ৰাষ্ট্ৰীয়

August 10, 2024 7:38 PM

views 21

নেচনেল ফেডাৰেশ্যন অব্ ক’পাৰেটিভ ছুগাৰ ফেক্টৰী লিমিটেডৰ বৈঠকত মন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্ৰীয় সমবায় আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কুঁহিয়াৰৰ উপৰি ভঙা চাউল, অপচয় হোৱা ফল, বাঁহ আদিৰ দৰে উৎস ব্যৱহাৰ কৰি ইথানল উৎপাদনৰ ক্ষেত্ৰত বহুমুখী, ভৱিষ্যত সম্বন্ধীয় পদ্ধতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা নেচনেল ফেডাৰেশ্যন অব্ ক'পাৰেটিভ ছুগাৰ ফেক্টৰী লিমিটেডৰ এখন বৈঠকত ভাষ...

August 10, 2024 7:32 PM

views 19

প্ৰসাৰ ভাৰতী বোৰ্ডৰ অধ্যক্ষ নৱনীত কুমাৰ ছেহগলৰ মুম্বাই আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন

প্ৰসাৰ ভাৰতী বোৰ্ডৰ অধ্যক্ষ নৱনীত কুমাৰ ছেহগলে আজি মুম্বাইৰ আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন কৰে আৰু আকাশবাণী তথা দূৰদৰ্শনৰ বিষয়ে বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত শ্ৰী ছেহগলে বিষয়াসকলক অনুষ্ঠান প্রস্তুত কৰাৰ সময়ত শ্ৰোতাসকলৰ ৰুচিৰ কথা বিবেচনা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। দেশৰ চুকে-কোণে আকাশবাণীক ভালপোৱ...

August 10, 2024 7:29 PM

views 23

বৈদেশিক সচিব শ্রী বিক্রম মিশ্রি দুদিনীয়া কাৰ্যসূচীৰে নেপাল ভ্ৰমণ

নেপালৰ বৈদেশিক সচিব শ্ৰীমতী চেৱা লামচালৰ আমন্ত্রণ মৰ্মে বৈদেশিক সচিব শ্রী বিক্রম মিশ্রি দুদিনীয়া ভ্ৰমণসূচীৰে অহা ১১ তাৰিখে নেপাললৈ যাব। বৈদেশিক সচিবগৰাকীৰ আগন্তুক এই ভ্রমণে দুয়োখন দেশৰ মাজৰ উচ্চ পৰ্যায়ৰ বিনিময়ৰ ব্যৱস্থা নিয়মীয়াকৈ অব্যাহত ৰাখিব। ইয়াৰ দ্বাৰা ভাৰতে নেপালক নেইৱাৰচ্ ফাষ্ট নীতিৰ অধ...

August 10, 2024 7:17 PM

views 20

কাইলৈ প্ৰধানমন্ত্ৰীয়ে অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবর্ধন শস্যৰ ১০৯টা প্রজাতি মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবর্ধন শস্যৰ ১০৯ টা প্রজাতি মুকলি কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে খেতিয়ক আৰু বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে, মুকলি কৰিবলগীয়া ১০৯টা...

August 10, 2024 7:11 PM

views 17

কেৰালাৰ ৱায়নাডত ভূমিস্খলন প্রভাৱিত লোকসকলৰে প্রধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ ৱায়নাড জিলাৰ এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু ভূমিস্খলন প্রভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে। পৰিদৰ্শন কালত প্রধানমন্ত্ৰীয়ে ভূমিস্খলৰ ঘটনাত পিতৃ-মাতৃক হেৰুওৱা দুগৰাকী বিদ্যাৰ্থী আৰু আত্মীয়স্বজনক হেৰুওৱা ১০ গৰাকী লোকক সান্তনা দিয়ে। তেওঁ লগতে মেপ্পাডিৰ ...

August 10, 2024 7:06 PM

views 34

মূল বেংকিং খণ্ডৰ ওপৰত গুৰুত্ব আৰোপৰ আৱশ্যকতাত জোৰ দিয়া হৈছে : বিত্তমন্ত্রী

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে মূল বেংকিং খণ্ডৰ ওপৰত গুৰুত্ব আৰোপৰ আৱশ্যকতাত জোৰ দিছে। নতুন দিল্লীত আজি ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইৰ সঞ্চালক মণ্ডলীৰ সৈতে অনুষ্ঠিত বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীমতী সীতাৰমনে এই কথা প্ৰকাশ কৰে। তেওঁ বেংকসমূহক জমা আৰু ঋণ ৰাশিৰ সৈতে জড়িত মূল ...

August 10, 2024 6:05 PM

views 22

আজি বিশ্ব সিংহ দিৱস উদযাপন

আজি বিশ্ব সিংহ দিৱস উদযাপন কৰা হৈছে। গুজৰাটত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ উপস্থিতিত চাছন গীৰত বিশ্ব সিংহ দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। ৰাজ্যখনৰ সৌৰাষ্ট্ৰ অঞ্চলৰ ১১ খন জিলাত এই দিৱস উদযাপনৰ বৃহৎ কাৰ্যসূচী লোৱা হৈছে। ইয়াত ১১ হেজাৰৰো অধিক শিক্ষা প্ৰতিষ্ঠানৰ ২১ লাখৰো অধিক লোকে অংশগ্রহণ কৰিব। একমাত্র গ...

August 10, 2024 5:59 PM

views 13

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক টিমোৰ লেষ্টেৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্রাণ্ড কলাৰ অব অৰ্ডাৰ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক আজি টিমোৰ লেষ্টেৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্রাণ্ড কলাৰ অব অৰ্ডাৰ প্ৰদান কৰা হয়। বৰ্তমান টিমোৰ লেষ্টে ভ্ৰমণলৈ যোৱা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক দেশখনৰ ৰাজধানী ডিলিত সেই দেশৰ ৰাষ্ট্ৰপতি জোছ ৰামোছ হোতাই এই সন্মান প্ৰদান কৰে।ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু টিমোৰ লেষ্টেৰ ৰাষ্ট্ৰপত...

August 10, 2024 1:28 PM

views 15

কোচবিহাৰ জিলাৰ ভাৰত-বাংলাদশ সীমান্তত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা ব্যর্থ সীমান্ত সুৰক্ষা বাহিনীৰ

সীমান্ত সুৰক্ষা বাহিনীয়ে বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ সহায়ত কালি পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ভাৰত-বাংলাদশ সীমান্তত অনুপ্ৰৱেশৰ এটা প্ৰচেষ্টা ব্যর্থ কৰে। সীমান্ত সুৰক্ষা বাহিনীৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে, পশ্চিমবংগৰ কোচবিহাৰৰ ভাৰত-বাংলাদেশ সীমান্তত ভাৰতত শৰণ লোৱাৰ উদ্দেশ্যে প্ৰায় এহেজাৰ বাংলাদেশী নাগৰিক আন্...

August 10, 2024 1:25 PM

views 26

নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় পর্যায়ত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্ৰীয় কেবিনেটে নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় পর্যায়ত অনুমোদন জনাইছে। কেবিনেটে লগতে ২০২৪-২৫ বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ ৰূপায়ণত অনুমোদন দিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে যোৱানিশা সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে, প্রধানমন্ত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।