ৰাষ্ট্ৰীয়

August 15, 2024 8:11 PM

views 22

ভাৰতে গেমিং ক্ষেত্ৰত দেশত নিৰ্মিত সামগ্ৰীৰে বিপ্লবৰ সূচনা কৰাৰ বাবে দেশৰ চহকী প্রাচীন ঐতিহ্য আৰু জ্ঞানৰ ব্যৱহাৰ কৰা উচিত বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

লালকীল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰক উদ্দশ্যি ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ বৰ্ষৰ বাজেটৰ কথাও উল্লেখ কৰি দেশৰ যুৱ প্ৰজন্মৰ প্ৰশিক্ষণৰ বাবে আৰু দেশক বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে ঘোষণা কৰা বিভিন্ন ঐতিহাসিক উদ্যমৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, ভাৰতে গে...

August 15, 2024 6:22 PM

views 22

অর্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰত গোলকীয় নেতৃত্ব প্ৰদানত ভাৰত প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতাৰ বাবে দেশবাসীয়ে একতা আৰু ত্যাগেৰে কৰা সংগ্ৰাম আৰু সংকল্পৰ দৰেই আজি ১৪০ কোটি দেশবাসীয়েও সেৱা আগবঢ়ালে ২০৪৭ চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ'ব বুলি আস্থা প্ৰকাশ কৰিছে। স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে ...

August 15, 2024 12:01 PM

views 21

দেশৰ সশস্ত্র বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ১০৩ গৰাকী কৰ্মীক সাহসিকতাৰ বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা দেশৰ সশস্ত্র বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ১০৩ গৰাকী কৰ্মীক সাহসিকতাৰ বঁটা প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই বঁটাসমূহৰ ভিতৰত আছে- ৪টা কীৰ্তি চক্র, ১৮টা সৌৰ্য চক্ৰ আৰু এটা সাহসিকতাৰ সেনা পদক। ইয়াৰ লগতে সাহসিকতা বঁটাস...

August 15, 2024 11:55 AM

views 30

হৰ ঘৰ ত্ৰিৰংগা অভিযান সমগ্ৰ দেশত জনপ্ৰিয় হোৱাক লৈ  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনন্দ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ ত্ৰিৰংগা অভিযান সমগ্ৰ দেশত জনপ্ৰিয় হোৱাক লৈ আনন্দ প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে কৈছে যে, এই জনপ্রিয়তাই ত্ৰিৰংগাৰ প্ৰতি ১৪০ কোটি ভাৰতীয়ৰ গভীৰ সন্মানকে প্রতিফলিত কৰিছে। সামাজিক মাধ্যম এক্স যোগে তামিলনাডুৰ ৰামেশ্বৰমৰ সমীপত মণ্ডপমত ভাৰতী...

August 15, 2024 11:50 AM

views 17

নতুন দিল্লীত পঞ্চায়তত মহিলাৰ নেতৃত্ব বিষয়ক ৰাষ্ট্ৰীয় কৰ্মশালা

পঞ্চায়তী ৰাজ মন্ত্ৰ্যালয়ৰ অধীনত কালি নতুন দিল্লীত পঞ্চায়তত মহিলাৰ নেতৃত্ব বিষয়ক এখন ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হয়। এই কর্মশালাত দেশৰ বিভিন্ন প্ৰান্তৰ ১৬০ গৰাকীৰো অধিক পঞ্চায়ত প্রতিনিধিয়ে অংশগ্রহণ কৰে ৷ অনুষ্ঠানত ভাষণ দি পুডুচেৰীৰ প্ৰাক্তন উপ ৰাজ্যপাল কিৰণ বেদীয়ে তৃণমূল পৰ্যায়ত পঞ্চায়তৰ ব...

August 15, 2024 11:41 AM

views 19

কেন্দ্ৰীয় চৰকাৰে স্বাধীনতা দিৱস উপলক্ষে  বিভিন্ন সেৱাৰ  ১০৩৭ জন জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্ৰদান

কেন্দ্ৰীয় চৰকাৰে স্বাধীনতা দিৱস উপলক্ষে আৰক্ষী, অগ্নিনির্বাপক, গৃহৰক্ষী তথা অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনী সেৱাৰ  ১০৩৭ জন জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্ৰদান কৰিছে। অসম আৰক্ষীৰ ১৪ গৰাকী বিষয়া জোৱানলৈ এইবাৰ বিশিষ্ট আৰু উৎকৃষ্ট সেৱাৰ বাবে পদক আগবঢ়োৱা হৈছে। অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ৰত্না সিংহই উল্ল...

August 15, 2024 11:30 AM

views 19

যি একতা আৰু ত্যাগৰ সংগ্ৰামেৰে দেশবাসীয়ে স্বাধীনতা পালে সেই একেই সংকল্পৰে দেশে আগবাঢ়ে তেন্তে ২০৪৭ চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ’বঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছে। নতুন দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱসৰ এই শুভক্ষণত স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া আৰু আজীৱন সংঘৰ্ষ কৰা প্ৰতিজন স্বাধীনতা সংগ্ৰামীক স্মৰণ কৰে। শ্ৰী মোদীয়ে ভাষণ প...

August 15, 2024 11:25 AM

views 21

ভাৰত বিবিধতা আৰু বহুত্ববাদৰ সৈতে এখন ৰাষ্ট্ৰ হিচাপে ঐক্যবদ্ধভাৱে আগবাঢ়িছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, ভাৰতে বিবিধতা আৰু বহুত্ববাদৰ সৈতে এখন ৰাষ্ট্ৰ হিচাপে ঐক্যবদ্ধভাৱে আগবাঢ়িছে। তেওঁ কয় যে, আমি তথা কথিত সামাজিক বিন্যাসক লৈ মতানৈক্য সৃষ্টি কৰিব পৰা প্রবৃত্তিসমূহ প্রত্যাখ্যান কৰা উচিত। স্বাধীনতা দিৱসৰ প্ৰাকসন্ধিয়া কালি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি ৰাষ্ট্ৰপ...

August 14, 2024 8:27 PM

views 12

স্বাধীনতা দিৱসৰ প্ৰাকসন্ধিয়া আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, ভাৰতে বিবিধতা আৰু বহুত্ববাদৰ সৈতে এখন সংবদ্ধ ৰাষ্ট্ৰ হিচাপে আগবাঢ়িছে আৰু অৰ্জিত সামাজিক বিন্যাসক লৈ মতানৈক্য সৃষ্টি কৰিব পৰা প্ৰবৃত্তিসমূহ প্রত্যাখ্যান কৰিছে। স্বাধীনতা দিৱসৰ প্ৰাকসন্ধিয়া আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি ৰাষ্ট্ৰীপতিগৰাকীয়ে এইদৰে প্ৰকাশ ক...

August 14, 2024 8:24 PM

views 24

আকাশবাণীয়ে কাইলৈ পুৱা প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণ চলন্ত বিৱৰণী হিন্দী আৰু ইংৰাজী ভাষাত সলনা-সলনিকৈ প্ৰচাৰ কৰিব

আকাশবাণীয়ে স্বাধীনতা দিৱস উপলক্ষে কাইলৈ পুৱা ৭ বজাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণ আৰু পতাকা উত্তোলন অনুষ্ঠানত চলন্ত বিৱৰণী হিন্দী আৰু ইংৰাজী ভাষাত সলনা-সলনিকৈ প্ৰচাৰ কৰিব। বিবিধ ভাৰতী ৰাষ্ট্ৰীয় সেৱা, বিবিধ ভাৰতী কেন্দ্ৰ, স্থানীয় অনাতাঁৰ ক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।