August 19, 2025 7:02 PM
17
বিটিচিৰ নৱ নিযুক্ত বন বিষয়া আৰু বনকৰ্মীসকলক নিযুক্তিপত্ৰ প্ৰদান
তামুলপুৰ জিলাত শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি বিটিচিৰ নৱ নিযুক্ত বন বিষয়া আৰু বনকৰ্মীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৮৪ গৰাকী বন বিষয়া আৰু ৩৩০ গৰাকী বনকৰ্মীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰে। অনুষ্ঠানত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বন...