ৰাষ্ট্ৰীয়

September 25, 2024 7:50 PM

views 26

দেশত কর্মসংস্থাপনহীনতাৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে : শ্রম মন্ত্ৰালয়

শ্রম মন্ত্ৰালয়ে জাৰি কৰা বাৰ্ষিক পর্যাবৃত্ত শ্রম শক্তি জৰীপ অনুসৰি যোৱা বছৰ দেশত কর্মসংস্থাপনহীনতাৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। এই ক্ষেত্ৰত হাৰিয়ানাৰ দৰে ৰাজ্যসমূহে গুৰুত্বপূৰ্ণ প্ৰগতি লাভ কৰিছে। প্রতিবেদন অনুসৰি ২০২৩-২৪ বৰ্ষৰ কর্মসংস্থাপনহীনতাৰ ৰাষ্ট্ৰীয় গড় হাৰ ৩ দশমিক ২ শতাংশ আছিল। এই হাৰ ২...

September 25, 2024 7:47 PM

views 22

আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলা ২০২৪ৰ দ্বিতীয় সংস্কৰণক সম্বোধন উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, ভাৰত বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাৰ ভিতৰত অন্যতমৰূপে আৰু গোলকীয় বিনিয়োগৰ আকৰ্ষণীয় স্থলীৰূপে পৰিগণিত হৈছে। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নইডাত আয়োজিত আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলা ২০২৪ ৰ দ্বিতীয় সংস্কৰণক সম্বোধন কৰি শ্ৰীধনখড়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় ...

September 25, 2024 6:46 PM

views 26

ঝাৰখণ্ড বিধানসভা নির্বাচনৰ বাবে আসন আৱণ্টনক লৈ কোনোধৰণৰ মতানৈক্য হোৱা নাই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ঝাৰখণ্ড বিজেপিৰ সহ প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, সমাগত ঝাৰখণ্ড বিধানসভা নির্বাচনত বিজেপিয়ে জে ডি ইউ আৰু অল ঝাৰখণ্ড ষ্টুডেণ্টছ ইউনিয়নৰ সৈতে একেলগে প্রতিদ্বন্দ্বিতা কৰিব। তেওঁ কয় যে, আসন আৱণ্টনক লৈ কোনোধৰণৰ মতানৈক্য হোৱা নাই। ৰাঁচীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী শৰ...

September 25, 2024 6:41 PM

views 22

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিবেশনত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলৰ অংশগ্ৰহণ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনুপ্রিয়া পেটেলে কয় যে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰা এইচ আই ভি আৰু এইডছ মুক্ত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ভাৰতৰ দায়বদ্ধতা দোহাৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিবেশনত অনুষ্ঠিত এখন সভাত তেওঁ এই...

September 25, 2024 6:33 PM

views 20

শক্তিৰ সূচকাংকৰ দিশত জাপানক অতিক্ৰম কৰি ভাৰতৰ ASIA POWER INDEX-ৰ তৃতীয় স্থান অধিকাৰ

ভাৰতে শক্তিৰ সূচকাংকৰ দিশৰ পৰা জাপানক অতিক্ৰম কৰি ASIA POWER INDEX-ৰ তৃতীয় স্থান অধিকাৰ কৰিছে। চলিত বৰ্ষৰ ASIA POWER INDEX-ৰ প্ৰতিবেদন অনুসৰি ক'ভিড অতিমাৰীৰ পৰৱৰ্তী সময়ছোৱাত শক্তিশালী অর্থনৈতিক বিকাশৰ জৰিয়তে দেশখনে ইয়াৰ অর্থনৈতিক সমর্থক ৪.২ পইণ্ট বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে। একেদৰে ভৱিষ্যতৰ সম্পদ শ...

September 25, 2024 6:29 PM

views 27

মাৰাথৱাড়া বিজেপিৰ বিষয়ববীয়াৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে ছত্রপতি সম্ভাজিনগৰত মাৰাথৱাড়া বিজেপিৰ বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ কৌশল সম্পৰ্কে আলোচনা কৰে। শ্বাহে মাৰাথৱাদা অঞ্চলত ৪৬খন আসনৰ ভিতৰত কমেও ৩০খন আসন লাভ কৰাৰ দৃঢ়তা প্ৰকাশ কৰে। বৈঠকৰ পাছতে অমিত শ্...

September 25, 2024 6:23 PM

views 22

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবার্ষিকী উপলক্ষে শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবার্ষিকী উপলক্ষে আজি তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত প্রধানমন্ত্রী মোদীয়ে কয় যে, ৰাষ্ট্রবাদী মহান পণ্ডিতগৰাকীয়ে আৰম্ভ কৰা অন্ত্যোদয়াৰ ...

September 25, 2024 12:33 PM

views 35

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱা উপলক্ষে যুৱ শক্তিক গতি প্ৰদানৰ লক্ষ্যৰে চৰকাৰৰ বিভিন্ন পদক্ষেপ গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ উপলক্ষে চৰকাৰে যুৱ শক্তিক গতি প্ৰদানৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰসংগত কৈছে যে যুৱক-যুৱতীসকলক নতুন চাকৰি লাভ কৰাৰ লগতে অতিৰিক্ত আয়ৰ উৎস সৃষ...

September 25, 2024 12:20 PM

views 18

জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ

জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে। এই পৰ্যায়ত ২৬ টা সমষ্টি সামৰি লোৱা হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণৰ সন্ধিয়া ৬ বজাত সমাপ্তি ঘটিব। সর্বাধিক সংখ্যক লোকক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা দিয়াৰ বাবে অঞ্চলসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰ...

September 25, 2024 12:19 PM

views 8

গৌতমবুদ্ধ নগৰত আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি গৌতমবুদ্ধ নগৰত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। পাঁচ দিনীয়াকৈ হ'বলগীয়া এই বাণিজ্য প্রদর্শনী অহা ২৯ ছেপ্তেম্বৰত অন্ত পৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ বাণিজ্য আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। এই প্ৰদৰ্শনীত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।