ৰাষ্ট্ৰীয়

September 7, 2024 9:13 PM

views 28

চৰকাৰে উন্নত প্ৰশিক্ষণৰ বাবে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ বদ্ধপৰিকৰঃ মনসুখ মন্দাভিয়া

কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই কৈছে যে, চৰকাৰে উন্নত প্ৰশিক্ষণৰ বাবে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ। শ্ৰীমন্দাভিয়াই কয় যে, খেলুৱৈসকলে যাতে বিভিন্ন প্রতিযোগিতাত উন্নত প্ৰদৰ্শন আগবঢ়াব পাৰে, তাৰ বাবে চৰকাৰে দেশত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথন...

September 7, 2024 9:11 PM

views 19

হাৰিয়ানাত মিত্ৰতাৰ বিষয় লৈ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীক সমালোচনা বিজেপিৰ

বিজেপিয়ে হাৰিয়ানাত মিত্ৰতাৰ বিষয় লৈ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীক সমালোচনা কৰি কৈছে যে, বিৰোধী মিত্ৰজোটটোৰ কোনো নিৰ্দিষ্ট পৰিকল্পনা নাই। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজত মিত্রতা স্থাপন হ'ব পাৰে বুলি চলা জল্পনা-কল্পনাৰ মাজতে বিজেপিৰ মুখপাত্র শ্বেহজাদ পুণেৱালাই আজি ন...

September 7, 2024 9:09 PM

views 12

দিল্লীত খাদ্য সামগ্রী বিতৰণ আৰু ক্রেতাসকলক স্থানীয় ৰেষ্টোৰাঁ আদিৰ সৈতে সংযুক্ত কৰা এক অনলাইন মঞ্চৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ মন্ত্ৰী জয়ন্ত চৌধুৰীৰ

দক্ষতা বিকাশ আৰু উদ্যমশীলতা দপ্তৰৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে আজি আজি নতুন দিল্লীত পৰিবহণ আৰু দক্ষতাৰ বিকাশ সন্দৰ্ভত ব্যক্তিগত খণ্ডৰ এটা ফুড এগ্রেগেটৰ অৰ্থাৎ খাদ্য সামগ্রী বিতৰণ আৰু ক্রেতাসকলক স্থানীয় ৰেষ্টোৰাঁ আদিৰ সৈতে সংযুক্ত কৰা এক প্ৰকাৰৰ অনলাইন মঞ্চৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰ...

September 7, 2024 9:05 PM

views 27

বিধানসভা নিৰ্বাচনৰ পাছত জম্মু-কাশ্মীৰক পুনৰাই ৰাজ্যৰ মৰ্য্যাদা দিয়া হ’ব বুলি গৃহ মন্ত্ৰী অমিত শ্বাহৰ আশ্বাস

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিধানসভা নিৰ্বাচনৰ পাছত জম্মু-কাশ্মীৰক পুনৰাই ৰাজ্যৰ মৰ্য্যাদা দিয়া হ'ব বুলি আশ্বাস দিছে। জম্মুত আজি এখন জনসভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, মোদী চৰকাৰে সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত হ'বলগীয়...

September 7, 2024 6:22 PM

views 19

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২৫ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ১৫ ছেপ্তেম্বৰ

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২৫ৰ বাবে মনোনয়ন দাখিল অন্তিম দিন ১৫ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে। এই বঁটাৰ জৰিয়তে শিশুসকলৰ মাজত থকা শক্তি, দৃঢ়তা আৰু যোগ্যতাক উৎসাহ যোগোৱা হয়। ৫ বছৰ বয়সৰ ঊৰ্ধৰ আৰু ১৮ বছৰ বয়সৰ তলৰ শিশুক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয়। উল্লেখযোগ্য যে মহিলা আৰু শিশু বিকাশ মন...

