ৰাষ্ট্ৰীয়

July 14, 2024 12:11 PM July 14, 2024 12:11 PM

views 10

সংবাদ মাধ্যমে জনকল্যাণকাৰী উদ্যমসমূহৰ প্ৰসাৰত চৰকাৰক সহায় কৰা উচিতঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সংবাদ মাধ্যমে জনকল্যাণকাৰী উদ্যমসমূহৰ প্ৰসাৰত চৰকাৰক সহায় কৰা উচিত। পৰিৱেশ সংৰক্ষণৰ বাবে আৰম্ভ কৰা এজোপা গছ মাতৃৰ নামত উদ্যমৰ উদাহৰণ দি শ্রীমোদীয়ে কয় যে, গোলকীয় পৰ্যায়ত এই উদ্যমৰ ভূয়ষী প্ৰশংসা কৰা হৈছে। সংবাদ মাধ্যমে এই উদ্যমক গণ আন্দোলনত পৰিণত কৰাত সহায...

July 13, 2024 9:04 PM July 13, 2024 9:04 PM

views 9

দেশৰ ৭খন ৰাজ্যৰ ১৩খন বিধানসভা আসনৰ বাবে হোৱা উপ-নির্বাচনত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ ৪খনকৈ আসন লাভ

দেশৰ সাতখন ৰাজ্যৰ ১৩ খন বিধানসভা আসনৰ বাবে বুধবাৰে হোৱা উপ-নির্বাচনত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে চাৰিখনকৈ আসন লাভ কৰিছে। বিজেপি দুখন আৰু আম আদমী পাৰ্টী আৰু ডি এম কে একোখনকৈ আসনত জয় হৈছে। ইফালে বিহাৰৰ ৰুপৌলী বিধানসভা সমষ্টিত নির্দলীয় প্রার্থী শংকৰ সিঙে তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী জে ডি ইউৰ কলাধৰ প্...

July 13, 2024 9:02 PM July 13, 2024 9:02 PM

views 12

মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৯ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান প্রকল্প মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ২৯ হাজাৰ কোটিৰে অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্রকল্প মুকলি কৰে। এই উপলক্ষে শ্ৰী মোদীয়ে কয় যে, বর্তমান চৰকাৰে মুম্বাইক ডাঙৰ বিত্তীয় কেন্দ্ৰ আৰু বিশ্বৰ বিত্ত প্রযুক্তি ৰাজধানী ৰূপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে। চৰকাৰে মুম্বাইৰ জনসাধাৰণৰ জীৱনৰ মান উন্নত...

July 13, 2024 9:01 PM July 13, 2024 9:01 PM

views 3

নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উচ্চ পৰ্যায়ৰ বৈঠকত ভাইব্ৰেণ্ট ভিলেজ কার্যসূচী ৰূপায়ণৰ পৰ্যালোচনা

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ভাইব্ৰেণ্ট ভিলেজ কার্যসূচী ৰূপায়ণৰ পৰ্যালোচনা কৰে। বৈঠকত শ্ৰী শ্বাহে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ সীমামুৰীয়া গাঁওসমূহৰ সৰ্বাংগীন উন্নয়নৰ বাবে বদ্ধপৰিকৰ। তেওঁ লগতে স্থানীয় বাসিন্দাসকলক কৰ্মসংস্থাপনৰ ...

July 13, 2024 8:59 PM July 13, 2024 8:59 PM

views 9

গুৱাহাটীত ড’নাৰমন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠক

দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা ড’নাৰমন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। ফ’ৰ জি তথা ফাইভ জি আৰু উচ্চ গতিসম্পন্ন ইণ্টাৰনেট সেৱা বৃদ্ধিৰে অসমত ডিজিটেল আন্তগাঁথনি উন্নত কৰা, টেলিকম আন্তঃগাঁথনি সেৱাৰ বাবে দক্ষ মানৱ সম্পদ ...

