ৰাষ্ট্ৰীয়

August 26, 2024 6:43 PM

views 29

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ১৬জন প্রার্থীৰ সংশোধিত তালিকা প্ৰকাশ

জম্মু-কাশ্মীৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে আজি ১৬জন প্রার্থীৰ এখন সংশোধিত তালিকা প্ৰকাশ কৰিছে। ইয়াৰপূৰ্বে বিজেপিয়ে ৪৪গৰাকী প্ৰাৰ্থীৰ এখন তালিকা প্রকাশ কৰিছিল। অৱেশ্য পাছত এই তালিকাখন প্ৰত্যাহাৰ কৰা হয়। জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অহা মাহৰ ১৮ তাৰিখৰ পৰা তিনিটা পৰ্যায়ত অন...

August 26, 2024 6:41 PM

views 20

আমেৰিকা ভ্ৰমণৰ অন্তিম দিনটোত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ ৰাষ্ট্ৰীয় নাগৰিক অধিকাৰ সংগ্ৰহালয় পৰিদৰ্শন

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে কালি আমেৰিকা ভ্ৰমণৰ অন্তিম দিনটোত ৰাষ্ট্ৰীয় নাগৰিক অধিকাৰ সংগ্ৰহালয় পৰিদৰ্শন কৰি টেনেছিৰ মেম্পিফছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। আটলাণ্টা, মেম্পিফছ আৰু নেচভিলৰ পৰা অহা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰি শ্রীসিঙে তেওঁলোকৰ কৃতিত্ব, সমাজ, ...

August 26, 2024 6:36 PM

views 22

ছিংগাপুৰত বিত্তীয় কাম-কাজ কার্যবাহিনীৰ অধ্যক্ষ টি ৰাজাকুমাৰক বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সাক্ষাৎ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ছিংগাপুৰত আজি বিত্তীয় কাম-কাজ কার্যবাহিনী (এফ এ টি এফ)ৰ অধ্যক্ষ টি ৰাজাকুমাৰক সাক্ষাৎ কৰে। শ্ৰীমতী সীতাৰমনে কুমাৰক সফলতাৰে কাৰ্যকাল সম্পূৰ্ণ কৰা বাবে অভিনন্দন জনায়। এই সাক্ষাৎকালত বিত্তমন্ত্ৰীগৰাকীয়ে লগতে এফ এ টি এফৰ প্ৰাক্তন অধ্যক্ষগৰাকীক বাহিনীটোৰ কাম-কা...

August 26, 2024 11:29 AM

views 37

জন স্বাস্থ্যৰ প্ৰতি ভাবুকি অনা ১৫৬ বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

কেন্দ্ৰীয় চৰকাৰে জন স্বাস্থ্যৰ প্ৰতি ভাবুকি অনা ১৫৬ বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে। জ্বৰ, চৰ্দি-কাহ, বিষ, এলার্জি আদিত বহুল ভাবে ব্যৱহৃত এই ঔষধৰ উৎপাদন তথা মজুতকৰণতো কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০১৬ চনত গঠন কৰা বিশেষজ্ঞ সমিতিৰ পৰাম...

August 26, 2024 11:08 AM

views 25

২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হব নতুন পেঞ্চন আঁচনি

কেন্দ্ৰীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিত পেঞ্চন প্ৰদানৰ উদ্দেশ্যে নতুন পেঞ্চন আঁচনি একীকৃত পেঞ্চন আঁচনি চমুকৈ ইউ পি এছত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ পিছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই...

August 26, 2024 11:02 AM

views 26

সমগ্র দেশত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন

সমগ্র দেশতে আজি প্রভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। এই উপলক্ষে ভক্তপ্ৰাণ ৰাইজে মন্দিৰত গৈ পূজা-অৰ্চনা কৰিছে। উত্তৰ প্ৰদেশৰ মথুৰা আৰু বৃন্দাবনত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আয়োজন কৰা হৈছে। প্ৰভু শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ বাঁকে বিহাৰী মন্দিৰ, প্ৰেম মন্দিৰ, ইস্কন মন্দিৰ আৰু শ্ৰীকৃষ্ণ জনমভূ...

August 25, 2024 8:46 PM

views 36

বিকশিত ভাৰত অভিযানত যোগাত্মকভাৱে আত্মনিয়োগ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ যুৱ সমাজক আহ্বান

প্রধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ কথা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি কয় যে, এইবছৰ লালকিল্লাৰ পৰা তেওঁ ৰাজনৈতিক পটভূমি নথকা এক লাখ যুৱক যুৱতীক দেশৰ ৰাজনৈতিক ব্যৱস্থাটোৰ সৈতে জড়িত হবলৈ আহ্বান জনাইছিল। তেওঁ কয় যে তেওঁৰ এই আহ্বানে ব্যাপক সঁহাৰি পাইছিল আৰু সম্প্...

August 25, 2024 8:41 PM

views 19

স্বাধীনতা দিৱস এতিয়া এটা সামাজিক মহোৎসৱত পৰিণত হোৱা বুলি দেশৰ প্ৰতিজন লোকে অনুভৱ কৰিছেঃ প্ৰধানমন্ত্ৰী মোদী

হৰ ঘৰ তিৰংগা অভিযানৰ কথা মন কী বাতত উল্লেখ কৰি প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কয় যে, জম্মু কাশ্মীৰৰ ৰিয়েছিত এটা তিৰংগা সমদলত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে সেঁতু চেনাব ৰেলৱে সেঁতুত ৭৫০ মিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। তেওঁ গৌৰৱেৰে কয় যে, এই ছবি দেখা প্ৰতিজন লোকৰে হৃদয় আনন্দৰে ভৰপূৰ হৈ উঠিছ...

August 25, 2024 8:33 PM

views 32

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত সংঘটিত আর্থিক অনিয়মৰ সন্দৰ্ভত চিবিআইৰ ১৫ টা স্থান পৰিদৰ্শন

আজি পুৱা চিবিআইয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰত সংঘটিত আর্থিক অনিয়মৰ সন্দৰ্ভত ১৫ টা স্থান পৰিদৰ্শন কৰে। চিবিআইৰ আন এটা দলে প্রাক্তন অধ্যক্ষ ডাঃ সন্দিপ ঘোষক তেওঁৰ বাসগৃহত জেৰা কৰিছে। শেহতীয়া বাতৰি অনুসৰি তদন্তকাৰী সংস্থাটোৰ আন এটা দলে চিকিৎসা মহাবিদ্যালয়খনৰ প্রাক্তন অধীক্ষক ডাঃ দেৱ...

August 25, 2024 8:01 PM

views 28

মহাৰাষ্ট্ৰৰ জলগাঁৱত ১১ লাখ নতুন লাখপতি বাইদেউক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰমাণপত্ৰ প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ জলগাঁৱত আয়োজিত এটা অনুষ্ঠানত ১১ লাখ নতুন লাখপতি বাইদেউক প্ৰমাণপত্ৰ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে লাখপতি বাইদেউসকলক সম্বৰ্ধনা জনোৱাৰ লগতে ব্যৱসায় সন্দৰ্ভত তেওঁলোকৰ সৈতে মত বিনিময়ো কৰে। অনুষ্ঠানত সমৱেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।