ৰাষ্ট্ৰীয়

September 25, 2024 12:18 PM

views 7

ঝাৰখণ্ডৰ যুৱক-যুৱতীসকলক কর্মসংস্থাপন প্রদান কৰাত হেমন্ত ছোৰেন নেতৃত্বাধীন চৰকাৰ ব্যৰ্থঃ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান

ঝাৰখণ্ডৰ বিধানসভাৰ নিৰ্বাচনী প্ৰভাৰী তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে হেমন্ত ছোৰেন নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ যুৱক-যুৱতীসকলক কর্মসংস্থাপন প্রদান কৰাত ব্যৰ্থ হৈছে। বোকাৰোত পৰিৱৰ্তন ৰেলীক সম্বোধন কৰি কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত বিজেপি চৰকাৰ গঠনৰ পাছত হ'বলগীয়া প্ৰথ...

September 25, 2024 12:16 PM

views 29

প্রধানমন্ত্ৰীয়ে অহা দেওবাৰে আকাশবাণীৰ ‘মন কী বাত’ৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত...

September 24, 2024 9:21 PM

views 12

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন, মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য চৰকাৰৰ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য লৈছে। ইয়াৰ অধীনত মহিলাৰ দ্বাৰা ক্ৰয় কৰা সম্পত্তিৰ বাবে ষ্টাম্প শুল্ক হ্ৰাস কৰিবলৈ ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে। তদুপৰি হোষ্টেল আৰু ম...

September 24, 2024 9:19 PM

views 14

পশ্চিমবংগৰ জলপাইগুৰিৰ মইনাগুৰি ৰে’ল ষ্টেচনৰ সমীপত মালবাহী ৰে’লগাড়ীৰ দবা লাইনচ্যুত

পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ মইনাগুৰি ৰে'ল ষ্টেচনৰ সমীপত আজি পুৱা এখন মালবাহী ৰে’লগাড়ীৰ কেইবাটাও দবা লাইনৰ পৰা বাগৰি পৰে। ৰে'লগাড়ীখনৰ একাংশ দবা ইঞ্জিনৰ পৰা বিচ্ছিন্ন হোৱাৰ বাবেই এই অঘটন ঘটে। দুৰ্ঘটনাত পতিত ৰে’লগাড়ীখন অসমৰ পৰা নিউ জলপাইগুৰি ষ্টেচন অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে। আলিপুৰ দুৱাৰৰ ম...

September 24, 2024 9:06 PM

views 10

ৰাজহুৱা খণ্ডৰ হিচাপ-নিকাচ ব্যৱস্থাৰ ক্ষমতাৰ পৰিধিয়ে পৰম্পৰাগত হিচাপ-নিকাচ ব্যৱস্থাৰ পৰিধিক চেৰ পেলাইছেঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে কৈছে যে, হিচাপ-নিকাচ ফলপ্রসূভাৱে সম্পন্ন কৰাৰ বাবে হিচাপ-নিকাচ ব্যৱস্থাটো প্ৰযুক্তিৰ উত্থানৰ অনুৰূপ হ'ব লাগে। নতুন দিল্লীত আজি সর্বোচ্চ হিচাপ-নিকাচ প্ৰতিষ্ঠানসমূহৰ এছিয় সংস্থাৰ ষষ্ঠদশ সভা উদ্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ৰাজহুৱা খণ্ডৰ...

September 24, 2024 9:04 PM

views 14

ত্ৰিপুৰাত এন এল এফ টি আৰু এ টি টি এফৰ ৫০০ৰো অধিক উগ্ৰপন্থীৰ অস্ত্ৰসম্বৰণ

ত্ৰিপুৰাত আজি নেচনেল ফ্ৰণ্ট অৱ ত্ৰিপুৰা (এন এল এফ টি) আৰু অল ত্ৰিপুৰা টাইগাৰ ফোৰ্চ (এ টি টি এফ)ৰ ৫শৰো অধিক উগ্ৰপন্থীয়ে অস্ত্ৰসম্বৰণ কৰে আৰু হিংসাৰ পথ পৰিহাৰ কৰি মূলসুঁতিলৈ ঘুৰি আহে। এই উপলক্ষে চপাহিজালা জিলাৰ অধীনৰ জাম্পুই জালাত আয়োজিত অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা, মুখ্য সচিব জে ...

September 24, 2024 9:03 PM

views 11

নতুন দিল্লীৰ এইমছ আৰু প্ৰযুক্তি কোম্পানী ইনটুইটিভৰ ৰ’ব’টিক সহায়ক অস্ত্ৰোপচাৰৰ নতুন প্রশিক্ষণ কেন্দ্ৰ স্থাপনৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

নতুন দিল্লীৰ এইমছ আৰু প্ৰযুক্তি কোম্পানী ইনটুইটিভে আজি ৰ'ব'টিক সহায়ক অস্ত্ৰোপচাৰৰ নতুন প্রশিক্ষণ কেন্দ্ৰ স্থাপনৰ এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এইমছে দ্যা ভিঞ্চি ৰবটিক সহায়ক প্ৰশিক্ষণ কেন্দ্ৰটোৱে ইউৰ’লজী, গায়ন'ক'লজী, সাধাৰণ অস্ত্ৰোপচাৰ আদি সম্পন্ন কৰিব পৰাকৈ দক্ষ শল্য চিকিৎসকৰ দলক প্ৰশিক্ষণ ...

September 24, 2024 9:02 PM

views 11

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত হেমন্ত ছোৰেন চৰকাৰে ভালেমান ঘোষণা কৰা বুলি বিজেপিৰ সহঃপ্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ

বিজেপিৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সহঃপ্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত হেমন্ত ছোৰেন চৰকাৰে ভালেমান ঘোষণা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। ৰাঁচীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীশৰ্মাই কয় যে, ৰাজ্যখনত বৰ্তমানৰ চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত সঁচাকৈ গুৰুত্ব আৰোপ ...

September 24, 2024 7:43 PM

views 9

এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন উজবেকিস্তানত উপস্থিত

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংক (এ আই আই বি)ৰ পৰিচালনা পৰিষদৰ নৱম বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উজবেকিস্তানৰ তাশখণ্ডত উপস্থিত হৈছে। শ্ৰীমতী সীতাৰমনে কাইলৈ এই বৈঠকত অংশ ল'ব। ভাৰত এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ দ্বিতীয় সর্ববৃহৎ অংশীদাৰ। কাইলৈৰ বৈঠকত ...

September 24, 2024 7:42 PM

views 13

গৌতমবুদ্ধ নগৰত কাইলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কাইলৈ গৌতমবুদ্ধ নগৰত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। পাঁচ দিনীয়াকৈ হ'বলগীয়া এই বাণিজ্য প্রদর্শনী অহা ২৯ ছেপ্তেম্বৰত অন্ত পৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ বাণিজ্য আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। এই প্ৰদৰ্শনীত অংশীদাৰ ৰাষ্ট্ৰ হিচা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।