July 13, 2024 8:57 PM July 13, 2024 8:57 PM

views 13

গোৱাত অহা ২০-২৪ নৱেম্বৰলৈ প্ৰথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন আয়োজন ভাৰতৰ

ভাৰতে অহা ২০ৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত প্ৰথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন (ৱেভছ) আয়োজন কৰিব। দিল্লীত আজি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে, ভাৰত বিশ্বৰ সবাতোকৈ বৃহৎ চলচ্চিত্ৰ নিৰ্মাণকাৰী ৰাষ্ট্ৰসমূহৰ অন্যতম। তেওঁ কয় যে, ৱেভছ সন্মিলনে দেশৰ মিডিয়া আৰু মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যৎ গঢ় দিয়া...

July 13, 2024 8:55 PM July 13, 2024 8:55 PM

views 13

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ অভিযোগৰ পৰা দোষমুক্ত ঘোষণা

পাকিস্তানৰ এখন আদালতে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ অভিযোগৰ পৰা দোষমুক্ত বুলি ঘোষণা কৰিছে। ফেব্ৰুৱাৰীত পাকিস্তানৰ নিৰ্বাচনৰ কিছুদিন পূর্বে শ্ৰী খান আৰু তেওঁৰ পত্নী বুছৰা খানক অবৈধ বিবাহৰ অভিযোগত সাত বছৰ কাৰাদণ্ড বিহিছিল। সেই সময়ত আদালতে বুছৰা খানে পূৰ্বৰ বিবাহৰ...

July 13, 2024 7:47 PM July 13, 2024 7:47 PM

views 4

ৰাজ্যিক সামুদ্রিক আৰু জলপথ পৰিবহণ সমিতিৰ সৈতে মঙলবাৰে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ বৈঠক

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে অহা মঙলবাৰে ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰে ৰাজ্যিক সামুদ্রিক আৰু জলপথ পৰিবহণ সমিতিৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ৰাজ্যসমূহৰ নিৰ্দিষ্ট সামুদ্রিক আৰু জলপথ পৰিবহণৰ পৰিকল্পনা প্রস্তুত কৰা, সামুদ্রিক খণ্ডৰ নীতি যুগুত কৰা, জল পৰ্যটন আৰু নগৰীয়া জল পৰিবহণৰ ওপৰত গুৰুত্ব আৰোপ ...

July 13, 2024 7:45 PM July 13, 2024 7:45 PM

views 7

শ্বহীদ কেপ্টেইন অংশুমান সিঙৰ পত্নীক অপমানজনক মন্তব্য কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় মহিলা আয়োগক দিল্লী আৰক্ষীৰ এজাহাৰ

শ্বহীদ কেপ্টেইন অংশুমান সিঙৰ পত্নীক অপমানজনক মন্তব্য কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগক এজাহাৰ দাখিল কৰিছে । মহিলা আয়োগে সামাজিক মাধ্যমত তেওঁৰ বিৰুদ্ধে কৰা মন্তব্যত গুৰুত্ব আৰোপ কৰিছে। দিল্লী আৰক্ষীৰ বিশেষ কোষৰ দ্বাৰা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে।

July 13, 2024 1:29 PM July 13, 2024 1:29 PM

views 13

দিব্যাংগসকলৰ সক্ষমতা বৃদ্ধিৰ বাবে কাম কৰি থকা সংস্থাসমূহক ৰাষ্ট্ৰীয় পুৰস্কাৰৰ আবেদন প্রক্ৰিয়াৰ বাবে আমন্ত্ৰণ দিব্যাংগ সবলীকৰণ বিভাগৰ

● দিব্যাংগ সবলীকৰণ বিভাগে দিব্যাংগসকলৰ সক্ষমতা বৃদ্ধিৰ বাবে কাম কৰি থকা সংস্থাসমূহক ৰাষ্ট্ৰীয় পুৰস্কাৰৰ আবেদন প্রক্ৰিয়াৰ বাবে আমন্ত্ৰণ জনাইছে। সামাজিক ন্যায় আৰু অধিকাৰিতা বিভাগে দিব্যাংগসকলৰ উদ্দেশ্যে কাম কৰা সংগঠনসমূহক উৎসাহিত কৰিবলৈ এই পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰিছে। প্ৰতি বছৰে ৩...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।