ৰাষ্ট্ৰীয়

September 26, 2024 10:34 AM

views 61

অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত মুষলধাৰ বৰষুণৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি পর্যন্ত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত মুষলধাৰ বৰষুণৰ আগজাননী জাৰি কৰিছে। বিভাগে জাৰী কৰা আগলি বতৰা অনুসৰি নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিম মধ্যপ্ৰদেশ, গোৱা, মধ্য মহাৰাষ্ট্ৰ, ছিকিম আদি অঞ্চলত কাইলৈ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ...

September 26, 2024 10:32 AM

views 35

স্বচ্ছতা হি সেৱা অভিযানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ অংশগ্ৰহণ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত চলিত বৰ্ষৰ স্বচ্ছতা হি সেৱা অভিযানত অংশগ্ৰহণ কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্বচ্ছতা আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনত আলোকপাত কৰে। তেওঁ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰিৱেশ বহন ক্ষমতাৰ বাবে মন্ত্ৰ্যালয়ৰ বিষয়াসকলক শপত বাক...

September 26, 2024 10:28 AM

views 24

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৫৪.১১ শতাংশ ভোটদান

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কালি সন্ধিয়া ৭ বজা পর্যন্ত ৫৪.১১ শতাংশ ভোটদান হয়। নির্বাচন আয়োগে ২৬টা বিধানসভা সমষ্টিত শান্তিপূর্ণভাৱে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা অবিহনে ভোটগ্রহণ অনুষ্ঠিত হোৱা বুলি জানিবলৈ দিছে। জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই ভোটাধিকাৰ সাব্যস্ত কৰাৰ বা...

September 26, 2024 10:25 AM

views 25

ৰাছিয়াৰ বিদেশ মন্ত্রীৰে ড° এছ জয়শংকৰৰ দ্বিপাক্ষিক বৈঠক

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে নিউয়র্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ ৭৯ সংখ্যক সাধাৰণ সভাৰ আপাহতে যোৱানিশা ৰাছিয়াৰ বিদেশ মন্ত্রী ছাৰ্গেই লেভৰভৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত লিখা এটা পোষ্টত ড° জয়শংকৰে কয় যে, বৈঠকৰ সময়ত তেওঁ ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে দ্বিপাক্ষিক সহযোগিতা আৰু বি...

September 26, 2024 10:20 AM

views 24

প্ৰাক্তন বিধায়ক সূর্যকান্তা ব্যাসৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোকপ্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজস্থানৰ সুৰসাগৰৰ প্ৰাক্তন বিধায়ক সূর্যকান্তা ব্যাসৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীমোদীয়ে কয় যে, জন কল্যাণমূলক কামৰ বাবে বিধায়কগৰাকী চিৰস্মৰণীয় হৈ ৰ'ব। শেহতীয়া যোধপুৰ ভ্ৰমণৰ সময়ত প্রয়াত ব্যাসে বিমান ব...

September 26, 2024 10:16 AM

views 27

দবা অলিম্পিয়াডত চেম্পিয়নৰ খিতাপ অৰ্জন কৰা ভাৰতীয় দলৰ সদস্যক সাক্ষাৎ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত তেওঁৰ বাসগৃহত ৪৫ সংখ্যক দবা অলিম্পিয়াডত চেম্পিয়নৰ খিতাপ অৰ্জন কৰা ভাৰতীয় দলৰ সদস্যসকলক সাক্ষাৎ কৰে। সাক্ষাতৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে খিতাপ অৰ্জন কৰা খেলুৱৈসকলৰ মাজত আয়োজিত এখন খেল উপভোগ কৰে। উল্লেখযোগ্য যে, হাংগেৰীৰ বুডাপেষ্টত শেহতীয়াকৈ অ...

September 26, 2024 10:12 AM

views 28

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি মহাৰাষ্ট্ৰৰ পুণে ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ পুণে ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত শ্রীমোদীয়ে ২২ হাজাৰ ৬ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন ভালেমান প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব ৷ প্রধানমন্ত্ৰীয়ে আজি পুনেৰ জিলা আদালতৰ পৰা স্বৰগেটলৈ চলিবলগীয়া মেট্‌ ৰে'লৰ...

September 26, 2024 10:08 AM

views 29

ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে শণিবাৰে হায়দাবাদৰ সমীপৰ বলাৰূমত থকা ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব। এই মহোৎসৱ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ চহকী আৰু বৈচিত্র্যময় সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি উৎসৰ্গা কৰা হৈছে। ৰাষ্ট্ৰপতি নিলয়মত সাং...

September 25, 2024 8:09 PM

views 26

বাক্য সংশোধনী বিধেয়কখনৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিক প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান মন্ত্রী কিৰেণ ৰিজিজুৰ

সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে বাক্য সংশোধনী বিধেয়কখন চালি জাৰি চোৱাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ আসন্ন শীতকালীন অধিবেশনৰ প্ৰথম সপ্তাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সমিতিখনে বিধেয়কখনৰ সন্দৰ্ভত এতিয়ালৈকে এক কোটিৰো অধিক দিহা পৰামৰ্শ লাভ কৰা...

September 25, 2024 7:56 PM

views 27

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ সপক্ষে চিলিৰ ৰাষ্ট্ৰপতিৰ মত পোষণ

চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়ল বৰিছ ফ'ণ্টে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ সপক্ষে মত পোষণ কৰিছে। নিউয়র্কস্থিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৯ সংখ্যক অধিবেশনৰ সাধাৰণ বিতৰ্কত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বিষয়টোৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে । ত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।