September 7, 2024 12:55 PM

views 33

ভাৰত-বাংলাদেশ সীমান্তৰ স্থিতি সম্পৰ্কত বি এছ এফ আৰু বিজিবিৰ মাজত বৈঠক অনুষ্ঠিত

সীমান্ত সুৰক্ষা বাহিনী, বি এছ এফে বৰ্ডাৰ গার্ড বাংলাদেশ বিজিবিক ভাৰতীয় ভূখণ্ডত বাংলাদেশী নাগৰিকৰ অবৈধ প্ৰৱেশ ৰোধ কৰিবলৈ কৈছে। দুয়োটা বাহিনীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ স্থিতি সম্পর্কে অলপতে এখন বৈঠকত মিলিত হয়। বৈঠকত বিজিবিয়ে বাংলাদেশত বাস কৰা ভাৰতীয় নাগৰিক আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ সুৰক্ষাৰ ...

September 7, 2024 12:47 PM

views 27

ব্যক্তিগত তথ্য বিচৰা প্ৰবঞ্চনামূলক ৱেবছাইটৰ বিৰুদ্ধে প্ৰেছ ইনফৰমেচন ব্যুৰোৰ সকিয়নি

প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষা গোটে অফিচিয়েল ৱেবছাইটৰ ৰূপত ব্যক্তিগত তথ্য বিচৰা প্ৰবঞ্চনামূলক ৱেবছাইটৰ বিৰুদ্ধে সকিয়নি দিছে। তথ্য পৰীক্ষা গোটে কৈছে যে, প্রবঞ্চনামূলক ৱেবছাইট "bsnltowerindia.com" এ প্ৰতাৰনামূলকভাৱে ফাইভ-জি টাৱাৰ স্থাপনৰ বাবে আবেদনৰ আমন্ত্ৰণ জনাইছে। প্ৰেছ ইনফৰমেচন ব্যুৰোৱে কৈছে...

September 7, 2024 12:27 PM

views 26

ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধন একেৰাহে তৃতীয় সপ্তাহৰ বাবে বৃদ্ধি

ভাৰতৰ বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৩০ আগষ্টত সমাপ্ত হোৱা সপ্তাহটোত ২০০ কোটিৰো অধিক ডলাৰ বৃদ্ধি পাই ৬৮ হাজাৰ ৩৯০ কোটি ডলাৰৰ অভিলেখ পৰ্যায় পাইছেগৈ। ভাৰতীয় ৰিজাৰ্ভ বেংকে কালি জাৰি কৰা তথ্য অনুসৰি বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধন একেৰাহে তৃতীয় সপ্তাহৰ বাবে বৃদ্ধি পাইছে। বিগত ৩ সপ্তাহত ব...

September 7, 2024 12:24 PM

views 10

হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৩১ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

কংগ্ৰেছে হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৩১ গৰাকী প্ৰাৰ্থীৰ এখন তালিকা প্রকাশ কৰিছে ৷ সেই অনুসৰি দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদাই গঢ়ি চাম্পলা কিলোই আসনৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। প্ৰদেশ কংগ্ৰেছৰ মুৰববী উদয় ভানক হোদলৰ পৰা টিকট প্ৰদান কৰা হৈছে। একেদৰে কাল...

September 7, 2024 12:22 PM

views 22

দিনযোৰা কাৰ্যসূচীৰে উত্তৰ প্ৰদেশৰ লগতে গোৰখপুৰৰ আৰু মধ্যপ্ৰদেশৰ চাটনাৰ চিত্ৰকোট ভ্ৰমণ জগদীপ ধনখড়ৰ

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি দিনযোৰা কাৰ্যসূচীৰে উত্তৰ প্ৰদেশৰ চিত্ৰকোট আৰু গোৰখপুৰৰ লগতে মধ্যপ্ৰদেশৰ চাটনাৰ চিত্ৰকোট ভ্ৰমণ কৰিব। উপৰাষ্ট্ৰপতিগৰকীয়ে আজি উত্তৰপ্ৰদেশৰ গোৰখপুৰত এখন নতুন সৈনিক বিদ্যালয় উদ্বোধন কৰিব। শ্রীধনখড়ে চিত্রকোটৰ জগতগুৰু ৰামভদ্ৰাচার্য দিব্যাংগ ৰাজ্যিক বিশ্ববিদ্যালয়ত এখন ৰাষ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।