August 9, 2024 8:33 PM August 9, 2024 8:33 PM
18
ভাৰত-বাংলাদেশ সীমান্তৰ সাম্প্রতিক স্থিতি নিৰীক্ষণৰ বাবে সমিতি গঠন
কেন্দ্ৰীয় চৰকাৰে ভাৰত-বাংলাদেশ সীমান্তৰ সাম্প্রতিক স্থিতি নিৰীক্ষণৰ বাবে এখন কমিটি গঠন কৰিছে। এই কমিটিখনে বাংলাদেশত থকা ভাৰতীয় নাগৰিক তথা সংখ্যালঘু সম্প্রদায়ৰ লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ বৰ্তাই ৰাখিব। সীমান্ত সুৰক্ষা বাহিনীৰ ইষ্টার্ণ কমাণ্ডৰ অতিৰিক্ত সঞ্চা...