ৰাষ্ট্ৰীয়

August 29, 2024 7:12 PM

views 35

জম্মু-কাশ্মীৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

দেশৰ নিৰ্বাচন আয়োগে জম্মু কাশ্মীৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে মনোনয়ন-পত্র দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা ৫ ছেপ্তেম্বৰত মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন আৰু অহা ৬ ছেপ্তেম্বৰত মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। প্ৰাৰ্থীসকলে অহা ৯ ছেপ্তেম্বৰলৈ মনোনয়ন ...

August 29, 2024 7:10 PM

views 14

গুজৰাট, কর্ণাটক, কেৰালা, তেলেংগানা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু হাৰিয়ানাৰ ১৬ স্থানত এনআইএৰ ব্যাপক তালাচী

ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এন আই এ)ই কালি পাকিস্তানৰ ষড়যন্ত্ৰত হোৱা বিশাখাপট্টনম চোৰাংচোৱাগিৰি ঘটনা সন্দৰ্ভত দেশৰ ভালেমান ঠাইত তালাচী চলায়। ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ তথ্য অনুসৰি গুজৰাট, কর্ণাটক, কেৰালা, তেলেংগানা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু হাৰিয়ানাৰ ১৬টা স্থানত ব্যাপক তালাচী চলোৱা হয়। তদন্তকাৰী সংস্থ...

August 29, 2024 7:09 PM

views 9

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস, প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস। মহান হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। ভাৰতীয় হকীৰ ইতিহাসত মেজৰ ধ্যানচন্দৰ ঐতিহ্যৰ প্ৰতি সন্মান আৰু শাৰিৰীক গতিবিধি তথা খেল-ধেমালিৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতি বছৰে ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস পালন কৰা হয়। এই ...

August 29, 2024 7:07 PM

views 23

শ্রীলংকাৰ উত্তৰ অংশত নিৰ্মাণ কৰিবলগীয়া হাইব্রীড বিদ্যুৎ প্ৰকল্পৰ বাবে ভাৰতৰ প্রথম ধনৰাশি আদায়

ভাৰতে শ্রীলংকাৰ উত্তৰ অংশত নিৰ্মাণ কৰিবলগীয়া হাইব্রীড বিদ্যুৎ প্ৰকল্পৰ বাবে প্রথম ধনৰাশি আদায় দিছে। শ্রীলংকাত ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝাই শ্ৰীলংকাৰ শক্তিমন্ত্ৰী ড০ সুলক্ষনা জয়বর্ধনা আৰু দেশখনৰ বহনক্ষম শক্তি প্ৰাধিকৰণৰ অধ্যক্ষ ৰঞ্জিত ছেপালাক এই ধনৰাশি প্ৰদান কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত ২০২২ চন...

August 29, 2024 7:06 PM

views 19

দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত আজি ৫.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত আজি পুৱা ৰিখটাৰ স্কেলত ৫ দশমিক ৭ প্ৰাবল্যৰ এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰাষ্ট্রীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আফগানিস্তানত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। এতিয়ালৈকে এই ভূমিকম্পৰ ফলত ধন-জন হানি হোৱাৰ কোনো বাতৰি পোৱা নাই ৷

August 29, 2024 1:30 PM

views 56

পি এফ আইৰ অংশীদাৰী দেশৰ বৈঠকত ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি অনুষ্ঠিত প্রশান্ত মহাসাগৰীয় দ্বীপসমূহৰ গোট চমুকৈ পি এফ আইৰ অংশীদাৰী দেশসমূহৰ বৈঠকত অংশগ্ৰহণ কৰে। টংগাৰ নুকু’আলোফাত অনুষ্ঠিত হোৱা এই সভাত ভাৰতৰ লগতে দক্ষিণ কোৰিয়া, আমেৰিকা, জাপান, নৰৱে, ফ্রান্স আদিকে দৰি ২১ দেশে অংশ লয়। আলোচনাত অংশ ...

August 29, 2024 1:22 PM

views 18

দেশৰ ১৪০ কোটি জনতাই পেৰিছ পেৰালিম্পিকত ভাগ লোৱা খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে : প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ ১৪০ কোটি জনতাই পেৰিছ পেৰালিম্পিকত ভাগ লোৱা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীমোদীয়ে কৈছে যে, প্ৰতিগৰাকী খেলুৱৈৰ সাহস আৰু একাগ্ৰতা সমগ্ৰ দেশৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁ কৈছে যে, সকলোৱে তেওঁলোকৰ সফলতাৰ কামনা কৰি...

August 29, 2024 1:19 PM

views 28

চলিত বৰ্ষৰ পেৰালিম্পিক প্রতিযোগিতাত ১৬৭ দেশৰ ৪,৪০০ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ

পেৰিছত কালি চলিত বৰ্ষৰ পেৰালিম্পিক প্রতিযোগিতা আৰম্ভ হৈছে। পেৰিছত অনুষ্ঠিত আকর্ষণীয় অনুষ্ঠানৰ পাছত এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে আৰম্ভ হয়। প্রতিযোগিতা ১৬৭ খন দেশৰ ৪ হাজাৰ ৪০০ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে। ২০২০ বৰ্ষৰ টকিঅ' অলিম্পিকৰ সোণৰ পদক বিজেতা জেভলিন খেলুৱৈ সুমিত অনতিল আৰু বিশ্ব অভিলেখ সৃষ্টি ক...

August 29, 2024 1:15 PM

views 19

মস্কোত জৰুৰীকালীন ব্যৱস্থাপনা সম্পৰ্কীয় ভাৰত-ৰাছিয়া যুটীয়া আয়োগৰ দ্বিতীয়লানি বৈঠক

জৰুৰীকালীন ব্যৱস্থাপনাৰ ক্ষেত্ৰৰ সহযোগিতা সম্পৰ্কীয় ভাৰত-ৰাছিয়া যুটীয়া আয়োগৰ দ্বিতীয়লানি বৈঠক কালি ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে বৈঠকত ভাগ লোৱা ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰে। বৈঠকৰ প্ৰথম দিনা ২০২৫-২৬ বৰ্ষৰ বাবে জৰুৰীকালীন ব্যৱস্থাপনাৰ ক্ষেত্ৰ...

August 29, 2024 1:12 PM

views 37

হাৰিয়ানা ৰাজ্যিক বিজেপিয়ে নির্বাচনী প্ৰচাৰত শিশুক ব্যৱহাৰৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে নির্বাচন আয়োগে

নির্বাচন আয়োগে হাৰিয়ানা ৰাজ্যিক বিজেপিয়ে নির্বাচনী প্ৰচাৰ অভিযানৰ বাবে সামাজিক মাধ্যম এক্সত এটা শিশুক ব্যৱহাৰ কৰাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে। এইক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপৰ বাবে ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়াই ৰাজ্যিক বিজেপিৰ সভাপতিলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। আজি সন্ধিয়া ৬ বজাৰ ভিতৰত মো...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।