ৰাষ্ট্ৰীয়

August 27, 2024 11:18 AM

views 9

ৰাজহুৱা ওজৰ-আপত্তি ফলপ্রসূ নিষ্পত্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা জাৰি

কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি প্রক্রিয়া যাতে সময় নির্ধাৰিত, সহজ আৰু অৰ্থপূৰ্ণ হয় তাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। ব্যক্তিগত, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন মন্ত্ৰ্যালয়ে কৈছে যে, এই ৰাজহুৱা ওজৰ-আপত্তি ফলপ্রসূ নিষ্পত্তিৰ বাবে জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে নাগৰিকসকলক সবল কৰা, প্ৰক্ৰিয়া...

August 27, 2024 11:16 AM

views 21

নতুন দিল্লীত আজি চিকিৎসা বৃত্তিৰে জড়িত লোকৰ সুৰক্ষাৰ বাবে গঠিত ৰাষ্ট্ৰীয় টাস্ক ফৰ্চৰ প্ৰথমখন বৈঠক

চিকিৎসা বৃত্তিৰ সৈতে জড়িত লোকসকলৰ সুৰক্ষা, নিৰাপত্তা আৰু অনুকূল কৰ্মস্থানৰ পৰিৱেশ সুনিশ্চিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰা ৰাষ্ট্ৰীয় টাস্ক ফৰ্চৰ প্ৰথমখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। ভাৰত চৰকাৰৰ কেবিনেট সচিবৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হ'ব। এই টাস্ক ফৰ্চত কেন্দ্ৰীয় গৃহ সচিব, ৰাষ্ট্ৰী...

August 27, 2024 11:15 AM

views 11

বিজেপিত যোগ দিব ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেনে

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ঝাৰখণ্ড মুক্তি মৰ্চা, জে এম এমৰ জ্যেষ্ঠ নেতা চম্পাই চোৰেনে অহা ৩০ আগষ্টত ৰাঁচিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। বিজেপিৰ ঝাৰখণ্ডৰ নিৰ্বাচনৰ সহপ্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। ড০ শৰ্মাৰ সৈত...

August 27, 2024 11:13 AM

views 19

জম্মু-কাশ্মীৰৰ বিধানসভা নির্বাচনৰ বাবে কংগ্ৰেছৰ ৯গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

কংগ্ৰেছে জম্মু কাশ্মীৰৰ বিধানসভাৰ আসন্ন নির্বাচনৰ বাবে ৯ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত এখন তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি কংগ্ৰেছে ড'ৰু বিধানসভা সমষ্টিত দলৰ নেতা গুলাম মহম্মদ মিৰক প্ৰক্ষেপ কৰাৰ বিপৰীতে দ'দা সমষ্টিত শ্বেইখ ৰিয়াজক প্রার্থিত্ব প্ৰদান কৰিছে। একেদৰে দ'দা পশ্চিম বিধানসভা সমষ্টিত প্রদীপ...

August 27, 2024 11:11 AM

views 22

চত্তিশগড়ৰ বিজাপুৰত ২৫জন মাওবাদীৰ আত্মসমৰ্পণ

চত্তিশগড়ৰ বিজাপুৰ জিলাত কালি ২৫ জন মাওবাদীয়ে জিলা আৰক্ষী অধীক্ষক আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ উপ-মহাপৰিদৰ্শকৰ উপস্থিতিত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰা মাওবাদীকেইজনৰ বিপৰীতে মুঠ ২৯ লাখ টকাৰ পুৰস্কাৰৰ কথা ঘোষণা কৰা হৈছিল। ইয়াৰ ভিতৰত ৩ জনৰ বিপৰীতে ৮ লাখ টকাকৈ, এজনৰ বিপৰীতে ৩ লাখ টকা আৰু অন...

August 26, 2024 9:09 PM

views 25

ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন ঘূৰণীয়া মেজমেলত আই এছ এম আৰৰ অধীনৰ ৬টা বিষয়ত আলোচনা

ভাৰত আৰু ছিংগাপুৰৰ মাজৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন ঘূৰণীয়া মেজমেল আজি অনুষ্ঠিত হয়। বৈঠকত ভাৰত আৰু ছিংগাপুৰৰ নেতাসকলে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সম্পর্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়। দুযোপক্ষই আই এছ এম আৰৰ অধীনত চিনাক্ত কৰা ডিজিটেলাইজেশ্বন, দক্ষতা বিকাশ, বহনক্ষমতা, স...

August 26, 2024 9:08 PM

views 18

দেশত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন; দেশবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। এই উপলক্ষে ভক্তপ্রাণ ৰাইজে সত্ৰ, নামঘৰলৈ গৈ পূজা-অৰ্চনা কৰিছে। উত্তৰ প্ৰদেশৰ মথুৰা আৰু বৃন্দাবনত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ উদযাপন কৰা হৈছে। প্ৰভু শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ বাঁকে বিহাৰী মন্দিৰ, প্ৰেম মন্দিৰ, ইস্কন মন্দিৰ...

August 26, 2024 9:06 PM

views 22

কলকাতাৰ আৰ জি কৰ চিকিৎ‍সালয়ৰ বিত্তীয় অনিয়ম সন্দৰ্ভত চিবিআইৰ অনুসন্ধান অব্যাহত

কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে কলকাতাৰ আৰ জি কৰ চিকিৎ‍সালয়ৰ বিত্তীয় অনিয়ম সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। সংস্থাটোৱে চহৰখনৰ বিভিন্ন প্ৰান্তত এই সনন্দৰ্ভত অনুসন্ধান বাহাল ৰখাৰ লগতে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু ফৰেনছিক বিভাগৰ দেৱাশিষ সোমকে ধৰি কেইবাগৰাকী...

August 26, 2024 9:05 PM

views 23

নতুন বায়’-ইথ্রি নীতিয়ে ভাৰতক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত কৰিবঃ ড০ জীতেন্দ্র সিং

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জীতেন্দ্র সিঙে দৃঢ়তাৰে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱৰ্তন কৰা নতুন বায়'-ইথ্রি নীতিয়ে অনাগত দিনত ভাৰতক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত কৰিব। নতুন দিল্লীত নতুন জৈৱ অর্থনৈতিক নীতিক সম্বোধন কৰি ড০ সিঙে কয় যে, দেশৰ জৈৱ অৰ্থনীতিয়ে ২০১৪ চনৰ এহ...

August 26, 2024 6:44 PM

views 13

কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত ৫খন নতুন জিলা গঠনৰ সিদ্ধান্ত

কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত পাঁচখন নতুন জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নতুন জিলাকেইখন হৈছে জানছকাৰ, ড্ৰাছ, শাম, নোব্ৰা আৰু চাংথাং। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰি কয় যে প্রধানমন্ত্ৰী মোদীৰ উন্নত আৰু সমৃদ্ধিশালী লাডাখ নিৰ্মাণৰ দৃষ্টিভং...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।