ৰাষ্ট্ৰীয়

September 5, 2024 12:17 PM

views 11

অহা বছৰৰ ১৪ৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ ভাৰত মণ্ডপমত গোলকীয় বস্ত্ৰ প্ৰদৰ্শনী-ভাৰত টেক্স ২০২৫

কেন্দ্ৰীয় বস্ত্রমন্ত্রী গিৰিৰাজ সিঙে কৈছে যে, ২০৩০ চনৰ ভিতৰত ভাৰতৰ বস্ত্ৰ উদ্যোগ ৩৫০ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। কালি নতুন দিল্লীত ভাৰত টেক্স ২০২৫ৰ উন্মোচন অনুষ্ঠান সম্বোধন কৰি তেঁও কয় যে, ইয়াৰ ফলত দেশত ৩ কোটি ৫ লাখ নতুন চাকৰি সংযোজন হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত ব...

September 5, 2024 11:52 AM

views 7

হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৬৭ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

বিজেপিয়ে হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৬৭ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ কৰিছে । সেই অনুসৰি মুখ্যমন্ত্রী নায়ব সিং চেইনীয়ে লাডৱা, বিধানসভাৰ অধ্যক্ষ জ্ঞানচন্দ গুপ্তাই পঞ্চকুলা আৰু প্ৰাক্তন মন্ত্ৰী অনিল ৱিজে আম্বালা কেন্ট আসনৰ পৰা প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। অসীম গোয়েলে আম্বালা...

September 5, 2024 11:47 AM

views 38

কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ, এন এল এফ টি আৰু -এ টি টি এফৰ মাজত নতুন দিল্লীত চুক্তি স্বাক্ষৰিত

কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ, নেচনেল লিবাৰেশ্বন ফ্ৰণ্ট অৱ ত্ৰিপুৰা-এন এল এফ টি আৰু অল ত্ৰিপুৰা টাইগাৰ ফোৰ্ছ-এ টি টি এফৰ প্ৰতিনিধিসকলৰ মাজত কালি নতুন দিল্লীত এখন চুক্তি স্বাক্ষৰিত হয়। চুক্তি সম্পাদনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু গৃহ মন্ত্ৰালয় তথা...

September 5, 2024 11:43 AM

views 15

শিক্ষক দিৱস উপলক্ষে আজি শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে অমৃত উদ্যান আছুতীয়াকৈ খোলাৰ ব্যৱস্থা

শিক্ষক দিৱস উপলক্ষে আজি অকল শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে অমৃত উদ্যান আছুতীয়াকৈ খোলাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰপতি সচিবালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে যে, ৰাষ্ট্ৰপতি ভৱনৰ ৩৫ নম্বৰ গেটৰ জৰিয়তে শিক্ষকসকলে প্ৰৱেশ কৰিব পাৰিব। তেওঁলোকৰ সুবিধার্থে কেন্দ্রীয় সচিবালয় মেট্ৰ' ষ্টেচনৰ পৰা ৩৫ নম্বৰ গেটলৈ বিনামূল...

September 5, 2024 11:41 AM

views 13

সমগ্র দেশত আজি শিক্ষক দিৱস পালন

সমগ্র দেশত আজি শিক্ষক দিৱস পালন কৰা হৈছে। শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ডº সর্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ ৮২ গৰাকী শিক্ষক-শিক্ষয়িত্...

September 5, 2024 11:36 AM

views 13

লৰেন্স ৱঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ ভাৰত আৰু ছিংগাপুৰৰ মাজৰ কৌশলগত সহযোগিতাৰ অগ্ৰগতি পর্যালোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই ভাৰত আৰু ছিংগাপুৰৰ মাজৰ কৌশলগত সহযোগিতাৰ অগ্ৰগতি পর্যালোচনা কৰিব আৰু পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত বিনিময় কৰিব। শ্রীমোদী ব্রুনেইৰ সফল ভ্রমণ সামৰি কালি...

September 4, 2024 7:46 PM

views 11

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক চিকিৎসা প্রতিষ্ঠানত চিকিৎসক-স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ

কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ১০ চেপ্তেম্বৰৰ ভিতৰত চিকিৎসা প্রতিষ্ঠানত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ বাবে লোৱা উপায় সন্দৰ্ভত প্রতিবেদন দাখিল কৰিবলৈ কৈছে। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰাই এই সন্দৰ্ভত সকলো ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানসকললৈ এখন...

September 4, 2024 7:42 PM

views 24

ব্রুনেইৰ সফল ভ্রমণ সামৰি প্ৰধানমন্ত্ৰী ছিংগাপুৰৰ লিয়ন চহৰত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্রুনেইৰ সফল ভ্রমণ সামৰি আজি বিয়লি ছিংগাপুৰৰ লিয়ন চহৰত উপস্থিত হয়। শ্রীমোদী প্রধানমন্ত্রী লৰেন্স ৱঙৰ আমন্ত্রণমৰ্মে দেশখনলৈ গৈছে। ছিংগাপুৰৰ গৃহমন্ত্ৰী গৃহ পৰিক্ৰমা আৰু আইন মন্ত্ৰী কে ছনমুগমে প্রধানমন্ত্রী মোদীক আদৰণি জনায়। প্রধানমন্ত্ৰী হোটেলত উপস্থিত হোৱাৰ সময়ত দেশখন...

September 4, 2024 7:20 PM

views 31

ত্ৰিপুৰা চৰকাৰ, এন এল এফ টি আৰুএ টি টি এফৰ মাজত চুক্তি স্বাক্ষৰ

নতুন দিল্লীত আজি ত্ৰিপুৰা চৰকাৰ, নেচনেল লিবাৰেচন ফ্ৰণ্ট অব্ ত্ৰিপুৰা, এন এল এফ টি আৰু অল ত্ৰিপুৰা টাইগাৰ ফ'ৰ্চ - এ টি টি এফৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। চুক্তি স্বাক্ষৰৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, ত্ৰিপুৰাৰ মুখ্যমন্ত্রী মাণিক সাহা, গৃহ মন্ত্ৰ্যালয় আৰু ত্ৰিপুৰা চৰকাৰৰ শীর্ষ বিষয়াস...

September 4, 2024 6:13 PM

views 11

নাগালেণ্ডৰ চুমুকেডিমাত হোৱা ভূমিস্খলনত ৪ জন লোকৰ মৃত্যু

নাগালেণ্ডৰ চুমুকেডিমাত যোৱা নিশা হোৱা ভূমিস্খলনৰ ফলত ৪ জন লোক মৃত্যুমুখত পৰে। আনহাতে প্রচণ্ড বৰষুণৰ বাবে ৰাজ্যখনৰ ৰাজধানী কোহিমাৰ সৈতে ডিমাপুৰক সংযোগ কৰা ২৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো দুঠাইত পানীয়ে সম্পূৰ্ণৰূপে ছিঙি পেলায়। ইয়াৰ ফলত ঘাইপথেৰে যাতায়াত বন্ধ হৈ পৰিছে। কোহিমাত আকাশবাণীৰ সৈতে হোৱা কথা বত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।