ৰাষ্ট্ৰীয়

August 9, 2024 12:01 PM

views 16

ৰাজ্যসভাত বিত্ত বিধেয়ক, বিনিয়োজন বিধেয়ক, জম্মু-কাশ্মীৰ বিনিয়োজন বিধেয়ক সন্দৰ্ভত আলোচনা, বিত্তমন্ত্ৰীৰ উত্তৰ

সংসদে বিত্ত বিধেয়ক ২০২৪, বিনিয়োজন বিধেয়ক ২০২৪ আৰু জম্মু-কাশ্মীৰ বিনিয়োজন বিধেয়ক ২০২৪ গ্ৰহণ কৰিছে। ৰাজ্যসভাই কালি আলাপ-আলোচনাৰ অন্তত এই বিধেয়ক কেইখন লোকসভালৈ ঘূৰাই পঠায় । লোকসভাত ইতিমধ্যে বিধেয়ক কেইখন গৃহীত হৈছে। ইয়াৰ লগে লগে সংসদে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বাজেট প্রক্রিয়াও সম্পূর্ণ কৰে। ...

August 9, 2024 12:00 PM

views 15

দেশজুৰি আজিৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান

নাগৰিকসকলৰ হৃদয়ত দেশৰ প্ৰেমৰ অনুভূতি জগাই তোলাৰ উদ্দেশ্যে আজিৰ পৰা ১৫ আগষ্টলৈ দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান চলোৱা হ'ব। নতুন দিল্লীত কালি এখন সংবাদমেলক সম্বোধন কৰি সাংস্কৃতিক আৰু পর্যটন মন্ত্রী গজেন্দ্র সিং শেখাৱটে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ...

August 9, 2024 11:58 AM

views 18

বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নোবেল ব’টাপ্রাপক মহম্মদ ইউনুছৰ শপতগ্ৰহণ

নোবেল ব'টাপ্রাপক মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপতগ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে যোৱানিশা ঢাকাৰ বংগ ভৱনত তেওঁক শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত বিভিন্ন দেশৰ কূটনীতিবিদ উপস্থিত থাকে। ১৯৪০ চনৰ ২৮ জুনত জন্মগ্ৰহণ কৰা মহম্মদ ইউনুছ বাংলাদেশৰ এগৰাকী প্ৰসিদ্ধ উদ্...

August 8, 2024 8:06 PM

views 25

কাইলৈৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গর্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্ফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত্ৰীগৰা...

August 8, 2024 8:04 PM

views 30

চৰকাৰে কোভিডৰ পাছৰে পৰা মূলধনী ব্যয় শিতানত অধিক ধন ব্যয় কৰি আহিছে বুলি বিত্তমন্ত্ৰীৰ প্ৰকাশ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে, চৰকাৰে কোভিডৰ পাছৰে পৰা মূলধনী ব্যয় শিতানত অধিক ধন ব্যয় কৰি আহিছে। তেওঁ কয় যে, ফলপ্রসূ মূলধনী ব্যায় ২০২৩-২৪ বৰ্ষত ১৮ শতাংশ হৈছে৷ ৰাজ্যসভাত আজি বিত্ত বিধেয়ক, বিনিয়োজন বিধেয়ক আৰু জম্মু-কাশ্মীৰ বিনিয়োজন বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি শ্ৰীমতী সীতাৰম...

August 8, 2024 8:03 PM

views 24

ৱাফ সংশোধনী বিধেয়ক ২০২৪ যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ

ৱাফ সংশোধনী বিধেয়ক ২০২৪ যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰা হৈছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজুৱে আজি লোকসভাত বিধেয়কখন উত্থাপন কৰি কয় যে, চৰকাৰ বিধেয়কখন পুংখানুপুখভাবে চালি-জাৰি চাবলৈ সাজু। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰৰ অভিপ্ৰায় সুস্পষ্ট আৰু ইয়াৰ বিধেয়কখনক লৈ লুকাবলগীয়া একোৱেই নাই।...

August 8, 2024 6:57 PM

views 18

জলজীৱন অভিযানৰ জৰিয়তে ৭৭ শতাংশ গ্রাম্য বাসগৃহত নলযোগে পানীৰ ব্যৱস্থা

জলজীৱন অভিযানৰ জৰিয়তে চৰকাৰে সমগ্ৰ দেশতে ৭৭ শতাংশ গ্রাম্য বাসগৃহত নলযোগে পানীৰ ব্যৱস্থা কৰিছে। লোকসভাৰ প্রশ্নোত্তৰ কালত আজি এটা পৰিপূৰক উত্তৰত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে কয় যে ২০১৯ চনত নৰেন্দ্ৰ মোদী চৰকাৰে এই আঁচনি আৰম্ভ কৰিছিল আৰু এতিয়ালৈকে ১৫ কোটি পৰিয়াললৈ নলযোগে পানীৰ সুবিধা প্ৰদ...

August 8, 2024 2:15 PM

views 23

ৱেলিংটন ৰে’ল ষ্টেচনৰ চৌহদত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পার্ঘ্য নিবেদন ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৱেলিংটন ৰে'ল ষ্টেচনৰ চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পার্ঘ্য নিবেদন কৰে। তেওঁৰ সৈতে লোকসভাৰ সাংসদ যুগল কিশোৰ শৰ্মা আৰু সৌমিত্ৰা খানৰ লগতে নিউজিলেণ্ডৰ গৱর্নৰ জেনেৰেল ডেম চিন্দি কিৰো আৰু মিনিষ্টাৰ অব্ ষ্টেট জৰ্জ কুৰিয়ান উপস্থিত থাকে। ইপিনে, আজি পুৱা ...

August 8, 2024 2:12 PM

views 56

ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি একেৰাহে নৱম বাৰৰ বাবে পলিচী ৰেপ’ হাৰ ৬.৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ বিষয়ে ঘোষণা কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি একেৰাহে নৱম বাৰৰ বাবে পলিচী ৰেপ’ হাৰ ৬.৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ বিষয়ে ঘোষণা কৰিছে। স্থায়ী জমা সুবিধা - এছ ডি এফৰ হাৰ ৬.২৫ শতাংশ আৰু প্ৰান্তীয় স্থায়ী সুবিধা - এম এছ এফ তথা বেংকৰ হাৰো ৬.৭৫ শতাংশতে থাকিব। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে চলিত বিত্তীয় বৰ্ষৰ বাব...

August 8, 2024 2:10 PM

views 10

শনিবাৰে প্রধানমন্ত্ৰী মোদীয়ে ভূমিস্খলন প্রভাৱিত কেৰালাৰ ৱায়নাড ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শনিবাৰে ভূমিস্খলন প্রভাৱিত কেৰালাৰ ৱায়নাড ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কন্ন’ড় আৰু ৱায়নাডত প্ৰস্তুতি অব্যাহত থকাৰ লগতে আজি এখন নিৰাপত্তা বৈঠক অনুষ্ঠিত হয়। প্রধানমন্ত্রীয়ে ভূমিস্খলন প্রভাৱিত এলেকাত বিমানেৰে নিৰীক্ষণ চলাব। উল্লেখযোগ্য যে কেৰালা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।