আঞ্চলিক সংবাদ

July 2, 2025 1:59 PM July 2, 2025 1:59 PM

views 7

‘কৃত্রিম বুদ্ধিমত্তাঃ ভৱিষ্যত প্ৰজন্মৰ বাবে আশীৰ্বাদ নে ভাবুকি’ বিষয় সন্দৰ্ভত যোৰহাটত যুৱ সংসদৰ আয়োজন

● যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি কালি জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত জিলাখনৰ বিভিন্ন চৰকাৰী, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত ‘কৃত্রিম বুদ্ধিমত্তাঃ ভৱিষ্যত প্ৰজন্মৰ বাবে আশীৰ্বাদ নে ভাবুকি' বিষয় সন্দৰ্ভত এখন যুৱ সংসদৰ আয়োজন কৰা হয...

July 2, 2025 1:52 PM July 2, 2025 1:52 PM

views 9

ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত আকাশবাণী গুৱাহাটীৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

● আকাশবাণী গুৱাহাটীৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত কালি সন্ধিয়া আয়োজিত ওপজা দিনৰ সুবাস অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষক, লেখক ৮২ বছৰীয়া আনন্দ দেব গোস্বামী, কামৰূপীয়া ঢুলীয়া শিল্পী ৰঙিয়া বালিসত্র নিবাসী প্রভাত দাস, প্রাক...

July 2, 2025 1:40 PM July 2, 2025 1:40 PM

views 7

অবৈধভাৱে চলি থকা গো-হত্যাৰ বিৰুদ্ধে অসম চৰকাৰৰ কঠোৰ পদক্ষেপ গ্ৰহণ

● ৰাজ্যত অবৈধভাৱে চলি থকা গো-হত্যাৰ বিৰুদ্ধে চৰকাৰে শেহতীয়াকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি কালি আৰক্ষী প্ৰশাসনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ গো-মাংস ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে কালি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুজ্ঞাপত্ৰ বিহীনভাৱে গ...

July 2, 2025 1:47 PM July 2, 2025 1:47 PM

views 18

ৰাজ্যৰ বিদ্যালয়সমূহত মঙলবাৰৰ পৰা গৰম বন্ধ আৰম্ভ

■ ৰাজ্যৰ বিদ্যালয়সমূহত কালিৰেপৰা গৰম বন্ধ আৰম্ভ হৈছে। এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক-মানসিক বিকাশৰ লগতে গঠনমূলক কার্যত জড়িত কৰোৱাৰ উদ্দেশ্যে শিক্ষা বিভাগ আৰু শৈক্ষিক প্রতিষ্ঠানসমূহে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। গ্রীষ্ম বন্ধৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয...

July 2, 2025 12:41 PM July 2, 2025 12:41 PM

views 23

২০২৪-২৫ বৰ্ষত ৬ লাখ ৯৭ হাজাৰ মেট্রিক টন ধান ক্ৰয় কৰা হৈছে: মুখ্যমন্ত্ৰী

ধান ক্ৰয়ৰ ক্ষেত্ৰত অসমে সৰ্বকালৰ অভিলেখ গঢ়িছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে এই পর্যন্ত খাৰিফ বিপণন কালত ২০২৪-২৫ বৰ্ষত ৬ লাখ ৯৭ হাজাৰ মেট্রিক টন ধান ক্ৰয় কৰা হৈছে। এয়া ৰাজ্যৰ কৃষিখণ্ডৰ সৰ্বকালৰ অভিলেখ বুলি মুখ্যমন্ত্ৰীয...

July 2, 2025 1:35 PM July 2, 2025 1:35 PM

views 4

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে কালি দিল্লীত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অসমৰ কেইবাটাও পথ প্ৰকল্পৰ অগ্ৰগতিৰ সম্পৰ্কে আলোচনা কৰাৰ সম্ভাৱনা আছে। একেদৰে মুখ্যমন্ত্ৰী ড০ ...

July 1, 2025 8:21 PM July 1, 2025 8:21 PM

views 4

নগাঁৱত মন্ত্ৰী ৰূপেশ গোৱালাৰ পর্যালোচনা বৈঠক

নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি অসম চৰকাৰৰ চাহ কল্যাণ, চাহ জনজাতি, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ সভাপতিত্বত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ শ্ৰম বিভাগ, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, বিদ্যুৎ, শিক্ষা, মহিলা আৰু শিশু উন্নয়ন বিভাগ, উদ্যোগ, মহকুমা ক...

July 1, 2025 8:14 PM July 1, 2025 8:14 PM

views 5

বৰাক উপত্যকাৰ বিভিন্ন প্রকল্প ক্ষিপ্ৰতাৰে ৰূপায়ণত গুৰুত্ব আৰোপ

বৰাক উপত্যকা উন্নয়ন বিভাগৰ উদ্যোগত অঞ্চলটোৰ উন্নয়নৰ বাবে হাতত লোৱা বিভিন্ন প্রকল্প ক্ষীপ্ৰতাৰে ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। আজি শিলচৰৰ চাৰ্কিত হাউচত বিভাগৰ অস্থায়ী কার্যালয় উদ্বোধন কৰি মন্ত্ৰী কৌশিক ৰায়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে এই কার্যালয় স্থায়ীভাৱে অহা জানুৱাৰী মাহত শ্ৰীকো...

July 1, 2025 8:07 PM July 1, 2025 8:07 PM

views 6

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস হিচাপে ‘ওপজা দিনৰ সুবাস’ শীৰ্ষক সংগীতানুষ্ঠানৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৭৮ বছৰত ভৰি দিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা বিভাগটোৰ লবীত কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ পৰিয়ালে আগবঢ়োৱা আলোকচিত্র আনুষ্ঠানিকভাৱে অনাবৰণ কৰা হয়। অষ্টসপ্ততিতম প্রতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ...

July 1, 2025 2:20 PM July 1, 2025 2:20 PM

views 20

দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰা জিলা দিৱস পালন

দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰা জিলা দিৱস পালন কৰা হৈছে। অবিভক্ত গোৱালপাৰা জিলাৰ পৰা ১৯৮৩ চনৰ এক জুলাইত তিনিখন পৃথক জিলা গঠন হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত চাৰি বছৰৰ পৰা পহিলা জুলাইৰ দিনটো গোৱালপাৰা জিলা দিৱস হিচাপে পালন কৰি অহা হৈছিল। জিলা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা পঞ্চৰত্...