আঞ্চলিক সংবাদ

July 15, 2025 12:35 PM July 15, 2025 12:35 PM

views 12

সামাজিক মাধ্যমযোগে ঘৃণা বিয়পোৱা বক্তব্য নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে সামাজিক মাধ্যমযোগে ঘৃণা বিয়পোৱা বক্তব্য নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিছে। অৱশ্যে এই ক্ষেত্ৰত নাগৰিকৰ বাক্ স্বাধীনতা যাতে খর্ব নহয়, সেয়া নিশ্চিত কৰিবলৈও ন্যায়ালয়ে নির্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগৰত্না আৰু কে ভি বিশ্বনাথ...

July 15, 2025 12:33 PM July 15, 2025 12:33 PM

views 6

ৰাজ্যৰ সাতখন শিক্ষানুষ্ঠানত উপাচার্য নিযুক্তি

মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত কৰা ৰাজ্যৰ সাতখন শিক্ষানুষ্ঠানত কালি উপাচার্য নিযুক্তি দিয়া হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত অধ্যাপক জ্যোতিপ্ৰসাদ শ‍ইকীয়াক, শিৱসাগৰ বিশ্ববিদ্যালয়ত অধ্যাপক মহাদেৱ পাটগিৰিক, নগাঁও বিশ্ববিদ্যালয়ত অধ্যাপক হিতেশ ডেকাক, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত ...

July 15, 2025 12:31 PM July 15, 2025 12:31 PM

views 15

আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্রালয়ে ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে আশুতোষ কুমাৰ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত হৈ আছিল। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ক উ...

July 15, 2025 12:29 PM July 15, 2025 12:29 PM

views 11

আলফাৰ প্ৰত্যাক্ৰমণৰ আশংকাত সীমান্ত অঞ্চলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত যোৱা দেওবাৰে হোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অৱশ্যে সেনা বাহিনী, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এতিয়ালৈকে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। চৰকাৰৰ এই স্থিতিৰ বিপৰীতে সংগঠনটোৱে এটা বিবৃতিত সেনা বাহিনীৰ এই আক্ৰম...

July 15, 2025 11:52 AM July 15, 2025 11:52 AM

views 13

ছিকিমত দেশৰ প্ৰথমখন ডিজিটেল যাযাবৰ গাঁও আনুষ্ঠানিকভাৱে মুকলি

ছিকিমৰ পায়ং জিলাৰ য়াকটেন গাঁৱত কালি দেশৰ প্ৰথমখন ডিজিটেল যাযাবৰ গাঁও আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ৰাজ্যৰ মহিলা, শিশু, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ কল্যাণ বিভাগৰ উপদেষ্টা তথা বিধায়ক পামিন লেপচাই এই গাঁও মুকলি কৰে। এই প্ৰচেষ্টাৰ উদ্দেশ্য হৈছে বহনক্ষম তথা দুর্গম অঞ্চলতো উন্নত ডিজিটেল ব্যৱস্থাৰ সুবিধ...

July 14, 2025 8:00 PM July 14, 2025 8:00 PM

views 12

পৰহিলৈ অসমত উপস্থিত হ’ব ৰাহুল গান্ধী আৰু মল্লিকার্জুন খাৰ্গে

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী অসম প্ৰদেশ কংগ্ৰেছৰ কর্মীসভা আৰু সতীৰ্থ সন্মিলনত অংশ লোৱাৰ বাবে পৰহিলৈ অসমলৈ আহিব। নেতা দুয়োগৰাকীক আদৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সামাজিক আৰু তথ্য প্ৰযুক্তি বিভাগে বিশেষ কার্যসূচী লৈছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰ...

July 14, 2025 7:58 PM July 14, 2025 7:58 PM

views 12

গুৱাহাটী শিশু মহোৎসৱৰ আজি পঞ্চম দিনা দন্ত সজাগতা চিকিৎসা শিবিৰ মুকলি

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱৰ আজি পঞ্চম দিনা দন্ত সজাগতা চিকিৎসা শিবিৰ মুকলি কৰা হয়। আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ডাঃ ৰুবী কটকীৰ তত্বাৱধানত আয়োজিত শিবিৰত অভিভাৱকসকলে অংশগ্ৰহণ কৰে। ডাঃ কটকীয়ে অসম প্ৰকাশন পৰিষ...

July 14, 2025 7:56 PM July 14, 2025 7:56 PM

views 6

কাছাৰ জিলাত কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্রকল্প পৰিদৰ্শন ড° ৰবি কোটাৰ

ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাই চাৰিদিনীয়া বৰাক উপত্যকা ভ্রমণসূচীৰ আজি অন্তিম দিনা কাছাৰ জিলাত কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্রকল্প পৰিদৰ্শন কৰে। তেওঁ কৃষক, শ্রমিক আৰু প্ৰশাসনৰ মাজত সমন্বয়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। মুখ্য সচিবগৰাকীয়ে আজি লক্ষীপুৰৰ মাৰ্কলিন আনাৰস বাগিচা পৰিদৰ্শন কৰে। তেওঁ আনাৰস খেতিয়ক...

July 14, 2025 7:51 PM July 14, 2025 7:51 PM

views 6

স্বনামধন্য কবি নৱকান্ত বৰুৱাৰ পুণ্য তিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ পুণ্য তিথি উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহকৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহ জীৱনৰ ৰহস্য আৰু উপলব্ধি, প্ৰেমৰ অনুকম্প প্ৰকাশ আৰু পৃথিৱীৰ প্ৰতি ভাল পোৱাৰে সমৃদ্ধ। তেওঁৰ ভাৱ আৰু ভাষাই সাম্প্রতিক সময়তো জনমানসক...

July 14, 2025 7:48 PM July 14, 2025 7:48 PM

views 19

চৰাইদেউত আলফা স্বাধীনৰ বিৰুদ্ধে চলোৱা অভিযানত ১০জন লিংকমেন গ্ৰেপ্তাৰ

চৰাইদেউ জিলা আৰক্ষীয়ে আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান চলাই যোৱা দুদিনত ১০জন লিংকমেনক গ্ৰেপ্তাৰ কৰিছে। পূৰ্বে আটকাধীন আলফাৰ লিংকমেনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলায়। সমাগত স্বাধীনতা দিৱসত সম্ভাৱ্য কূটাঘাত ৰোধৰ লক্ষ্যৰে আৰক্ষীয়ে এই অভিযান তীব্ৰতৰ কৰি তুলিছে। গ্ৰেপ্তাৰ হোৱা লিংকমেনসকল হ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।