August 17, 2025 8:17 PM
33
২০৩৬ চনৰ পূৰ্বে ৰাছিয়াই শুক্রগ্রহ পুনৰ ভ্ৰমণৰ বাবে ভেনেৰা ডি অভিযান আৰম্ভ কৰিব
■ ২০৩৬ চনৰ পূৰ্বে ৰাছিয়াই শুক্রগ্রহ পুনৰ ভ্ৰমণৰ বাবে ভেনেৰা ডি অভিযান আৰম্ভ কৰিব। দেশখনৰ মহাকাশ গৱেষণা সংস্থাই জনাইছে যে, দেশখনৰ এই নতুন মহাকাশ কাৰ্য্যসূচীৰ প্ৰাৰম্ভিক কাম-কাজ ২০২৬ বৰ্ষৰ জানুৱাৰী মাহত আৰম্ভ হ'ব। এই অভিযানত এখন লেণ্ডাৰ, এটা বেলুন প্রোব আৰু কক্ষপথত পৰিভ্ৰমণ কৰিব পৰা এখন মহাকাশযান অন্...