ৰাষ্ট্ৰীয়

July 13, 2024 1:10 PM July 13, 2024 1:10 PM

views 10

প্ৰধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত অসমৰ বাবে ৩৭৮ কোটি ৬৮ লাখ টকা আৱণ্টন

● কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত ৰাজ্যৰ বাবে ৩৭৮ কোটি ৬৮ লাখ টকা আৱণ্টন দিছে। এই পুঁজিৰে ৫৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৭৮টা পথ আৰু ১৪ খন পকী দলং নিৰ্মাণ কৰা হ'ব। গ্রামোন্নয়ন মন্ত্রালয়ে কৈছে যে, এই প্রকল্পসমূহে স্বাস্থ্য, শিক্ষা আৰু বাণিজ্যৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা উন্ন...

July 13, 2024 12:39 PM July 13, 2024 12:39 PM

views 8

উত্তৰ-পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছেঃ সিন্ধিয়া

■ উত্তৰ-পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি গুৱাহাটীত প্ৰকাশ কৰে। দুদিনীয়া ভ্রমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী শ...

July 13, 2024 10:33 AM July 13, 2024 10:33 AM

views 9

দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত দুদিনীয়াকৈ ৰ’বট প্রতিযোগিতা ডি ডি ৰোবকন ইণ্ডিয়া ২০২৪ৰ আয়োজন

■ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লী আৰু প্ৰচাৰ ভাৰতীয়ে আজিৰে পৰা দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত দুদিনীয়া ৰ'বট প্রতিযোগিতা ডি ডি ৰোবকন ইণ্ডিয়া ২০২৪ৰ আয়োজন কৰিছে। এই প্রতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ ৪৫ খন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ ৭৫০ জনৰো অধিক শিক্ষার্থীয়ে অংশগ্ৰহণ কৰি...

July 13, 2024 9:45 AM July 13, 2024 9:45 AM

views 14

থাইলেণ্ডৰ বিদেশ মন্ত্ৰী মাছি ছাংগিয়ামপংছাৰ সৈতে ড° এছ জয়শংকৰৰ বৈঠক

● বিদেশ পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কালি দিল্লীত থাইলেণ্ডৰ বিদেশ মন্ত্ৰী মাছি ছাংগিয়ামপংছাৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে ৰাজনৈতিক, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, ভৌতিক আৰু আৰ্থিক সংযোগ, পর্যটন আদি ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ...

July 13, 2024 9:40 AM July 13, 2024 9:40 AM

views 12

কেইবাখনো দেশৰ বিধানমণ্ডলৰ অধ্যক্ষসকলক সাক্ষাৎ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

● লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি ৰাছিয়াৰ ছেইন্ট পিটাৰ্ছবার্গত তাজিকিস্তান, কাজাখস্তান, বেলাৰুছ, ইজিপ্ত, আৰু উজবেকিস্তানৰ বিধানমণ্ডলৰ অধ্যক্ষসকলক সাক্ষাৎ কৰে। দশম ব্রিকচ সংসদীয় সন্মিলনলৈ যোৱা এটা ভাৰতীয় সংসদীয় প্রতিনিধি দলক অধ্যক্ষগৰাকীয়ে নেতৃত্ব প্ৰদান কৰিছে। তাজিকিস্তানৰ মাজলিছি নমোয়াণ্ডাগনৰ ...

July 13, 2024 9:36 AM July 13, 2024 9:36 AM

views 9

উত্তৰ-পূৰ্বাঞ্চলৰ অর্থনৈতিক বিকাশ ত্বৰান্বিতৰ উদ্দেশ্যৰে অসম আৰু ত্ৰিপুৰাৰ বাবে কেইবাটাও প্রকল্পত অনুমোদন কেন্দ্ৰৰ

● কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাম্য পথ যোগাযোগ সুদৃঢ় কৰাৰ লগতে অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যৰে অসম আৰু ত্ৰিপুৰাৰ বাবে কেইবাটাও প্রকল্পত অনুমোদন জনাইছে। গ্রামোন্নয়ন মন্ত্রালয়ে ৩৭৮ কোটিৰো অধিক টকা বিনিয়োগেৰে অসমত প্রধানমন্ত্রী গ্রাম সড়ক যোজনাৰ অধীনত ৫৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৭৮ট...

July 13, 2024 9:32 AM July 13, 2024 9:32 AM

views 10

আজি ৭ খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা

● সাতখন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা আজি অনুষ্ঠিত হ'ব। পশ্চিমবংগৰ ৰায়গঞ্জ, ৰাণাঘাট দক্ষিণ, বাগ্‌দা আৰু মাণিকতোলা, হিমাচল প্ৰদেশৰ দেহেৰা, হমিৰপুৰ আৰু নালাগড়, উত্তৰাখণ্ডৰ বদ্রীনাথ আৰু মংলোৰ, বিহাৰৰ ৰূপৌলি, মধ্যপ্ৰদেশৰ অমৰৱাড়া, তামিলনাডুৰ ৱিক্ৰৱন্দি আৰু পাঞ্জাৱৰ জলন্ধৰ পশ্চিম আস...

July 13, 2024 9:29 AM July 13, 2024 9:29 AM

views 10

মুম্বাইৰ গোৰেগাঁৱৰ এন ই এছ চি অ’ প্রদর্শনী কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে কেইটাবাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ গোৰেগাঁৱৰ এন ই এছ চি অ' প্রদর্শনী কেন্দ্ৰত ২৯ হাজাৰ ৪০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, ৰে'লৱে আৰু বন্দৰ খণ্ডৰ কেইটাবাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লিৰ ভাগত শ্ৰীমোদীয়ে ভাৰতীয় বাতৰি সেৱা সচিবালয়ত আই এন এছ টাৱাৰ মুকলি কৰিব। ভ্রমণকালত ...

July 12, 2024 8:36 PM July 12, 2024 8:36 PM

views 7

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনক লৈ বিজেপি নেতা বাঞ্চুৰী স্বৰাজৰ মন্তব্য

ভাৰতীয় জনতা পাৰ্টীয়ে দিল্লীৰ আৱকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনক লৈ আম আদমী পাৰ্টীয়ে জনসাধাৰণ আৰু সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰাৰ অভিযোগ তুলিছে। বিজেপি নেতা বাঞ্চুৰী স্বৰাজে কয় যে, ই ডিৰ গোচৰত উচ্চতম ন্যায়ালয়ে কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ ...

July 12, 2024 8:31 PM July 12, 2024 8:31 PM

views 8

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ মুম্বাই ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মহাৰাষ্ট্ৰৰ মুম্বাইলৈ যাব। এই ভ্রমণকালত শ্রীমোদীয়ে গোৰেগাঁৱৰ NESCO প্রদর্শনী কেন্দ্ৰত ২৯ হাজাৰ ৪০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, ৰে'লৱে আৰু বন্দৰ খণ্ডৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লিৰ ভাগত শ্ৰীমোদীয়ে আই এন এছ টাৱাৰ মুকলি কৰাৰ বাবে ই...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।