August 27, 2024 6:58 PM August 27, 2024 6:58 PM
8
মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ভাৰতীয় দলৰ ৰিজাৰ্ভ খেলুৱৈ হিচাপে অসমৰ উমা ছেত্ৰীৰ স্থান লাভ
সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইত হ'বলগীয়া মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত ৰিজাৰ্ভ খেলুৱৈ হিচাপে অসমৰ উমা ছেত্ৰীয়ে স্থান লাভ কৰিছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে ঘোষণা কৰা ১৫ জনীয়া দলটোৰ অধিনায়ক হিচাপে হৰমনপ্রীত কৌৰ আৰু স্মৃতি মান্ধানাক উপ...