ৰাষ্ট্ৰীয়

August 27, 2024 8:07 PM

views 19

ভাৰত ৰাষ্ট্ৰ সমিতি বি আৰ এছৰ নেত্ৰী কে কবিতাক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি দুৰ্নীতি আৰু দিল্লী সুৰা নীতি কেলেংকাৰী সম্পৰ্কীয় কলাধন বৈধকৰণৰ গোচৰত ভাৰত ৰাষ্ট্ৰ সমিতি বি আৰ এছৰ নেত্ৰী কে কবিতাক জামিন প্ৰদান কৰে। ন্যায়াধীশ বি আৰ গৱাই আৰু কে ভি বিশ্বনাথক লৈ গঠিত এখন বিচাৰপীঠে কয় যে, কবিতা প্ৰায় ৫ মাহ ধৰি কাৰাগাৰত আছে আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি...

August 27, 2024 8:05 PM

views 21

আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰজোটৰ কথা ঘোষণা জে জে পি আৰু এ এছ পি দলৰ

জননায়ক জনতা পাৰ্টী আৰু আজাদ সমাজ পাৰ্টী আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰজোটৰ কথা ঘোষণা কৰিছে। যুটীয়াভাৱে দিল্লীত আয়োজন কৰা এখন সংবাদমেল সম্বোধন কৰি জে জে পি দলৰ নেতা দুশন্ত সিং চৌতালা আৰু এ এছ পিৰ সভাপতি চন্দ্ৰশেখৰ আজাদে আজি এই কথা ঘোষণা কৰে। এই মিত্ৰজোটে হাৰিয়ানাত মুঠ ৯০ টা বিধান...

August 27, 2024 7:44 PM

views 24

কেবিনেট সচিবৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় কাৰ্য বাহিনীৰ প্ৰথমখন বৈঠক আজি অনুষ্ঠিত

চিকিৎসা বৃত্তিত জড়িত লোকসকলৰ নিৰাপত্তা, সুৰক্ষা আৰু কাম কৰাৰ পৰিৱেশ সন্দৰ্ভত পৰামৰ্শ প্ৰদানৰ বাবে উচ্চতম ন্যায়ালয়ৰ বাবে গঠন কৰা ৰাষ্ট্ৰীয় কাৰ্য বাহিনী অর্থাৎ এন টি এফৰ প্ৰথমখন বৈঠক আজি কেবিনেট সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব আৰু স্বাস্থ্য সচিবকে ধৰি আটাইকেইগৰাকী সদস্য...

August 27, 2024 7:42 PM

views 36

নতুন দিল্লীৰ বিজ্ঞান ভৱনত কাইলৈ চলিত বছৰৰ অনুভৱ বঁটাসমূহ প্ৰদান

কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন মন্ত্রী ডº জিতেন্দ্র সিঙে কাইলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বছৰৰ অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এইবাৰ ২২টা মন্ত্ৰালয় আৰু বিভাগে প্ৰকাশ কৰা লেখাৰ মাজৰ পৰা পাঁচটা অনুভৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ লগতে ১০টাই বিচাৰকৰ প্ৰমাণপত...

August 27, 2024 7:13 PM

views 11

অহা ২ ছেপ্তেম্বৰৰ পৰা বিজেপিৰ সদস্য ভৰ্তি অভিযান

বিজেপিয়ে অহা ২ ছেপ্তেম্বৰত সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ সাধাৰণ সম্পাদক বিনোদ তাৱড়ে কয় যে, বৰ্তমানৰ সকলো সদস্যই নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব লাগিব। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ ছেপ্তেম্বৰত দলৰ সভাপতি জে পি নাড্ডাৰ পৰা সদস্য পদ লা...

August 27, 2024 6:25 PM

views 24

আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সমাৰোহত অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সমাৰোহত অংশগ্ৰহণ কৰিব। এই উপলক্ষে গৃহ মন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন- জনসাধাৰণকেন্দ্ৰিক সংস্কাৰ সন্দৰ্ভত ড০ আনন্দ স্বৰূপ গুপ্তা স্মাৰক বক্তৃতা প্ৰদান কৰিব। তেওঁ লগতে ২০২৩ আৰু ২০২৪...

August 27, 2024 6:03 PM

views 17

ইউ এছ অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ সুমিত নাগল

ভাৰতৰ আগশাৰীৰ টেনিছ খেলুৱৈ সুমিত নাগলে টেইল'ন গ্ৰীকম্পুৰৰ হাতত পৰাজিত হৈ ইউ এছ অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হৈছে। নাগল প্রথম দুটা ছেটত ভাল প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় যদিও তৃতীয় ছেটত গ্ৰীকম্পুৰক তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। নাগল নেডাৰলেণ্ডছৰ খেলুৱৈগৰাকীৰ হাতত ১-৬...

August 27, 2024 6:58 PM

views 25

মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ভাৰতীয় দলৰ ৰিজাৰ্ভ খেলুৱৈ হিচাপে অসমৰ উমা ছেত্ৰীৰ স্থান লাভ

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইত হ'বলগীয়া মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত ৰিজাৰ্ভ খেলুৱৈ হিচাপে অসমৰ উমা ছেত্ৰীয়ে স্থান লাভ কৰিছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে ঘোষণা কৰা ১৫ জনীয়া দলটোৰ অধিনায়ক হিচাপে হৰমনপ্রীত কৌৰ আৰু স্মৃতি মান্ধানাক উপ...

August 27, 2024 11:21 AM

views 26

ইউক্রেইনৰ সাম্প্ৰতিক পৰিস্থিতি, বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি টেলিফোনৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে ইউক্রেইনৰ সাম্প্ৰতিক পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত শ্ৰী মোডীয়ে গণতান্ত্রিক প্ৰমূল্য, আইনৰ নীতি আৰু উভয় দেশৰ জনসাধাৰণৰ শক্তিশালী সম্পৰ...

August 27, 2024 11:20 AM

views 12

নতুন দিল্লীত বিদেশ মন্ত্রী ড০ এছ জয়শংকৰ আৰু ব্ৰাজিলৰ বিদেশ মন্ত্ৰী মাউৰ ভিয়েইৰাই যুটীয়া আয়োগৰ বৈঠকত সহ-অধ্যক্ষতা কৰিব

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰ আৰু ব্ৰাজিলৰ বিদেশ মন্ত্ৰী মাউৰ ভিয়েইৰাই আজি নতুন দিল্লীত উভয় দেশৰ যুটীয়া আয়োগৰ নৱম বৈঠকত সহ-অধ্যক্ষতা কৰিব। চাৰিদিনীয়া চৰকাৰী ভাৰত ভ্ৰমণসূচীৰে ব্রাজিলৰ বিদেশ মন্ত্ৰীগৰাকী যোৱা শনিবাৰে নতুন দিল্লীত উপস্থিত হয়। বিদেশ মন্ত্ৰালয়ে প্রকাশ কৰা অনুসৰি শ্ৰী ভিয়েইৰাৰ ভ্ৰমণ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।