আঞ্চলিক সংবাদ

July 19, 2025 12:06 PM July 19, 2025 12:06 PM

views 3

ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে সুসংগঠিত পৰিকল্পনা গ্রহণ কৰিছে

● ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে সুসংগঠিত পৰিকল্পনা গ্রহণ কৰিছে। ইয়াৰ বাবে কাৰিকৰী বিশেষজ্ঞৰ উপৰি সাংস্কৃতিক ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক মন্ত্রী বিমল বৰাই কালি সাংবাদিকৰ আগত এইকথা উল্লেখ কৰি কয়, যে প্ৰথম অৱস্থাত ৰবীন্দ ভৱনটো মেৰামতিৰ বাবে সিদ্ধান্ত লোৱা হৈছি...

July 19, 2025 12:00 PM July 19, 2025 12:00 PM

views 6

খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিব

■ ৰাজ্য চৰকাৰে খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰ্ণ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্রহণ কৰা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে ৰাজ্যত খৰাংসদৃশ পৰিস্থি...

July 18, 2025 8:28 PM July 18, 2025 8:28 PM

views 5

ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ শুভাৰম্ভ

ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোৱা নিশা এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী ৰংহাঙে কয়, যে ডিফু ষ্টেচনত ৰাজধানী এক্সপ্ৰেছখ...

July 18, 2025 8:24 PM July 18, 2025 8:24 PM

views 37

সমাগত বি টি আৰ নিৰ্বাচন সন্দৰ্ভত বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত বৈঠক

সমাগত বি টি আৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সাংগঠনিক কামকাজ আৰু নিৰ্বাচনী প্রস্তুতি তীব্ৰতৰ কৰাৰ লক্ষ্যৰে আজি গুৱাহাটীস্থিত ভাৰতীয় জনতাপাৰ্টী, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা আৰু পৰিকল্পনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্...

July 18, 2025 8:18 PM July 18, 2025 8:18 PM

views 3

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন পুনৰ মুকলিৰ দাবীত সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ প্ৰতিবাদ

৩ বছৰ ধৰি বন্ধ হৈ থকা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন পুনৰ মুকলি কৰাৰ দাবীত আজি সাংস্কৃতিক ঐক্যমঞ্চ অসমে প্ৰতিবাদ সাব্যস্ত কৰে। ঐক্যমঞ্চৰ নেতৃত্বত নাট্যশিল্পী, অভিনেতা, শিল্পী কলাকুশলীসকলে গীতে-মাতে প্ৰতিবাদ সাব্যস্ত কৰি ছমাহৰ ভিতৰত ৰবীন্দ্ৰ ভৱন মুকলি কৰি দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। উল্লেখযোগ্য যে কেইবা...

July 18, 2025 8:13 PM July 18, 2025 8:13 PM

views 3

গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চোকা পহৰাৰ ব্যৱস্থা

গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত কালি সংঘৰ্ষ হোৱা স্থানৰ পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে আৰু আৰক্ষীয়ে অঞ্চলটোত চোকা পহৰাৰ ব্যৱস্থা কৰিছে। অসম আৰক্ষীৰ পশ্চিম অসম সংমণ্ডলৰ উপ মহা পৰিদৰ্শক ডি. বিজয় কুলিগামে অঞ্চলটোত উপস্থিত হৈ আজি পৰিস্থিতি নিৰীক্ষণ কৰে। অঞ্চলটোত আৰক্ষীৰ ৰেপিড এক্সন ফোৰ্ছ ...

July 18, 2025 8:09 PM July 18, 2025 8:09 PM

views 5

উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যত চলিত বছৰৰ অক্টোবৰৰ ভিতৰত পুনৰ ৪০ৰ পৰা ৫০ হাজাৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আজি উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইকথা প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনত নিযুক্ত ডেৰ লাখতকৈ...

July 18, 2025 8:00 PM July 18, 2025 8:00 PM

views 19

ডিব্ৰুগড়ত শিক্ষকৰ আবাসগৃহ আৰু ছাত্রাবাস নিৰ্মাণৰ প্ৰকল্পত অসম মন্ত্ৰীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৩৫৭ কোটি টকা ব্যয় সাপেক্ষে শিক্ষকৰ আবাসগৃহ আৰু ছাত্রাবাস নিৰ্মাণৰ প্ৰকল্পত অনুমোদন জনাইছে। ৮৫ হাজাৰ ৫০৯ বৰ্গ মিটাৰ এলেকাজুৰি নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ...

July 18, 2025 1:27 PM July 18, 2025 1:27 PM

views 9

গৌৰীপুৰত আৰক্ষী অভিযানত মাদক দ্রব্য জব্দ কৰাৰ লগতে ২ সৰবৰাহকাৰীক আটক

■ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে কালি অভিযান চলাই বুজন পৰিমাণৰ মাদকদ্রব্য জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। গৌৰীপুৰৰ ডুমৰদহৰ ঠেংমেলা হাটত কালি বিয়লি চলোৱা অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰৰ লগতে আঠটা ম'বাইল ফোন, দুখন মটৰ চাইকেল আৰু অন্যান্য সামগ্রী জব্দ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰ...

July 18, 2025 1:21 PM July 18, 2025 1:21 PM

views 31

ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ

● ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোৱানিশা এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী ৰংহাঙে কয়, যে ডিফু ষ্টেচনত ৰাজধানী এক্সপ্ৰেছ...