ৰাষ্ট্ৰীয়

September 27, 2024 7:49 PM

views 33

তাস্কেণ্টত ভাৰত-উজবেকিস্তানৰ দ্বিপাক্ষিক বিনিয়োগ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু উজবেকিস্তানে তাস্কেণ্টত আজি দ্বিপাক্ষিক বিনিয়োগ চুক্তিত স্বাক্ষৰ কৰে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু উজবেকিস্তানৰ উপ-প্রধানমন্ত্রী খোদজায়েভ জমছেদ অব্দুখা কিমৱিচে এই চুক্তি স্বাক্ষৰ কৰে। দ্বিপাক্ষিক বিনিয়োগ চুক্তি অনুসৰি দুয়োখন দেশে উভয় দেশৰ বিনিয়োগকাৰীক নিজৰ দেশত সুৰক্ষাৰ ক্ষেত্ৰত ...

September 27, 2024 7:07 PM

views 23

জম্মু খণ্ডৰ ৰাজৌৰি আৰু ৰিয়াছি জিলাৰ ভালেমান অঞ্চলত এন আই এৰ তদন্ত অভিযান আৰম্ভ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এই আজি জম্মু খণ্ডৰ ৰাজৌৰি আৰু ৰিয়াছি জিলাৰ ভালেমান অঞ্চলত তদন্ত অভিযান আৰম্ভ কৰিছে। চলিত বছৰৰ জুনত এখন বাছত সংঘটিত ভয়ানক সন্ত্রাসবাদী আক্ৰমণৰ তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে এই অভিযান আৰম্ভ কৰা হৈছে। ৰিয়াছি জিলাৰ শিৱ খৰি মন্দিৰৰ পৰা তীর্থযাত্রী কঢ়িয়াই অনা বাছখনত স...

September 27, 2024 7:02 PM

views 27

কৰ্ণাটকৰ মুডা কেলেংকাৰী সন্দৰ্ভত কংগ্ৰেছ দলক বিজেপিৰ কঠোৰ ভাষাৰে সমালোচনা

বিজেপিয়ে আজি কৰ্ণাটকৰ মুডা কেলেংকাৰী সন্দৰ্ভত কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্র ছেহজাদ পুনাবালে কংগ্ৰেছে নিজকে চি বি আই তদন্তৰ পৰা বচোৱাৰ চেষ্টা কৰি আছে বুলি অভিযোগ তোলে। তেওঁ কয় যে, কৰ্ণাটকত মুডা কেলেংকাৰী নামত হাজাৰ কোটি টকাৰ ভূমি অন্য...

September 27, 2024 6:55 PM

views 16

জম্মু-কাশ্মীৰত ১ অক্টোবৰত ৪০টা বিধানসভা সমষ্টিৰ বাবে তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ

জম্মু-কাশ্মীৰৰ চূড়ান্ত আৰু তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰে গতি লাভ কৰিছে। ১ অক্টোবৰত ৪০টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। আকাশবাণী জম্মু সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাই ভোটাৰক আকৰ্ষণ কৰিবলৈ সমদল, আলাপ অনুষ্ঠান, ৰোডশ্ব'ৰ আয়োজন কৰিছে। বিজেপিৰ জ্যেষ্ঠ ন...

September 27, 2024 6:49 PM

views 25

সংসদৰ বিভাগ সম্পৰ্কীয় স্থায়ী সমিতি গঠন

সংসদৰ বিভাগ সম্পৰ্কীয় স্থায়ী সমিতিসমূহ গঠন কৰা হৈছে। বিত্ত বিষয়ক সমিটিৰ নেতৃত্ব দিব বিজেপিৰ ভৰক্ৰহৰী মাহতাবে আৰু কংগ্ৰেছৰ শশী থাৰুৰে বৈদেশিক পৰিক্ৰমা সমিতিৰ অধ্যক্ষতা কৰিব। প্ৰতিৰক্ষা পেনেলৰ অধ্যক্ষ হিচাপে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাধা মোহন সিং আৰু গৃহ বিভাগ সম্পৰ্কীয় স্থায়ী সমিতিৰ নেতৃত্ব দ...

