August 17, 2024 10:51 AM
35
পৰৱৰ্তী ৬ দিনত দেশৰ পূব আৰু মধ্য ভাগত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৬ দিনত দেশৰ পূব আৰু মধ্য ভাগত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে, উত্তৰ-পশ্চিম বংগোপ সাগৰ আৰু কাষৰীয়া পশ্চিমবংগত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত ২২ আগষ্ট পর্যন্ত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ছিকিম, অৰুণাচল প...