আঞ্চলিক সংবাদ

August 17, 2025 12:50 PM

views 15

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, ডিব্ৰুগড়ৰ শিক্ষা বিভাগৰ ২০২৫-২৬ শিক্ষাবৰ্ষত হ’বলগীয়া পাঠ্যক্ৰমৰ বাবে আৱেদন আহ্বান

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, ডিব্ৰুগড়ৰ শিক্ষা বিভাগে ২০২৫-২৬ শিক্ষাবৰ্ষত হ'বলগীয়া নাৰ্ছিং, ফার্মাচিউটিকেল ছায়েন্স, পেৰামেডিকেল, বাণিজ্য আৰু মেনেজমেণ্ট, ইঞ্জিনিয়াৰিং, কম্পিউটাৰ পাঠ্যক্ৰমৰ বাবে ইচ্ছুক প্রার্থীৰ পৰা আবেদন বিচাৰিছে। নির্বাচিত প্রার্থীসকলক যিকোনো চৰকাৰী স্বীকৃতিপ্রাপ্ত শিক্ষান...

August 17, 2025 12:48 PM

views 17

সীমা বিশ্বাস অভিনীত ‘অনশুনি চিখেঁ’ ছবিলৈ ঊনবিংশ অযোধ্যা চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান

ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত প্ৰসিদ্ধ অভিনেত্রী সীমা বিশ্বাসে এককভাৱে অভিনয় কৰা ‘অনশুনি চিখেঁ’ নামৰ চুটি ছবিখনে ঊনবিংশ অযোধ্যা চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান লাভ কৰিছে। ইতিপূৰ্বে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সমাদৰ লাভ কৰা এই ছবিখন ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়া প...

August 17, 2025 12:22 PM

views 24

বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

বিশ্বনাথ জিলা প্রশাসনে আজি ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত উচ্ছেদ চলোৱা হৈছে। যোৱা ২ আগষ্টত অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদ অভিযানৰ জাননী জাৰি কৰি তেওঁলোকক ১৫ দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ কৈছিল। অবৈধ দখলকাৰীক সেই স্থান এৰি যাবলৈ কালি মাইক যোগে অন্তিমবাৰৰ বাবে ঘোষণা কৰা হয়। উচ্ছেদ অভিযানৰ বাবে ২০ খ...

August 17, 2025 12:20 PM

views 23

গুৱাহাটীৰ দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ কাষৰীয়া এলেকাক পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে ঘোষণাৰ অধিসূচনা জাৰি

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে গুৱাহাটীৰ দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ কাষৰীয়া এলেকাক পৰিৱেশ সংবেদনশীল অঞ্চল (ইক' ছেনজিটিভ জ’ন) হিচাপে ঘোষণাৰ অধিসূচনা জাৰি কৰিছে। মন্ত্ৰ্যালয় ১৯৮৬ চনৰ পৰিৱেশ সুৰক্ষা আইনৰ অধিনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্ববৃহৎ জলাশয় তথা বিভিন্ন বিলুপ্তপ্ৰায...

August 17, 2025 12:17 PM

views 19

আজি পুৱতি নিশাৰ ধাৰাষাৰ বৰষুণত গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চলত কৃত্রিম বান

পুৱতি নিশা বিজুলী-ঢেৰেকণিৰ সৈতে অহা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল কৃত্রিম বানত বুৰ গৈছে। মহানগৰীখনৰ নবীন নগৰ, অনিল নগৰ, হাতীগাঁও, ৰুক্মিনীনগৰ, চানমাৰি আদি অঞ্চলত হোৱা বানৰ ফলত পুৱাৰে যাতায়াত ব্যাহত হৈ পৰিছে। বিভিন্ন স্থানত গছ আৰু বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত বিদ্যুতৰ যোগান বি...

August 16, 2025 9:09 PM

views 39

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৌহার্দ্যপূর্ণ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে সৌহার্দ্যপূর্ণ বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতাই উভয় ৰাজ্যৰ পাৰস্পৰিক বিকাশ সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। বৈঠকত উভয় ৰাজ্যৰ উন্নয়ন আৰু সহযোগিতামূলক পদক্ষেপৰ বিষয়েও আলোচনা কৰা হয়।

August 16, 2025 9:03 PM

views 30

অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীৰ চচলত অনুষ্ঠিত আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতাত দ্বিমুকুট অৰ্জন

অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীৰ চচলত অনুষ্ঠিত আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতাত দ্বিমুকুট অৰ্জন কৰিছে। নিব্ৰাছে সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেংকিং প্রতিযোগিতাখনত ল'ৰাৰ ১৪ বছৰ অনুৰ্দ্ধ ছিংগলছ আৰু ডাবলছ শাখাত খিতাপ লাভ কৰে। ১৪ আৰু ১৬ বছৰ অনুৰ্দ্ধৰ ল'ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত ছিংগ...

August 16, 2025 9:01 PM

views 16

শেহতীয়াকৈ ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা বজালী মহাবিদ্যালয়ৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস বর্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন

শেহতীয়াকৈ ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা বজালী মহাবিদ্যালয়ৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বর্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়। অনুষ্ঠানত কাৰ্যসূচী অনুসৰি পুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক ধনপতি ডেকাই পতাকা উত্তোলন কৰে। ইয়াৰ পিছত প্ৰতিষ্ঠাপক অধ্যক্ষ কামেশ্বৰ দাসৰ প্ৰতিমূৰ্তিৰ সন্মুখত...

August 16, 2025 7:50 PM

views 19

ৰাজ্যৰ বিভিন্ন অংশত শোক দিৱস পালন

ধেমাজিত ২০০৪ চনৰ ১৫ আগষ্টত বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা ১৩টি শিশুক স্মৰণ কৰি ৰাজ্যৰ বিভিন্ন অংশত আজি শোক দিৱস পালন কৰা হৈছে। গুৱাহাটী অৱস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগতে ডিব্ৰুগড়, কাৰ্বি আংলং, বৰপেটা আদি বিভিন্ন জিলাত এই শোক দিৱসৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাহিলীপাৰাৰ...

August 16, 2025 7:29 PM

views 35

বিশ্বনাথ জিলা প্রশাসনৰ কাইলৈ ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত উচ্ছেদ

বিশ্বনাথ জিলা প্রশাসনে কাইলৈ ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত উচ্ছেদ চলাব। উচ্ছেদ অভিযানৰ বাবে আৰক্ষী প্ৰশাসনে প্রস্তুতি সম্পূৰ্ণ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে অঞ্চলটোত আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে আৰু অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদ অভিযান...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।