September 27, 2024 6:33 PM

views 27

ষষ্ঠদশ বিত্ত আয়োগৰ প্ৰতিনিধিৰ বৰখাটৰ মহিলা খাদ্য সংশাধন সমবায় সমিতি ভ্ৰমণ

ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ অৰবিন্দ পানাগাৰিয়া আৰু অন্যান্য সদস্যসকলে আজি কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰখাটত থকা মহিলা খাদ্য সংশাধন সমবায় সমিতি ভ্ৰমণ কৰে। উল্লেখযোগ্য যে, অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ সহযোগত এই সমবায় সমিতিখন গঠন কৰা হৈছে। বিত্ত আয়োগৰ অধ্যক্ষ আৰু সদস্...

September 27, 2024 6:24 PM

views 21

সমগ্ৰ দেশতে এতিয়ালৈকে ৮০ কোটিতকৈও অধিক গছপুলি ৰোপণ

এক পেড় মা কে নাম কাৰ্যসূচীৰ অধীনত সমগ্ৰ দেশতে এতিয়ালৈকে ৮০ কোটিতকৈও অধিক গছপুলি ৰোপণ কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে ৮০ কোটি গছপুলি ৰোপণৰ অভিলাষী লক্ষ্যত উপনীত হোৱাত সফল হৈছে। চলিত মাহৰ ২৫ তাৰিখে নিৰ্ধাৰিত সীমাৰ ৫ দিন পূর্বেই এই লক্ষ্যত উপনীত হয় বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰি...

September 27, 2024 1:20 PM

views 12

পুণেত প্ৰধানমন্ত্ৰী মোদীৰ ৩টা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ আৰু উচ্চ ক্ষমতাসম্পন্ন কম্পিউটিং ছিষ্টেম মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে পুণেত বতৰ আৰু জলবায়ু সম্পৰ্কীয় তিনিটা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰে। তিনিওটা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং অভিযানৰ অধীনত প্ৰায় ১৩০ কোটি টকা ব্যয় সাপেক্ষে থলুৱাভাৱে বিকশাই তোলা হৈছে। প্র...

September 27, 2024 1:18 PM

views 30

বিশ্ব উদ্ভাৱন সুচ্যাংকত ১৩৩টা বিশ্ব অর্থনীতিৰ ভিতৰত ভাৰত ৩৯সংখ্যক স্থানলৈ উন্নীত

চলিত বৰ্ষৰ বিশ্ব উদ্ভাৱন সুচ্যাংকত ১৩৩টা বিশ্ব অর্থনীতিৰ ভিতৰত ভাৰত ৩৯সংখ্যক স্থানলৈ উন্নীত হৈছে। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে এই বিষয়ে প্রকাশ কৰি কৈছে যে মধ্য আৰু দক্ষিণ এছিয়া অঞ্চলসমূহৰ ভিতৰত ভাৰতে শীর্ষ স্থান দখল কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীগোৱেলে প্রধানমন্ত্ৰী ...

September 27, 2024 1:17 PM

views 14

ইথানেলৰ উৎপাদন আৰু গ্ৰাহকৰ ক্ষেত্ৰত ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় মধ্যবিত্ত দেশত পৰিগনিত হৈছেঃ প্ৰহ্লাদ যোশী

খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোগীয়ে কৈছে যে ইথানেলৰ উৎপাদন আৰু গ্ৰাহকৰ ক্ষেত্ৰত ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় মধ্যবিত্ত দেশ হিচাপে পৰিগনিত হৈছে। নতুন দিল্লীৰ অনুষ্ঠিত দুদিনীয়া ভাৰত চেনি আৰু জৈৱ-শক্তি সন্মিলন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চেনি উদ্যোগ কেৱ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।