ৰাষ্ট্ৰীয়

September 24, 2024 11:33 AM

views 16

মানৱতাৰ সাফল্য যুদ্ধক্ষেত্ৰত নহয়, বৰং সামূহিক শক্তিতহে নিহিত হৈ থাকে : প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ডিজিটীয় জন আন্তঃগাঁঠনিক বাধা হিচাপে নহয়, বৰং সংযোগ হিচাপেহে ব্যৱহাৰ কৰিব লাগে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত যোৱা নিশা অনুষ্ঠিত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীয়ে কয় যে, বিশ্বৰ মংগলৰ বাবে ভাৰতে নিজৰ ডিজিটীয় জন আন্তঃগাঁঠনি ৰাজহুৱা কৰিবলৈ সাজু। ভাষণত...

September 23, 2024 8:36 PM

views 13

অহা বছৰৰ মাজভাগলৈ ১ লাখ 4G মোবাইল টাৱাৰ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কেন্দ্ৰৰ

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কৈছে যে, চৰকাৰে অহা বছৰৰ মাজ ভাগলৈকে এক লাখ 4G মোবাইল টাৱাৰ স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰে ৩৬ হাজাৰ ৫৭৪ টা 4G মোবাইল টাৱাৰ ইতিমধ্যে স্থাপন কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিনৰ সফলতা স...

September 23, 2024 8:33 PM

views 14

জয়পুৰত সামৰিক বিদ্যালয় আনুষ্ঠানিক উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনাক শক্তিশালী কৰাৰ ক্ষেত্ৰত সামৰিক বিদ্যালয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে বুলি মন্তব্য কৰিছে। আজি জয়পুৰত এখন সামৰিক বিদ্যালয় আনুষ্ঠানিকভাবে উদ্বোধন কৰি শ্ৰী সিঙে কয় যে, ৰাজস্থান সংস্কৃতি আৰু বীৰত্বৰ বাবে প্ৰসিদ্ধ ৷ এই সামৰিক বিদ্যালয়খন চলিত শিক্ষ...

September 23, 2024 8:28 PM

views 16

নেপালৰ প্ৰধানমন্ত্ৰী, কুৱেইটৰ যুৱৰাজ, পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰে দ্বিপাক্ষিক আলোচনা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ আজি দ্বিতীয় দিনা নেপালৰ প্ৰধানমন্ত্ৰী, কুৱেইটৰ যুৱৰাজ আৰু পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অ'লিৰ সৈতে হোৱা বৈঠকত দুয়োগৰাকী নেতাই ভাৰত আৰু নেপালৰ মাজত থকা অনন্য আৰু দৃঢ় দ্বিপাক্ষিক সহযোগ...

September 23, 2024 3:47 PM

views 12

হাইফা যুদ্ধৰ শ্বহীদসকলৰ সন্মানার্থে নতুন দিল্লীত আজি হাইফা দিৱস পালন

হাইফা যুদ্ধৰ শ্বহীদসকলৰ সন্মানার্থে নতুন দিল্লীত আজি হাইফা দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ভাৰতত ইজৰাইলৰ ৰাষ্ট্রদূত ৰুৱেন আজাৰে দুয়োখন দেশৰ সম্পৰ্কৰ প্ৰশংসা কৰে। তেওঁ দুয়োখন দেশত গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ বিষয়ে উল্লেখ কৰি ইয়াৰ প্ৰশংসা কৰে। ১৯১৮ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত ব্ৰি...

September 23, 2024 3:42 PM

views 24

সমগ্ৰ দেশতে ৭০ হাজাৰতকৈও অধিক বাহন চার্জিং কেন্দ্ৰ স্থাপনৰ বাবে দুহেজাৰ কোটিতকৈও অধিক টকা বিনিয়োগৰ পৰিকল্পনা

সমগ্ৰ দেশতে ৭০ হাজাৰতকৈও অধিক বাহন চার্জিং কেন্দ্ৰ স্থাপনৰ বাবে দুহেজাৰ কোটিতকৈও অধিক টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে। গুৱাহাটীত কেন্দ্ৰীয় গধুৰ উদ্যোগ আৰু তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে এখন সংবাদমেল সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে অসমৰ কাৰ্বি ...

September 23, 2024 3:21 PM

views 22

২০১৮ চনত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ আজি ৬ বছৰৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাখনে আজি ছবছৰৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে যোৱা ছবছৰত এই অভিলাসী আঁচনিখনে লাখ লাখ লোকৰ জীৱন স্পৰ্শ কৰিছে আৰু আশা, নিৰাময়ৰ ক্ষেত্...

September 23, 2024 3:19 PM

views 26

পুঞ্চ আৰু শ্ৰীনগৰৰ নির্বাচনী সভাত ৰাহুল গান্ধীৰ অংশগ্রহণ

এ আই চি চিৰ প্ৰাক্তন সভাপতি তথা বিৰোধী দলৰ সভাপতি ৰাহুল গান্ধীয়ে আজি পুঞ্চ আৰু শ্ৰীনগৰৰ নির্বাচনী সভাত অংশগ্রহণ কৰিছে। তেওঁ জে কে পি চিৰ সভাপতি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী তাৰিক হামিদ কাৰাৰ সমৰ্থনত নিৰ্বাচনী সভাত ভাষণ দিব।

September 23, 2024 3:06 PM

views 11

একবিংশ শতিকা প্ৰযুক্তিৰ শতিকা আৰু প্ৰতিটো খণ্ড মানৱ কল্যাণৰ বাবে পৰিচালিত হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে একবিংশ শতিকা প্ৰযুক্তিৰ শতিকা আৰু প্ৰতিটো খণ্ড মানৱ কল্যাণৰ বাবে পৰিচালিত হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি পুৱা নিউয়র্কত আমেৰিকাৰৰ আগশাৰীৰ প্ৰযুক্তি কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে। তেওঁ লগতে কয় যে প্ৰযুক্তি আৰু গণতন্ত্ৰৰ...

September 23, 2024 2:39 PM

views 33

জন্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

জন্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া সামৰণি পৰিব। এই পৰ্যায়ত ৫ খন জিলাৰ ২৬ টা বিধানসভা সমষ্টিত পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ভোটগ্রহণ অনুষ্ঠিত হ'বলগীয়া জিলাকেইখন হৈছে - জম্মু খণ্ডত ৰিয়াচি, ৰাজৌৰী আৰু পুঞ্চ। আনহাতে, কাশ্মীৰ উপত্যকাৰ নিৰ্বাচন অনুষ্ঠিত হ'বল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।