September 17, 2024 12:15 PM
31
প্রতিবাদী কনিষ্ঠ চিকিৎসকসকলে উত্থাপন কৰা চাৰিটা দাবীৰ ভিতৰত ৰাজ্য চৰকাৰে তিনিটা দাবী মানি লৈছেঃ মমতা বেনাৰ্জী
পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে কৈছে যে প্রতিবাদী কনিষ্ঠ চিকিৎসকসকলে উত্থাপন কৰা চাৰিটা দাবীৰ ভিতৰত ৰাজ্য চৰকাৰে তিনিটা দাবী মানি লৈছে। কালিঘাটস্থিত বাসগৃহত যোৱা নিশা কনিষ্ঠ চিকিৎসকসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে চিকিৎসকসকলৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি ক...