July 18, 2024 1:27 PM July 18, 2024 1:27 PM
5
ওমানৰ উপকূলৰ সমীপত তেল পৰিবাহী জাহাজ বুৰ গৈ সন্ধানহীন হোৱা ৮গৰাকী ভাৰতীয়সহ ৯গৰাকীক উদ্ধাৰ
ভাৰতীয় নৌসেনাৰ আই এন এছ টেগ নামৰ যুদ্ধ জাহাজখনে ওমানৰ উপকূলৰ সমীপত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা ৮গৰাকী ভাৰতীয়সহ চালক দলৰ ৯গৰাকী সদস্যক উদ্ধাৰ কৰিছে। কমৰোজৰ পতাকা বিশিষ্ট এম ভি প্রেষ্টিচ ফেলকন নামৰ তেল পৰিবাহী টেংকাৰখনৰ চালক দলত ১৩গৰাকী ভাৰতীয় আৰু তিনিগৰাকী শ্ৰীলংকাৰ ...