ৰাষ্ট্ৰীয়

August 26, 2024 9:06 PM August 26, 2024 9:06 PM

views 7

কলকাতাৰ আৰ জি কৰ চিকিৎ‍সালয়ৰ বিত্তীয় অনিয়ম সন্দৰ্ভত চিবিআইৰ অনুসন্ধান অব্যাহত

কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে কলকাতাৰ আৰ জি কৰ চিকিৎ‍সালয়ৰ বিত্তীয় অনিয়ম সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। সংস্থাটোৱে চহৰখনৰ বিভিন্ন প্ৰান্তত এই সনন্দৰ্ভত অনুসন্ধান বাহাল ৰখাৰ লগতে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু ফৰেনছিক বিভাগৰ দেৱাশিষ সোমকে ধৰি কেইবাগৰাকী...

August 26, 2024 9:05 PM August 26, 2024 9:05 PM

views 7

নতুন বায়’-ইথ্রি নীতিয়ে ভাৰতক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত কৰিবঃ ড০ জীতেন্দ্র সিং

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জীতেন্দ্র সিঙে দৃঢ়তাৰে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱৰ্তন কৰা নতুন বায়'-ইথ্রি নীতিয়ে অনাগত দিনত ভাৰতক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত কৰিব। নতুন দিল্লীত নতুন জৈৱ অর্থনৈতিক নীতিক সম্বোধন কৰি ড০ সিঙে কয় যে, দেশৰ জৈৱ অৰ্থনীতিয়ে ২০১৪ চনৰ এহ...

August 26, 2024 6:44 PM August 26, 2024 6:44 PM

views 4

কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত ৫খন নতুন জিলা গঠনৰ সিদ্ধান্ত

কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত পাঁচখন নতুন জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নতুন জিলাকেইখন হৈছে জানছকাৰ, ড্ৰাছ, শাম, নোব্ৰা আৰু চাংথাং। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰি কয় যে প্রধানমন্ত্ৰী মোদীৰ উন্নত আৰু সমৃদ্ধিশালী লাডাখ নিৰ্মাণৰ দৃষ্টিভং...

August 26, 2024 6:43 PM August 26, 2024 6:43 PM

views 7

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ১৬জন প্রার্থীৰ সংশোধিত তালিকা প্ৰকাশ

জম্মু-কাশ্মীৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে আজি ১৬জন প্রার্থীৰ এখন সংশোধিত তালিকা প্ৰকাশ কৰিছে। ইয়াৰপূৰ্বে বিজেপিয়ে ৪৪গৰাকী প্ৰাৰ্থীৰ এখন তালিকা প্রকাশ কৰিছিল। অৱেশ্য পাছত এই তালিকাখন প্ৰত্যাহাৰ কৰা হয়। জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অহা মাহৰ ১৮ তাৰিখৰ পৰা তিনিটা পৰ্যায়ত অন...

August 26, 2024 6:41 PM August 26, 2024 6:41 PM

views 4

আমেৰিকা ভ্ৰমণৰ অন্তিম দিনটোত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ ৰাষ্ট্ৰীয় নাগৰিক অধিকাৰ সংগ্ৰহালয় পৰিদৰ্শন

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে কালি আমেৰিকা ভ্ৰমণৰ অন্তিম দিনটোত ৰাষ্ট্ৰীয় নাগৰিক অধিকাৰ সংগ্ৰহালয় পৰিদৰ্শন কৰি টেনেছিৰ মেম্পিফছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। আটলাণ্টা, মেম্পিফছ আৰু নেচভিলৰ পৰা অহা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰি শ্রীসিঙে তেওঁলোকৰ কৃতিত্ব, সমাজ, ...

August 26, 2024 6:36 PM August 26, 2024 6:36 PM

views 4

ছিংগাপুৰত বিত্তীয় কাম-কাজ কার্যবাহিনীৰ অধ্যক্ষ টি ৰাজাকুমাৰক বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সাক্ষাৎ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ছিংগাপুৰত আজি বিত্তীয় কাম-কাজ কার্যবাহিনী (এফ এ টি এফ)ৰ অধ্যক্ষ টি ৰাজাকুমাৰক সাক্ষাৎ কৰে। শ্ৰীমতী সীতাৰমনে কুমাৰক সফলতাৰে কাৰ্যকাল সম্পূৰ্ণ কৰা বাবে অভিনন্দন জনায়। এই সাক্ষাৎকালত বিত্তমন্ত্ৰীগৰাকীয়ে লগতে এফ এ টি এফৰ প্ৰাক্তন অধ্যক্ষগৰাকীক বাহিনীটোৰ কাম-কা...

August 26, 2024 11:29 AM August 26, 2024 11:29 AM

views 29

জন স্বাস্থ্যৰ প্ৰতি ভাবুকি অনা ১৫৬ বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

কেন্দ্ৰীয় চৰকাৰে জন স্বাস্থ্যৰ প্ৰতি ভাবুকি অনা ১৫৬ বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে। জ্বৰ, চৰ্দি-কাহ, বিষ, এলার্জি আদিত বহুল ভাবে ব্যৱহৃত এই ঔষধৰ উৎপাদন তথা মজুতকৰণতো কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০১৬ চনত গঠন কৰা বিশেষজ্ঞ সমিতিৰ পৰাম...

August 26, 2024 11:08 AM August 26, 2024 11:08 AM

views 7

২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হব নতুন পেঞ্চন আঁচনি

কেন্দ্ৰীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিত পেঞ্চন প্ৰদানৰ উদ্দেশ্যে নতুন পেঞ্চন আঁচনি একীকৃত পেঞ্চন আঁচনি চমুকৈ ইউ পি এছত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ পিছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই...

August 26, 2024 11:02 AM August 26, 2024 11:02 AM

views 12

সমগ্র দেশত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন

সমগ্র দেশতে আজি প্রভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। এই উপলক্ষে ভক্তপ্ৰাণ ৰাইজে মন্দিৰত গৈ পূজা-অৰ্চনা কৰিছে। উত্তৰ প্ৰদেশৰ মথুৰা আৰু বৃন্দাবনত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আয়োজন কৰা হৈছে। প্ৰভু শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ বাঁকে বিহাৰী মন্দিৰ, প্ৰেম মন্দিৰ, ইস্কন মন্দিৰ আৰু শ্ৰীকৃষ্ণ জনমভূ...

August 25, 2024 8:46 PM August 25, 2024 8:46 PM

views 12

বিকশিত ভাৰত অভিযানত যোগাত্মকভাৱে আত্মনিয়োগ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ যুৱ সমাজক আহ্বান

প্রধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ কথা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি কয় যে, এইবছৰ লালকিল্লাৰ পৰা তেওঁ ৰাজনৈতিক পটভূমি নথকা এক লাখ যুৱক যুৱতীক দেশৰ ৰাজনৈতিক ব্যৱস্থাটোৰ সৈতে জড়িত হবলৈ আহ্বান জনাইছিল। তেওঁ কয় যে তেওঁৰ এই আহ্বানে ব্যাপক সঁহাৰি পাইছিল আৰু সম্প্...