September 7, 2024 12:19 PM
30
গণেশ চতুর্থী উপলক্ষে ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতিৰ দেশৱাসীক ওলগ
সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে গণেশ চতুর্থী পালন কৰা হৈছে। জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক ভগৱান গণেশৰ জন্মদিনৰ লগত সংগতি ৰাখি এই উৎসৱ পালন কৰা হয়। বিনায়ক চতুর্থী অথবা গণেশ উৎসৱ নামে পৰিচিত এই দিনটোত ১০ দিনীয়া উৎসৱৰ আৰম্ভণি হয়। এই সময়চোৱাত জনসাধাৰণে নিজৰ ঘৰত ভগৱান গণে...