল্লীত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থীৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ

ৰাজ্যপালৰ অসম প্ৰতিভা উদগণিমূলক আঁচনি ২০২৫ ৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীসকলৰ বাবে নতুন দিল্লীত বিনামুলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণৰ বাবে সদৌ অসম ভিত্তিক প্ৰতিভা সন্ধানী পৰীক্ষাৰ যোগেদি ১০ গৰাকী প্ৰাৰ্থীক বাছনি কৰা হ’ব। আগ্রহীসকলে ১০ আগষ্টৰ ভ...

August 2, 2025 10:42 PM

views 15

নৃত্যাচাৰ্য যতীন গোস্বামীক ওপজা দিনত আকাশবাণী গুৱাহাটীৰ ওলগ

পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যাচাৰ্য যতীন গোস্বামীৰ আজি ৯৩ সংখ্যক ওপজা দিন উপলক্ষে অনুৰাগীসকলে নৃত্য শিল্পীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি পুৱাৰে পৰা বহু লোকে যশস্বী শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁক শুভেচ্ছা জ্ঞাপন কৰে। আকাশবাণী গুৱাহাটীৰ তৰফৰ পৰা অনুষ্ঠান কাৰ্যবাহী সমন্বয়ক কাৰ্তিক সুত্ৰধ...

August 2, 2025 10:21 PM

views 15

গুৱাহাটীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শিশু মিত্ৰ কাৰ্যসূচীৰ অধীনত ৰাজ্যিক পৰ্যায়ৰ আলোচনাচক্র

অসম আৰক্ষীয়ে শিশু মিত্ৰ কাৰ্যসূচীৰ অধীনত গুৱাহাটীৰ উলুবাৰীৰ মুখ্য কাৰ্যালয়ত এখন ৰাজ্যিক পৰ্যায়ৰ আলোচনাচক্র অনুষ্ঠিত কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কৌশিক গোস্বামীয়ে এই আলোচনাচক্ৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ সুৰক্ষাৰ প্ৰয়োজন হোৱা শিশুসকলে কোনো ধৰণৰ বাধা অবিহনে ন্যায় আৰু পুন...

August 2, 2025 10:11 PM

views 13

বিজনীৰ উত্তৰ-পূব সামৰিক বিদ্যালয়ৰ নতুন শৈক্ষিক ভৱন মুকলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ

পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খাব পৰা এখন ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নৈতিক প্ৰমূল্যৰ সৈতে সংযুক্ত শক্তিশালী শিক্ষা ব্যৱস্থা আৰু ৰাষ্ট্ৰক লৈ গৌৰৱৰ ভাৱনা জৰুৰী বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই প্রকাশ কৰিছে। বিজনী চহৰৰ উত্তৰ পূৱ সামৰিক বিদ্যালয়ৰ নতুন শৈক্ষিক ভৱন মুকলি কৰি ৰাজ্যপালগৰাকীয়ে আজি এইদৰে প্ৰ...

August 2, 2025 9:53 PM

views 12

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনত ৰাজহুৱা উদ্যোগ বিভাগৰ সৌজন্যত গুৱাহাটীত Industry 4.0 শীর্ষক কর্মশালা

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনৰ ৰাজহুৱা উদ্যোগ বিভাগৰ সৌজন্যত আজি গুৱাহাটীত Industry 4.0 শীর্ষক এখন কর্মশালা অনুষ্ঠিত হয়। নুমলিগড় শোধনাগাৰ লিমিটেডৰ সহযোগত আয়োজিত এই কর্মশালাত নতুন আৰু অত্যাধুনিক প্রযুক্তিক কিদৰে আদৰি ল’ব পাৰি আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে ইয়াৰ সুফল কেনেদৰে লাভ কৰিব পাৰে সেই ব...

August 2, 2025 9:47 PM

views 24

মেৰাপানীৰ নেঘেৰিবিলত অহা ৮ আগষ্টত উচ্ছেদ অভিযান

গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত বিগত ৪ দিনত চলোৱা উচ্ছেদ অভিযানত কমেও এহেজাৰ এশ বিঘা ভূমি দখলমুক্ত কৰা হৈছে। আজি পঞ্চম দিনাও অঞ্চলটোত উচ্ছেদ অভিযান চলায়। আজি বিদ্যাপুৰ, দলনিপথাৰ, মধুপুৰ আৰু খেৰবাৰী গাওঁৰ দখলিকৃত ভূমি উচ্ছেদ কৰা হয়। ৰাজ্যৰ প্ৰধান বন সংৰক্ষক এম কে যাদৱে এখন সংবাদমেল...

August 2, 2025 9:17 PM

views 14

চন্দ্ৰপুৰৰ গোৱৰ্দ্ধনৰ পৰা দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীলৈ মালবাহী সামগ্ৰীৰ প্ৰথম পৰীক্ষামূলক যাত্ৰাৰ শুভাৰম্ভ

কপিলী নদীৰ ৰাষ্ট্ৰীয় জলপথৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰৰ গোৱৰ্দ্ধনৰ পৰা দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীলৈ মালবাহী সামগ্ৰীৰ প্ৰথম পৰীক্ষামূলক যাত্রা শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই পদক্ষেপক অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্তৰ্দেশীয় জলপথ পৰিবহ...

August 2, 2025 8:42 PM

views 31

প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ ২০সংখ্যক কিস্তি মুকলি, অসমৰ ২০ লাখৰো অধিক কৃষক উপকৃত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ কুৰি সংখ্যক কিস্তি মোকলাই দিয়ে। এই কিস্তিৰ জৰিয়তে দেশৰ ৯ কোটি ৭০ লাখৰো অধিক কৃষকৰ মাজত ২০ হাজাৰ ৫০০ কোটি টকা বিতৰণ কৰা হয়। ইয়াৰ ভিতৰত অসমৰ ২০ লাখৰো অধিক কৃষকে মুঠ ৪২২ কোটিৰো অধিক ধন লাভ কৰিছে। ডি...

August 2, 2025 8:33 PM

views 27

ছেপ্তেম্বৰৰ তৃতীয় সপ্তাহৰ ভিতৰত বি টি আৰৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ছেপ্তেম্বৰ মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত বি টি আৰৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। ওদালগুৰি জিলাৰ হৰিশিঙা পৰিষদীয় সমষ্টি-ভিত্তিত অনুষ্ঠিত এখন বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি তেওঁ কয় যে বি টি আৰত এইবাৰ বিজেপিয়ে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ...

August 2, 2025 8:17 PM

views 30

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙৰ উপস্থিতিত গুৱাহাটীৰ উলুবাৰীত কেন্দ্ৰীয় প্রশাসনিক ন্যায়াধীকৰণৰ নতুন আদালত আৰু কার্যালয় উদ্বোধন

প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে আজি গুৱাহাটীৰ উলুবাৰীৰ কেন্দ্ৰীয় প্রশাসনিক ন্যায়াধিকৰণৰ গুৱাহাটী শাখাৰ নতুন আদালত আৰু কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে ড° সিঙে কয়, যে বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অগ্ৰাধিকাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ আমূল পৰিৱৰ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।