আঞ্চলিক সংবাদ

August 14, 2025 6:49 PM

views 11

কাইলৈৰ পৰা ২১ আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাৰ আয়োজন

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কাইলৈৰ পৰা ২১ আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাৰ আয়োজন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্য্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই নাটমেলাৰ আয়ো...

August 14, 2025 6:47 PM

views 10

হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

স্বাধীনতা দিৱস উপলক্ষে যোৱা ২ আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। শোণিতপুৰ জিলাত বিজেপিৰ তেজপুৰ নগৰ মণ্ডল আৰু হলেশ্বৰ মণ্ডলৰৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা উলিওৱা হয়। একেদৰে ন-দুৱাৰ সমষ্টিৰ চাৰিদুৱাৰ বন বিভাগৰ কা...

August 14, 2025 6:44 PM

views 34

খিলঞ্জীয়া লোকসকলৰ বাবে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সুকীয়া সেৱা সেতু প’ৰ্টেল মুকলি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেটৰ সিদ্ধান্তমর্মে দুর্গম অঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ উদ্দেশ্যে এটা সুকীয়া সেৱা সেতু প’ৰ্টেল মুকলি কৰে। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেলত ড° শৰ্মাই কয়, যে ৰাজ্যৰ স্থায়ী বাসিন্দা তথা খিলঞ্জীয়া ...

August 14, 2025 7:21 PM

views 42

নলবাৰীত ৫৭৬ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এখন সেতুৱে কেৱল চৰকাৰৰ উন্নয়নমুখী পদক্ষেপকে প্রতিনিধিত্ব নকৰে বৰং মানুহৰ মাজৰ দুৰত্ব নোহোৱা কৰি ঐক্যবদ্ধ সমাজ নির্মাণতো বিশেষ ভূমিকা গ্ৰহণ কৰে। নলবাৰী জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে ৫৭৬ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকা...

August 14, 2025 7:19 PM

views 33

বিভিন্ন জিলা প্রশাসনৰ স্বাধীনতা দিৱসৰ উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশ ল'ব। পুৱা ৯ বজাত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে...

August 13, 2025 9:45 PM

views 25

আকাশবাণীত অহা ৩১ আগষ্টত প্ৰধানমন্ত্ৰীৰ ১২৫সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩১ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব মন কী বাত অনুষ্ঠানৰ ১২৫ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০-১১-৭৮০০ ট'ল ফ্ৰী নম্বৰ ফোন কৰি তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ আগবঢ়াব পাৰিব। জনসাধাৰণে লগতে নৰেন্দ্ৰ মোদী এপ অথবা ...

August 13, 2025 9:34 PM

views 19

বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিত দুখন আদৰ্শ বিদ্যালয়ৰ গৃহ উদ্বোধন

বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিত ৫০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা দুখন আদৰ্শ বিদ্যালয়ৰ গৃহ আজি উদ্বোধন কৰা হয়। ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মণ্টু বড়োৱে গৃহ দুটা উদ্বোধন কৰে। অঞ্চলী চৰকাৰী মজলীয়া বিদ্যালয় আৰু দৈচাগুৰি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ গৃহ দুটা মুকলি কৰা হয়।

August 13, 2025 9:32 PM

views 16

উত্তৰ প্ৰদেশত অনুষ্ঠিত ১৫ বছৰ অনূৰ্ধ্ৱ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাত অসমৰ এটা সোণসহ ৭টা পদক অর্জন

অসমে উত্তৰ প্ৰদেশত অনুষ্ঠিত ল'ৰা আৰু ছোৱালীৰ ১৫ বছৰ অনূৰ্ধ্ৱ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাত এটা সোণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জসহ মুঠ ৭ টা পদক অর্জন কৰিছে। আজি সামৰণি পৰা এই প্ৰতিযোগিতাৰ ৩৭ৰ পৰা ৪০ কিলোগ্রাম ওজন শাখাত প্ৰিয়াক্ষী গগৈয়ে তামিলনাডুৰ এছ সাৰথ তামিলক ৫–০ পইণ্টত পৰাভূত কৰি সোণ...

August 13, 2025 9:30 PM

views 18

আকাশবাণী গুৱাহাটীৰ ১৬ আগষ্টৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘স্বাধীনতাৰ প্ৰত্যাশা- কি পালো, কি নাপালো’ শীর্ষক আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰই স্বাধীনতাৰ ৭৮ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰচাৰ কৰি অহা অনুষ্ঠানমালাৰ অংশ হিচাপে অহা ১৬ আগষ্ট শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। "স্বাধীনতাৰ প্ৰত্যাশা-কি পালো, কি নাপালো" শীর্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্ত...

August 13, 2025 9:27 PM

views 7

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে চাওতালী সাহিত্য পৰিষদৰ প্ৰতিনিধিৰ বৈঠক

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জনতা ভৱনত চাওতালী সাহিত্য পৰিষদৰ প্ৰতিনিধিবর্গৰ সৈতে বুনিয়াদি স্তৰত চাওতালী ভাষাত শিক্ষাদান সন্দৰ্ভত আলোচনা কৰে। বৈঠকত এশ শতাংশ ছাত্র-ছাত্রী থকা ৩৩৭ খন প্ৰাথমিক বিদ্যালয়ৰ তালিকা পৰ্যালোচনা কৰি এই শিক্ষানুষ্ঠানসমূহত চাওতালী ভাষাত শিক্ষাদান সুনিশ্চিত কৰিবলৈ উপযুক্ত ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।